VOICE 24x7
Friday, September 22, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হ’ব নেকি ভাৰতীয় মূলৰ ব্যক্তি!!ৰাষ্ট্ৰপতি পদৰ দৌৰত ট্ৰাম্পৰ পিছতে ভাৰতীয় মূলৰ বিবেক ৰামস্বামী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 21, 2023
in ৰাজনীতি
আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হ’ব নেকি ভাৰতীয় মূলৰ ব্যক্তি!!ৰাষ্ট্ৰপতি পদৰ দৌৰত ট্ৰাম্পৰ পিছতে ভাৰতীয় মূলৰ বিবেক ৰামস্বামী
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

 

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিৰ নতুন মোৰ। ভাৰতীয় মূলৰ উদ্যোগী বিবেক ৰামস্বামীয়ে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰিছে। তেওঁৰ সৈতে আছে ফ্ল’ৰিডাৰ গৱৰ্ণৰ ৰন ডিছান্টিছ। নিৰ্বাচনৰ পূৰ্বে কৰা এক সমীক্ষাত দেখা গৈছে যে ডিছান্টিছ আৰু বিবেকৰ ৰিপাব্লিকান পাৰ্টিৰ সদস্যৰ সংখ্যা ১০ শতাংশ। অৱশ্যে ৰাষ্ট্ৰপতি পদৰ দৌৰত ৫৬ শতাংশ সমৰ্থনেৰে আগবাঢ়ি আছে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।

 

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে বিবেকৰ প্ৰতি ৰিপাব্লিকান দলৰ সমৰ্থন ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। নিৰ্বাচনৰ পূৰ্বৰ সমীক্ষা অনুসৰি তেওঁৰ সমৰ্থন কমেও ৮ শতাংশ বৃদ্ধি পাইছে। যোৱা জুন মাহত ৰিপাব্লিকানসকলৰ মাত্ৰ ২ শতাংশইহে বিবেকক সমৰ্থন কৰিছিল। সেই সময়ত ডিছান্টিছৰ ২১ শতাংশ সমৰ্থক আছিল। কিন্তু এতিয়া এই সমর্থকৰ সংখ্যা ১০ শতাংশলৈ হ্ৰাস পাইছে। বিবেকৰ প্ৰতি সমৰ্থন বৃদ্ধিৰ অন্যতম কাৰণ হৈছে ৰিপাব্লিকান দলৰ  নৱ প্ৰজন্মৰ সমর্থক । তাৎপৰ্যপূৰ্ণভাৱে ৰিপাব্লিকান সমৰ্থকৰ মাজৰ উচ্চ শিক্ষিত যুৱক-যুৱতীসকলৰ সমর্থন লাভ কৰিছে  বিবেকে ৷ তেওঁৰ ৰাজনৈতিক উত্থানৰ আঁৰত আছে আমেৰিকাত বাস কৰা ভাৰতীয় মূলৰ এটা শ্ৰেণীৰ প্ৰভাৱ আৰু প্ৰচাৰ। বহুতে বিশ্বাস কৰে যে ভাৰতীয় মূলৰ এই উদ্যোগীজনে অতি সোনকালে ডিছাণ্টিছক অতিক্ৰম কৰিব পাৰিব ৷  কাৰণ ৰিপাব্লিকান পাৰ্টিৰ কনিষ্ঠ সমৰ্থকসকলে তেওঁক সমৰ্থন কৰিছে। অৱশ্যে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’বলৈ তেওঁ এতিয়াও বহু দূৰ বাকী আছে।

Previous Post

গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ

Next Post

কাৰোবাৰ পোষ্ট চাব নিবিচাৰিলেও কৰিব নোৱাৰিব ‘ব্লক’, টুইটাৰৰ নতুন নিয়ম ঘোষণা

Related Posts

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
ৰাজনীতি

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

September 21, 2023
দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!
ৰাজনীতি

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

September 15, 2023
বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন
ৰাজনীতি

বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন

September 14, 2023
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি
ৰাজনীতি

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

September 11, 2023
বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ
ৰাজনীতি

বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ

September 11, 2023
চাকৰিৰ বজাৰঃ বাজপেয়ী ভৱনক সামৰি ন্যায়িক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ
ৰাজনীতি

চাকৰিৰ বজাৰঃ বাজপেয়ী ভৱনক সামৰি ন্যায়িক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

August 30, 2023
Next Post
কাৰোবাৰ পোষ্ট চাব নিবিচাৰিলেও কৰিব নোৱাৰিব  ‘ব্লক’, টুইটাৰৰ নতুন নিয়ম ঘোষণা

কাৰোবাৰ পোষ্ট চাব নিবিচাৰিলেও কৰিব নোৱাৰিব 'ব্লক', টুইটাৰৰ নতুন নিয়ম ঘোষণা

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7