VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এইবাৰ ‘হোৱাটছএপ’ত নতুন ৩ডি অৱতাৰৰ সুবিধা

হোৱাটছএপৰ প্ৰফাইল ফটোক দিব পাৰিব নতুন ৰূপ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 8, 2022
in অৰ্থনীতি
এইবাৰ ‘হোৱাটছএপ’ত নতুন ৩ডি অৱতাৰৰ সুবিধা
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ জনপ্ৰিয় বাৰ্তাবাহক  এপলিকেছন হোৱাটছএপে  নিজৰ ব্যৱহাৰকাৰীসকলৰ বাবে  আজি কিছুদিনৰ পৰা বিভিন্ন ধৰণৰ নতুন নতুন  সুবিধা লৈ আহিছে। সেয়েহে বৰ্তমান পৰিস্থিতিত এই এপটো  ব্যৱহাৰকাৰীসকলৰ বাবে অধিক প্ৰিয় হৈ পৰিছে ।

এইবাৰ হোৱাটছএপত মুকলি কৰা হৈছে নতুন ‘থ্ৰীডি অৱতাৰ’ ফিচাৰ। এই নতুন বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে এই এপটো ব্যৱহাৰ কৰি আগৰ তুলনাত আৰু অধিক ভালকৈ উপভোগ কৰিব পাৰিব।

হোৱাটছএপৰ এই নতুন ‘৩ডি  অৱতাৰ’ ফিচাৰৰ সহায়ত ব্যৱহাৰকাৰীসকলে নিজৰ হোৱাটছএপৰ প্ৰফাইল ফটোৰ নতুন ৰূপ দিব পাৰিব। ইয়াৰ যোগেদি  ব্যৱহাৰকাৰীয়ে কেৱল প্ৰফাইল ফটো সলনি কৰাৰ সুযোগ পোৱাই নহয়  চাট ষ্টীকাৰৰ সুবিধাও লাভ কৰিব। এই ক্ষেত্ৰত ব্যৱহাৰকাৰীসকলে  নিজৰ  অৱতাৰক ষ্টীকাৰলৈ ৰূপান্তৰিত কৰি আনলৈ প্ৰেৰণ কৰিব পাৰিব।

অৱশ্যে ইতিমধ্যে ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ দৰে মেটা ফেমিলিৰ অন্যান্য প্লেটফৰ্ম সমূহত উপলব্ধ এই অৱতাৰ বৈশিষ্ট্য। আনহাতে সমসাময়িক ভাৱে  এতিয়া হোৱাটছএপতো এই অৱতাৰ সুবিধা উপলব্ধ হৈছে । মেটা কোম্পানীৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে আনুষ্ঠানিকভাৱে  হোৱাটছএপত  এই বৈশিষ্ট্য মুকলি কৰিছে। এই সুবিধাৰ বিষয়ে অৱগত কৰি  মাৰ্ক জুকাৰবাৰ্গে কয় যে তেওঁ হোৱাটছএপত এই অৱতাৰৰ সুবিধা আনিছে  যিবোৰ  এপটোৰ যোগেদি কৰা বাৰ্তালাপৰ সময়ত  ষ্টীকাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে।

দুটা ধৰণেৰে হোৱাটছএপত এই অৱতাৰ তৈয়াৰ কৰিব পাৰি। বিভিন্ন  ধৰণৰ কেশ সজ্জা, সাজ-পোছাক আৰু মুখাৱয়বেৰে ব্যৱহাৰকাৰীৰ বিকল্প ৰূপ সৃষ্টি কৰাৰ উপৰিও ভিন্ন কাৰ্য্যৰ যোগেদি  অৱতাৰ দেখুৱাই ষ্টীকাৰো তৈয়াৰ কৰিব পাৰে। উল্লেখযোগ্য যে ইয়াত ৩৬টা কাষ্টম অৱতাৰ ষ্টীকাৰ বিকল্প অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে ব্যৱহাৰকাৰীয়ে নিজৰ  ৩ডি  অৱতাৰটো ষ্টীকাৰ হিচাপে পঠাব পাৰে। ইয়াৰ উপৰিও যদি  বিচাৰে তেন্তে এই অৱতাৰটো  প্ৰফাইল ফটো হিচাপেও ছেট কৰিব পাৰে হোৱাটছএপ ব্যৱহাৰকাৰী সকলে ।

Previous Post

দ্বিতীয়বাৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈয়েই মোদী-শ্বাহৰ ৰাজ্যত ‘আপ’ৰ সফলতা

Next Post

প্ৰত্যাশিত ভাৱেই গুজৰাটৰ শাসনত বিজেপি, উৎখাত হ’ল হিমাচলত

Related Posts

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে  ‘ওৱানপ্লাছ ‘
অৰ্থনীতি

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে ‘ওৱানপ্লাছ ‘

January 27, 2023
ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’
অৰ্থনীতি

ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’

January 27, 2023
পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি
অৰ্থনীতি

পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি

January 25, 2023
কিয় নেটফ্লিক্সে বন্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ?
অৰ্থনীতি

কিয় নেটফ্লিক্সে বন্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ?

January 24, 2023
আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে
অৰ্থনীতি

আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে

January 18, 2023
এইবাৰ ১১ হাজাৰ কর্মচাৰী চাটাই কৰিব  বিল গেটছৰ কোম্পানী মাইক্ৰ’ছফ্টে
অৰ্থনীতি

এইবাৰ ১১ হাজাৰ কর্মচাৰী চাটাই কৰিব বিল গেটছৰ কোম্পানী মাইক্ৰ’ছফ্টে

January 18, 2023
Next Post
প্ৰত্যাশিত ভাৱেই গুজৰাটৰ শাসনত বিজেপি, উৎখাত হ’ল হিমাচলত

প্ৰত্যাশিত ভাৱেই গুজৰাটৰ শাসনত বিজেপি, উৎখাত হ'ল হিমাচলত

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7