VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘পৰিণীতা’ৰ পৰিচালক প্ৰদীপ চৰকাৰৰ দেহাৱসান

৬৮ বছৰ বয়সত মুম্বাইত শেষ নিশ্বাস ত্যাগ জনপ্ৰিয় পৰিচালক গৰাকীৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 24, 2023
in মনোৰঞ্জন
‘পৰিণীতা’ৰ পৰিচালক প্ৰদীপ চৰকাৰৰ দেহাৱসান
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ চলচ্চিত্ৰ জগতৰ বাবে এক দুঃখবৰ৷২৪ মাৰ্চৰ পুৱা ৩.৩০ বজাত  চলচ্চিত্ৰ নিৰ্মাতা প্ৰদীপ সৰকাৰৰ দেহাৱসানৰ বাতৰিয়ে সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰজগততে শোকৰ ছাঁ পেলাইছে ৷ ৬৮ বছৰ বয়সতে দেহাৱসান ঘটা সৰকাৰে ‘পৰিণীতা’, ‘লগা চুনৰী মে দাগ’, ‘মৰ্দানী’ আৰু ‘হেলিকপ্টাৰ ইলা’আদিৰ দৰে কেইবাখনো জনপ্ৰিয় ছবিৰ পৰিচালনা কৰিছিল।জানিবপৰামতে  তেওঁৰ ডায়েলাইছিছ কৰি থকা হৈছিল আৰু দেহত পটাছিয়ামৰ মাত্ৰা ভয়ংকৰভাৱে হ্ৰাস পাইছিল। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক পুৱা ৩ বজাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু জনপ্ৰিয় পৰিচালক গৰাকীয়ে  চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে।।দীৰ্ঘদিন ধৰি তেওঁ কিডনীৰ সমস্যাত ভুগি থকা চৰকাৰৰ মৃত্যুৰ খবৰে উদ্যোগটোৰ  ছবি নিৰ্মাতাৰ পৰা আৰম্ভ কৰি অভিনেতা অভিনেত্ৰীলৈকে সকলোৱে স্তম্ভিত কৰিছে। সামাজিক মাধ্যমত তেওঁৰ মৃত্যুৰ বাতৰি দ্ৰুত গতিত বিয়পি পৰাৰ পিছতেই সামাজিক মাধ্য যোগে শোক প্ৰকাশ কৰিছে চলচ্চিত্ৰ তাৰকাসকলে। সামাজিক মাধ্যম টুইটাৰত অভিনেতা অজয় ​​দেৱগনে শোক প্ৰকাশ কৰিলে এনেকৈ-

“আমাৰ মাজৰ কিছুমানৰ বাবে প্ৰদীপ চৰকাৰ ‘দাদা’ৰ বিয়োগৰ খবৰটো এতিয়াও মানি লোৱাটো কঠিন। গভীৰ শোক প্ৰকাশ কৰিছোঁ। লগতে তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। RIP দাদা”৷

The news of Pradeep Sarkar’s demise, ‘Dada’ to some of us is still hard to digest.
My deepest condolences 💐. My prayers are with the departed and his family. RIP Dada 🙏

— Ajay Devgn (@ajaydevgn) March 24, 2023

পৰিণীতা ছবিৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা প্ৰদীপ সৰকাৰে কেৱল ছবি নিৰ্মাণ কৰাই নহয়, বহু পৰিচিত বিজ্ঞাপনো নিৰ্মাণ কৰিছিল  যাৰ বাবে তেওঁ বহু বঁটাও লাভ কৰিছে।শেহতীয়াকৈ তেওঁ প্ৰয়াত অভিনেত্ৰী প্ৰিয়া ৰাজবংশৰ বায়’পিক নিৰ্মাণৰ প্ৰস্তুতি চলাইছিল।

বহুকেইখন জনপ্ৰিয় হিন্দী তথা বাংলা ছবিৰ পৰিচালনা কৰি চলচ্চিত্ৰ জগতত সুকীয়া আসন দখল কৰা জনপ্ৰিয় পৰিচালক প্ৰদীপ চৰকাৰৰ মৃত্যু নিশ্চয়কৈ সমগ্ৰ দেশৰ চলচ্চিত্ৰ উদ্যোগৰ বাবে এক অপূৰণীয় ক্ষতি হৈ ৰ’ব ৷

Previous Post

ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম

Next Post

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

Related Posts

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ
মনোৰঞ্জন

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ

June 1, 2023
” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”,  প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ
মনোৰঞ্জন

” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”, প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ

May 31, 2023
মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন  কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ
মনোৰঞ্জন

মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ

May 30, 2023
ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!
মনোৰঞ্জন

ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!

May 29, 2023
মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷
মনোৰঞ্জন

মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷

May 27, 2023
তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!
মনোৰঞ্জন

তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!

May 26, 2023
Next Post
নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক  প্ৰদান কৰে এক  অনন্য ট্ৰেকিং অভিজ্ঞতা

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7