VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে ‘ওৱানপ্লাছ ‘

অতি শীঘ্ৰেই বিশ্বব্যাপী আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে ওৱানপ্লাছৰ প্ৰথমটো টেবলেট

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 27, 2023
in অৰ্থনীতি
২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে  ‘ওৱানপ্লাছ ‘
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

আমি ইতিমধ্যে জানো যে এইবাৰ অতি শীঘ্ৰেই বিশ্বব্যাপী আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে ওৱানপ্লাছ ১১ ,৫জি, ওৱানপ্লাছ ১১আৰ ৫জি, ওৱানপ্লাছ বাডছ প্ৰ’২, ওৱানপ্লাছ টিভি ৬৫ কিউ২ প্ৰ’  আৰু ওৱানপ্লাছ কিবৰ্ড ৷  ভাৰতত  ৭ ফেব্ৰুৱাৰীত মুকলি কৰাৰ লগতে এতিয়া  অ’প’(Oppo) চাব-ব্ৰেণ্ডে প্ৰকাশ কৰিছে যে পূৰ্বে উল্লেখ কৰা ডিভাইচসমূহৰ সৈতে যোগ হ’ব  ওৱানপ্লাছ পেড (OnePlus Pad)আৰু  ওৱানপ্লাছ (OnePlus )ৰ প্ৰথম টেবলেট ।

ওৱানপ্লাছ পেডৰ সন্দৰ্ভত  ২০২১ চনৰ পৰাই উৰাবাতৰি চলি আহিছে যদিও অৱশেষত, ৭ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে মুক্তি লাভ কৰিব  ৱানপ্লাছ পেডে ৷   ৱানপ্লাছ টিভি ৬৫ কিউ২ প্ৰ’ৰ দৰেই  গ্ৰাহক সকলৰ বাবে আদৰণীয় হ’ব ওৱানপ্লাছৰ প্ৰথম টেবলেটটোও ।

ওৱানপ্লাছে ইয়াৰ অফিচিয়েল ‘ক্লাউড ১১’ ইভেণ্ট মাইক্ৰ’ ছাইটত শ্বেয়াৰ কৰা প্ৰ’ম’ ৰেণ্ডাৰৰ ভিত্তিত, ওৱানপ্লাছে  চেলুলাৰ সংযোগৰ সৈতে মুকলি কৰিব পাৰে এই টেবলেটটো যাৰ ৰং হ’ব  সেউজীয়া  ৷

ওৱানপ্লাছে মুকলিৰ প্ৰাক মূহুৰ্তত এই সন্দৰ্ভত নিশ্চয়কৈ অধিক বিৱৰণ প্ৰকাশ কৰিব।

Previous Post

আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে শীৰ্ষ ৰেটিং ?

Next Post

চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ

Related Posts

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই
অৰ্থনীতি

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?
অৰ্থনীতি

পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?

March 17, 2023
লোকচান পুৰাবলৈ অষ্ট্ৰেলিয়াৰ কয়লা খনি বন্ধকত ৰাখি ঋণ লোৱাৰ চেষ্টা আদানীৰ
অৰ্থনীতি

লোকচান পুৰাবলৈ অষ্ট্ৰেলিয়াৰ কয়লা খনি বন্ধকত ৰাখি ঋণ লোৱাৰ চেষ্টা আদানীৰ

February 27, 2023
কর্মচাৰী চাটাইয়ে নহয়, কার্যালয়লৈ কর্মচাৰী অহাৰ নিয়মো সলনি কৰিছে গুগলে,ব্যয় সংকোচনৰ বাবে সৰু কৰিছে কার্যালয়
অৰ্থনীতি

কর্মচাৰী চাটাইয়ে নহয়, কার্যালয়লৈ কর্মচাৰী অহাৰ নিয়মো সলনি কৰিছে গুগলে,ব্যয় সংকোচনৰ বাবে সৰু কৰিছে কার্যালয়

February 24, 2023
নেটৱর্কৰ সমস্যাৰ বাবে নকৰিলে ব্যৱহাৰ , ১৬ বছৰৰ পাছত প্ৰথম প্ৰজন্মৰ আইফোন বিক্ৰী হ’ল  ৫২ লাখ টকাত
অৰ্থনীতি

নেটৱর্কৰ সমস্যাৰ বাবে নকৰিলে ব্যৱহাৰ , ১৬ বছৰৰ পাছত প্ৰথম প্ৰজন্মৰ আইফোন বিক্ৰী হ’ল ৫২ লাখ টকাত

February 21, 2023
নগদবিহীন লেনদেনত শীৰ্ষত ভাৰত, দাবী  বৈদেশিক মন্ত্ৰী জয়শংকৰৰ
অৰ্থনীতি

নগদবিহীন লেনদেনত শীৰ্ষত ভাৰত, দাবী বৈদেশিক মন্ত্ৰী জয়শংকৰৰ

February 18, 2023
Next Post
চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ

চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7