VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি

এই বিস্ময়কৰ প্ৰতিকৃতি নিৰ্মাণ কৰিবলৈ কেইবাদিনো সময় লাগিছিল শিল্পী বিপুল শিৰিপদ মিৰাজকাৰক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 28, 2023
in মনোৰঞ্জন
মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি নিৰ্মাণ কৰা হৈছে বুলি জানিব পাৰি সুখী হৈ পৰিল বলীউডৰ অভিনেতা তথা মানৱতাবাদী ব্যক্তি গৰাকী ৷

অৱশ্যে ৭ টনৰো অধিক  আবিৰ ব্যৱহাৰ কৰি ৰাজহুৱা উদ্যানত এই বিস্ময়কৰ প্ৰতিকৃতি নিৰ্মাণ কৰিবলৈ  কেইবাদিনো সময় লাগিছিল অভিনেতা গৰাকীৰ অনুৰাগী তথা শিল্পী বিপুল শিৰিপদ মিৰাজকাৰক ।

শিল্পীগৰাকীৰ শিল্পকৰ্মত আপ্লুত হৈ অভিনেতাগৰাকী শব্দহীন হৈ পৰিছে ৷  তেওঁৰ প্ৰতি মানুহে দেখুওৱা প্ৰেমৰ বাবে অভিভূত  হৈছে তেওঁ ৷ লগতে ৮৭,০০০ বৰ্গফুটৰ সৰ্ববৃহৎ আল্পনা সৃষ্টি কৰি বিশ্ব অভিলেখ গঢ়িবলৈ খোজ প্ৰসাৰিত কৰা সোলাপুৰৰ বিপুলক ধন্যবাদ জনাই তেওঁ কয় যে  শিল্পী গৰাকীৰ এই শিল্প কৰ্মক লৈ তেওঁ গৰ্বিত ৷

উল্লেখনীয় যে অভিনেতা গৰাকীৰ প্ৰতিকৃতিৰ এই আল্পনাই এতিয়া প্ৰতিদিনে হাজাৰ হাজাৰ দৰ্শনাৰ্থীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ক’ভিড লকডাউনৰ সময়ত প্ৰব্ৰজনকাৰীক নিজৰ ঘৰলৈ যোৱাত সহায় কৰাৰ পৰাই আৰম্ভ হৈছিল  ছুড চেৰিটি ফাউণ্ডেশ্যনৰ সমাজহিতৈশী  কাম আৰু এতিয়া জনস্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰখনতো নামি পৰিছে জনপ্ৰিয় অভিনেতা গৰাকী।

অৱশ্যে সমান্তৰালভাৱে তেওঁ এৰি দিয়া নাই অভিনয়ো ৷  পৰৱৰ্তী সময়ত তেওঁক দেখা যাব বাস্তৱ কাহিনীৰ আধাৰত তৈয়াৰী  হাই অক্টেন একচন ছিকুৱেন্সৰ ছবি ‘ফাতেহ’ত।একচন-থ্ৰিলাৰখনৰ নেতৃত্ব দিছে অভিনন্দন গুপ্তাই, যিয়ে ইয়াৰ পূৰ্বে ‘বাজীৰাও মস্তানী’ আৰু ‘শ্বামছেৰা’ৰ দৰে ছবিত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।‘ফাতেহ’ৰ পিছত চনু সুডে আৰম্ভ কৰিব  আন এখন চিনেমা ‘কিছান’ৰ কাম ।

Previous Post

‘প্ৰথমে কীৰৱাণী এগৰাকী মহান সংগীতজ্ঞ, তেওঁক তুচ্ছজ্ঞান কৰা হৈছিল’

Next Post

অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?

Related Posts

বিয়াৰ পাছত ২৭ বছৰ ধৰি স্বামীৰ পৰা কিয় পৃথকে বাস কৰে অলকা য়াগনিকে ?
মনোৰঞ্জন

বিয়াৰ পাছত ২৭ বছৰ ধৰি স্বামীৰ পৰা কিয় পৃথকে বাস কৰে অলকা য়াগনিকে ?

March 21, 2023
আহি আছে ‘পুষ্পা: দ্যা ৰুল ‘, আল্লু অর্জুনৰ ওপজা দিনত মুকলি কৰিব টিজাৰ
মনোৰঞ্জন

আহি আছে ‘পুষ্পা: দ্যা ৰুল ‘, আল্লু অর্জুনৰ ওপজা দিনত মুকলি কৰিব টিজাৰ

March 21, 2023
অসহ্য যন্ত্ৰণা, অমিতাভৰ শৰীৰত নতুন ৰোগ! নিশাই বাসগৃহলৈ মাতি অনা হ’ল চিকিৎসকক
মনোৰঞ্জন

অসহ্য যন্ত্ৰণা, অমিতাভৰ শৰীৰত নতুন ৰোগ! নিশাই বাসগৃহলৈ মাতি অনা হ’ল চিকিৎসকক

March 20, 2023
হলিউডত চুক্তিবদ্ধ হ’ব নেকি ৰাম চৰণ, কি নতুন ছবিত অভিনয় কৰিব তাৰকাজনে ?
মনোৰঞ্জন

হলিউডত চুক্তিবদ্ধ হ’ব নেকি ৰাম চৰণ, কি নতুন ছবিত অভিনয় কৰিব তাৰকাজনে ?

March 18, 2023
চাহ উদ্যোগৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰৰ বাজেটে, চৰকাৰৰ পদক্ষেপক প্ৰশংসা নেটাৰ
মনোৰঞ্জন

চাহ উদ্যোগৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰৰ বাজেটে, চৰকাৰৰ পদক্ষেপক প্ৰশংসা নেটাৰ

March 17, 2023
ঐশ্বৰ্যই ইনষ্টাগ্ৰামত মাত্ৰ এজন ব্যক্তিক অনুসৰণ কৰে! তেওঁ কোন, অনুমান কৰিব পাৰিবনে?
মনোৰঞ্জন

ঐশ্বৰ্যই ইনষ্টাগ্ৰামত মাত্ৰ এজন ব্যক্তিক অনুসৰণ কৰে! তেওঁ কোন, অনুমান কৰিব পাৰিবনে?

March 17, 2023
Next Post
অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?

অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7