VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 27, 2023
in সমাজ
চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

চৰাইদেউ জিলাৰ বৰহাট টিতলাগৰৰ এগৰাকী মহিলা  শ্ৰীমতী দেৱযানী গগৈ । বিগত ১২ বছৰ ধৰি এটি জটিল ৰোগৰ সৈতে যুঁজ দি  আহিছে এই সাহসী মহিলা গৰাকীৰ লগতে তেওঁৰ পৰিয়ালটিয়ে । বৰ্ত্তমান আৰ্থিক অনাতনত ভূগিছে যুদ্ধত হাৰ মানিব নোখোজা পৰিয়ালটো ৷

জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম ফেচবুকত এই সন্দৰ্ভত কিছু কথা ব্যক্ত কৰি কেইখনমান ফট’ আপলোড কৰিলে চৰাইডেউৰ বৰ্তমান সময়ৰ এজন সফল যুৱ ব্যৱসায়ী উত্তম চাংমায়ে ৷

ফেচবুকত তেওঁ লিখিলে যে চৰাইদেঊ জিলাৰ অতিৰিক্ত উপায়ুক্ত অভিজিৎ গগৈয়ে  চৰাইদেউৰ জিলাৰ কেইগৰাকীমান ব্যৱসায়ীক অৱগত কৰে এই কথা । মানে দৰদী তথা সমাজপ্ৰিয় ব্যক্তি  জিলাখনৰ অতিৰিক্ত উপায়ুক্ত অভিজিৎ গগৈৰ নেতৃত্বত সেয়েহে অঞ্চলটোৰ  কেইজনমান ব্যৱসায়ীয়ে গ্ৰহণ কৰিলে এক আদৰণীয় পদক্ষেপ ৷  পৰিয়ালটিক আৰ্থিক সাহায্য প্ৰদান কৰি  দেৱযানী গগৈৰ শীঘ্ৰ আৰোগ্য  কামনা কৰি  ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে ব্যৱসায়ীৰ দলটোৱে ৷

Previous Post

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে ‘ওৱানপ্লাছ ‘

Next Post

চৰকাৰে কাৰিকৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ–ছাত্ৰীৰ ভবিষ্যত অন্ধকাৰলৈ ঠেলি দিছে নেকি ?

Related Posts

প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 28, 2023
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

February 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 26, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 24, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 22, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 21, 2023
Next Post
চৰকাৰে কাৰিকৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ–ছাত্ৰীৰ ভবিষ্যত অন্ধকাৰলৈ ঠেলি দিছে নেকি ?

চৰকাৰে কাৰিকৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ–ছাত্ৰীৰ ভবিষ্যত অন্ধকাৰলৈ ঠেলি দিছে নেকি ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7