VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মগজুতো যে ঠিকে আছে সেয়াই যথেষ্ট- অমিতাভ বচ্চনক কোনে ক’বলৈ সাহস কৰিলে এই কথা !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 16, 2022
in মনোৰঞ্জন
মগজুতো যে ঠিকে আছে সেয়াই যথেষ্ট- অমিতাভ বচ্চনক কোনে ক’বলৈ সাহস কৰিলে এই কথা !
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

‘আজি হাত ভাঙে, কালি ​​ভৰিখন ভাঙে! কি যে কৰো বুজিয়েই  পোৱা নাই। মগজুতো যে ঠিকে আছে সেয়াই যথেষ্ট ৷”  এই মন্তব্য প্ৰবীন অভিনেত্ৰী জয়া বচ্চনৰ ৷  এই কথাষাৰ  কাক উদ্দ্যেশি কৰি  কৈছে আপুনি জানেনে ?আপুনি ভবাৰ দৰেই  স্বামী তথা মেগাষ্টাৰ অমিতাভ বচ্চনক লক্ষ্য কৰি এই কথাষাৰ কৈছে জয়া বচ্চনে ৷ কলকাতাৰ নেতাজী ইনড’ৰ ষ্টেডিয়ামত কোলকাতা ছবি মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি জয়া বচ্চনে কোৱা এই কথাষাৰিয়ে উপস্থিত সকলোকে  হাঁহিৰ খোৰাক যোগায় ৷ সেই সময়ত অমিতাভ  বচ্চন ৰাজ্যপালৰ কাষৰ আসনত  বহি হাঁহি হাঁহি পত্নীৰ কথা শুনি আছিল । তেওঁক সংগ দিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।

বৃহস্পতিবাৰে নেতাজী ইনড’ৰ ষ্টেডিয়ামত ২৮ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰা হয়। শ্বাহৰুখ খান, ৰাণী মুখাৰ্জী, কুমাৰ ছানু, অৰিজিত সিং, শত্ৰুঘন সিনহা, মহেশ ভাট আৰু অৱশ্যেই অমিতাভ বচ্চনৰ লগতে জয়া বচ্চনে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

এই অনুষ্ঠানত দিয়া ভাষণত অমিতাভ বচ্চনে চিনেমাৰ ইতিহাস, বাক স্বাধীনতাত হস্তক্ষেপ আৰু অন্যান্য বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে প্ৰথম কামৰ বাবে চহৰখনক ধন্যবাদ জনায়। সদায়ৰ দৰেই অমিতাভৰ ভাষণ আছিল আটাইতকৈ দীঘলীয়া। আন সময়ৰ দৰে তেওঁ ভাৰতীয় চিনেমাৰ ইতিহাসৰ বিভিন্ন তথ্যৰ ওপৰত তথ্যসমৃদ্ধ ভাষণ প্ৰদান কৰে ৷

 

Previous Post

হতাশা, নিসংগতাই অকালতে বৃদ্ধ কৰিব পাৰে আপোনাক , নতুন গৱেষণাত পোহৰলৈ নতুন তথ্য

Next Post

ব্যক্তিগত তথ্য ভাগ-বতৰা কৰাত নিষেধাজ্ঞা টুইটাৰৰ

Related Posts

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ
মনোৰঞ্জন

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ

June 1, 2023
” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”,  প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ
মনোৰঞ্জন

” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”, প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ

May 31, 2023
মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন  কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ
মনোৰঞ্জন

মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ

May 30, 2023
ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!
মনোৰঞ্জন

ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!

May 29, 2023
মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷
মনোৰঞ্জন

মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷

May 27, 2023
তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!
মনোৰঞ্জন

তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!

May 26, 2023
Next Post
ব্যক্তিগত তথ্য ভাগ-বতৰা কৰাত নিষেধাজ্ঞা  টুইটাৰৰ

ব্যক্তিগত তথ্য ভাগ-বতৰা কৰাত নিষেধাজ্ঞা টুইটাৰৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7