VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ, বুদ্ধিজীবী ড০ শিৱনাথ বৰ্মনৰ বিয়াগত ভিন-ভিন দল-সংগঠনৰ শোক প্ৰকাশ

''আমি হেৰুৱালো এজন উদাৰমনা বিজ্ঞান মনস্ক ব্যক্তি''

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 16, 2022
in সমাজ
বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ, বুদ্ধিজীবী  ড০ শিৱনাথ বৰ্মনৰ বিয়াগত ভিন-ভিন দল-সংগঠনৰ শোক প্ৰকাশ
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীবী, শিক্ষাবিদ, সাহিত্যিক, দিগগজ চিন্তাৰ বাহক ড০ শিৱনাথ বৰ্মণৰ বিয়াগত শোকস্তব্ধ অসম ৷ মান ব্যক্তিগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে  অসমৰ ভিন-ভিন দল-সংগঠনে । এক শোক-বাৰ্তাত  “বহুবাক” ( বহুভাষিক সাহিত্য মঞ্চ,অসম)ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই সেয়ে কয় যে অসমে আজি এজন উদাৰমনা বিজ্ঞান মনস্ক মহান ব্যক্তিক হেৰুৱালে। দূৰদৃষ্টি সম্পন্ন ড০ বৰ্মন চাৰৰ চিন্তা – ভাৱনা স-প্ৰতিভ আছিল।

আনহাতে তেখেতৰ বিয়োগত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস লক্ষ্মীন্দ্ৰ সিংহ, উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘৰ সভাপতি কুলৰঞ্জন ভূঞা, গাৰো সাহিত্য সভাৰ সভাপতি সৰোজ চাংমা, তিৱা সাহিত্য সভাৰ উপ-সভাপতি শৰৎ চন্দ্ৰ পাটৰ আমচি, মিচিং কাব্য  সাহিত্যৰ অগ্ৰণী লেখক জিতেন পায়েং, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক গোলাপ বড়ো, অসম সাহিত্য সভাৰ শিলচৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মানসী সিনহা,  পূৰ্বাঞ্চলিয় লোক পৰিষদৰ সাধাৰণ সম্পাদক তপন কুমাৰ শৰ্মা,  অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক কমল কলিতা, সুৰতীৰ্থৰ উপ-সভাপতি অবনী ৰঞ্জন পাঠক, জ্যেষ্ঠ গীতিকাৰ শচীন দাস, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না শৰ্মাকে আদি কৰি অসমৰ আগশাৰীৰ কেইবাটাও দল-সংগঠনে গভীৰ শোক-প্ৰকাশ কৰি ড০ বৰ্মনদেৱৰ বহুমুখী ব্যক্তিত্ব তথা  কৰ্মৰাজীক স্মৰণ কৰে ।

Previous Post

ব্যক্তিগত তথ্য ভাগ-বতৰা কৰাত নিষেধাজ্ঞা টুইটাৰৰ

Next Post

গ্ৰন্থৰ ভিৰত “শব্দৰ ঘৰ”খনিয়ে সঁচাকৈয়ে এখন অসহায় কিতাপ হিচাপে পাঠকৰ মুখলৈ চাই থাকিব নেকি বাৰু ?

Related Posts

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
সমাজ

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

May 24, 2023
দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা
সমাজ

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

April 13, 2023
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?
সমাজ

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

April 4, 2023
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?
সমাজ

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

April 4, 2023
সুৰাৰ বটলত গামোচা বিতৰ্ক
সমাজ

সুৰাৰ বটলত গামোচা বিতৰ্ক

April 4, 2023
নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক  প্ৰদান কৰে এক  অনন্য ট্ৰেকিং অভিজ্ঞতা
সমাজ

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

March 24, 2023
Next Post
গ্ৰন্থৰ ভিৰত “শব্দৰ ঘৰ”খনিয়ে  সঁচাকৈয়ে  এখন অসহায় কিতাপ হিচাপে পাঠকৰ মুখলৈ চাই থাকিব নেকি বাৰু ?

গ্ৰন্থৰ ভিৰত "শব্দৰ ঘৰ"খনিয়ে সঁচাকৈয়ে এখন অসহায় কিতাপ হিচাপে পাঠকৰ মুখলৈ চাই থাকিব নেকি বাৰু ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7