VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ব্যক্তিগত তথ্য ভাগ-বতৰা কৰাত নিষেধাজ্ঞা টুইটাৰৰ

সাংবাদিককে ধৰি সকলোৰে বাবে প্ৰযোজ্য ব্যক্তিগত তথ্য প্ৰকাশ নিষিদ্ধ কৰাৰ নিয়ম

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 16, 2022
in অৰ্থনীতি
ব্যক্তিগত তথ্য ভাগ-বতৰা কৰাত নিষেধাজ্ঞা  টুইটাৰৰ
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে  এলন মাস্কৰ বিষয়ে লিখা কেইবাজনো বিশিষ্ট  সাংবাদিকৰ একাউণ্ট বন্ধ কৰি দিয়ে জনপ্ৰিয় সামাজিক মাধ্যম  টুইটাৰে ৷আনহাতে এই সন্দৰ্ভত টুইটাৰৰৰ  নতুন মালিক এলন মাস্কে  টুইট কৰি  কয় যে সাংবাদিককে ধৰি সকলোৰে বাবে প্ৰযোজ্য ব্যক্তিগত তথ্য প্ৰকাশ নিষিদ্ধ কৰাৰ নিয়ম ।

সাংবাদিক সকলৰ একাউণ্ট নিলম্বনৰ ওপৰত কৰা এটা টুইটৰ উত্তৰত নিজকে নিৰপেক্ষ হিচাপে চিত্ৰিত কৰা মাস্কে টুইট কৰি কয় যে বাকী সকলৰ ক্ষেত্ৰত যি নিয়ম   সাংবাদিক সকলৰ ক্ষেত্ৰতো সেই একেই নিয়ম প্ৰযোজ্য ৷সেয়েহে  ব্যক্তিগত তথ্য ভাগ-বতৰা কৰাত সকলোৰে ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে টুইটাৰে ৷

মাস্কে এই টুইটযোগে  বুধবাৰে টুইটাৰে কৰা এই নিলম্বনৰ কথা উল্লেখ কৰি কৈছে যে দ্য নিউয়ৰ্ক টাইমছৰ ৰিয়ান মেককে ধৰি কেইবাজনো বিশিষ্ট  সাংবাদিকৰ টুইটাৰ একাউণ্ট নিলম্বন কৰাটো দুৰ্ভাগ্যজনক। কিয় এনে সংঘটিত হ’ল সেই সন্দৰ্ভত দ্য টাইমছ বা ৰিয়ানে কোনো ধৰণৰ স্পষ্টীকৰণ  লাভ কৰা নাই। তেওঁলোকে  আশাকৰে যে সাংবাদিকসকলৰ সকলো একাউণ্ট পুনৰ স্থাপন কৰা হ’ব আৰু টুইটাৰে এই কাৰ্য্যৰ বাবে এক সন্তোষজনক ব্যাখ্যা আগবঢ়াব।

অৱশ্যে এই সন্দৰ্ভত চি.এন.এনে. কয় যে এই  নিলম্বন চিন্তনীয় যদিও আচৰিত নহয়।নেটৱৰ্কটোৱে কয় যে তেওঁলোকে টুইটাৰক ব্যাখ্যা বিচাৰিছে আৰু সেই সঁহাৰিৰ ভিত্তিতহে প্লেটফৰ্মটোৰ সৈতে নিজৰ সম্পৰ্ক পুনৰ মূল্যায়ন কৰিব।

Previous Post

মগজুতো যে ঠিকে আছে সেয়াই যথেষ্ট- অমিতাভ বচ্চনক কোনে ক’বলৈ সাহস কৰিলে এই কথা !

Next Post

বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ, বুদ্ধিজীবী ড০ শিৱনাথ বৰ্মনৰ বিয়াগত ভিন-ভিন দল-সংগঠনৰ শোক প্ৰকাশ

Related Posts

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে  ‘ওৱানপ্লাছ ‘
অৰ্থনীতি

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে ‘ওৱানপ্লাছ ‘

January 27, 2023
ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’
অৰ্থনীতি

ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’

January 27, 2023
পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি
অৰ্থনীতি

পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি

January 25, 2023
কিয় নেটফ্লিক্সে বন্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ?
অৰ্থনীতি

কিয় নেটফ্লিক্সে বন্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ?

January 24, 2023
আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে
অৰ্থনীতি

আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে

January 18, 2023
এইবাৰ ১১ হাজাৰ কর্মচাৰী চাটাই কৰিব  বিল গেটছৰ কোম্পানী মাইক্ৰ’ছফ্টে
অৰ্থনীতি

এইবাৰ ১১ হাজাৰ কর্মচাৰী চাটাই কৰিব বিল গেটছৰ কোম্পানী মাইক্ৰ’ছফ্টে

January 18, 2023
Next Post
বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ, বুদ্ধিজীবী  ড০ শিৱনাথ বৰ্মনৰ বিয়াগত ভিন-ভিন দল-সংগঠনৰ শোক প্ৰকাশ

বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ, বুদ্ধিজীবী ড০ শিৱনাথ বৰ্মনৰ বিয়াগত ভিন-ভিন দল-সংগঠনৰ শোক প্ৰকাশ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7