VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘প্ৰথমে কীৰৱাণী এগৰাকী মহান সংগীতজ্ঞ, তেওঁক তুচ্ছজ্ঞান কৰা হৈছিল’

স্বনামধন্য সুৰকাৰ এম.এম.কীৰৱাণীৰ অতীতৰ বিষয়ে কি ক’লে মহান সংগীতজ্ঞ এ.আৰ.ৰহমানে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 28, 2023
in সংস্কৃতি
‘প্ৰথমে কীৰৱাণী এগৰাকী মহান সংগীতজ্ঞ, তেওঁক তুচ্ছজ্ঞান কৰা হৈছিল’
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ত  সমগ্ৰ বিশ্বৰ সংগীত জগতৰ এটা পৰিচিত নাম সুৰকাৰ এম এম কীৰৱাণী ৷ ৰাজামৌলিৰ ‘আৰ আৰ আৰ’ৰ  নাটু নাটু  শীৰ্ষক গীতটো ৰচনা কৰা ভাৰতীয় চলচ্চিত্ৰ জগতৰ এজন স্বনামধন্য সুৰকাৰ এম এম কীৰৱাণীয়ে   শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত অস্কাৰৰ প্ৰতিযোগিতাত  প্ৰৱেশ কৰিছে।

ছবিখনৰ ‘নাটু নাটু  ‘ গীতটিয়ে ইতিহাসৰ ৰচনা  কৰাৰ লগতে  এই ছবিখনেও মনোৰঞ্জন জগতৰ কেইবাটাও  সন্মানীয় বঁটা লাভ কৰিবলৈকো সক্ষম হৈছে। গোল্ডেন গ্ল’বছত শ্ৰেষ্ঠ মৌলিক গীতৰ স্বীকৃতি লাভ কৰাৰ পিছত ‘আৰ আৰ আৰে’ শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ সমালোচকৰ পছন্দ বঁটাও লাভ কৰে। লগতে নাটু নাটু ৰ বাবে ছবিখনে লাভ কৰে শ্ৰেষ্ঠ গীতৰ বঁটা।

কিন্তু ভাৰতৰ এজন আগশাৰীৰ সংগীতজ্ঞ এ আৰ ৰহমানে শেহতীয়াকৈ এক সাক্ষাৎকাৰত পূৰ্বৰ কিছু কথা স্মৰণ কৰি কয় যে এটা সময় আছিল  যেতিয়া কীৰৱণীয়ে সংগীত ত্যাগ কৰিব বিচাৰিছিল কিন্তু  এতিয়া সেই একেখন  ক্ষেত্ৰতে তেওঁক এইবাৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ’ব। তেওঁ ক’লে যে প্থমতে  কীৰৱানী এগৰাকী মহান সংগীতজ্ঞ।কিন্তু  তেওঁক তুচ্ছজ্ঞান কৰা হৈছিল আৰু বিড়ম্বনাৰ কথা যে  জীৱন এনেকুৱাই ৷ ই এটা ডাঙৰ গল্প। সংগীতজ্ঞ গৰাকীয়ে ভাৱে যে  যদিও তেওঁ   এইটো  কিমান দূৰ সঁচা  নাজানে  যে কীৰৱাণীয়ে সংগীত এৰি ২০১৫ চনত অৱসৰ ল’ব বিচাৰিছিল আৰু তেতিয়াই প্ৰকৃতাৰ্থত তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল। গতিকে যিয়েই ভাবিব যে তেওঁৰ জীৱন শেষ হ’ল, হয়তো সেইখিনিতে তেওঁ জীয়াই থাকিবলৈ আৰম্ভ কৰিব লাগিব। এইটো এটা ডাঙৰ উদাহৰণ। তেওঁ তেওঁৰ সন্তানকো সদায় এই কথা কয় যে  ৩৫ বছৰ ধৰি কাম কৰা সেই ভদ্ৰলোকজনে চাকৰি এৰিব বিচাৰিছিল যদিও তাৰ পিছত সঁচাকৈয়ে সেই সময়তে তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল ৷

অৱশ্যে এজন মহান সংগীতজ্ঞৰ হৈ ভাৰতৰ আন এগৰাকী মহান সংগীতজ্ঞই কোৱা এই কথাখিনিয়ে আন বহুতকো অনুপ্ৰাণিত কৰিব ৷ জীৱন বাটত ৰৈ যাব খোজা বহুজনেই হয়তো সংগীতজ্ঞ গৰাকীৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিজৰ জীৱন আৰম্ভ কৰিব পূৰ্ণোদ্যমে ৰৈ যাব খোজা শেষ বিন্দুটোৰ পৰাই ৷

Previous Post

এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও

Next Post

মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি

Related Posts

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া “গজ উৎসৱ” উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে
সংস্কৃতি

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া “গজ উৎসৱ” উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

March 25, 2023
২৩মাৰ্চ ২০২৩ তাৰিখে  বিষ্ণু নিৰ্মলা ভৱনত  ‘চিত্ৰাংগদা’ আৰু ‘বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চ সাংস্কৃতিক সংস্থা’ৰ  বিশেষ অনুষ্ঠান
সংস্কৃতি

২৩মাৰ্চ ২০২৩ তাৰিখে  বিষ্ণু নিৰ্মলা ভৱনত  ‘চিত্ৰাংগদা’ আৰু ‘বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চ সাংস্কৃতিক সংস্থা’ৰ বিশেষ অনুষ্ঠান

March 24, 2023
তিনিগৰাকী অসমীয়াই ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে ‘পদ্মশ্ৰী’ সন্মান
সংস্কৃতি

তিনিগৰাকী অসমীয়াই ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে ‘পদ্মশ্ৰী’ সন্মান

March 23, 2023
চৌদিশে বসন্তৰ আগজাননী , ফাগুন তোমাক জঁনালো আমন্ত্ৰণী
সংস্কৃতি

চৌদিশে বসন্তৰ আগজাননী , ফাগুন তোমাক জঁনালো আমন্ত্ৰণী

February 27, 2023
শিল গুটি দলিয়াই পুষ্পাঞ্জলি দিয়া ‘ঢেল খোৱা শিৱ মন্দিৰ’ টো ক’ত আছে জানেনে ?
সংস্কৃতি

শিল গুটি দলিয়াই পুষ্পাঞ্জলি দিয়া ‘ঢেল খোৱা শিৱ মন্দিৰ’ টো ক’ত আছে জানেনে ?

February 18, 2023
আজি ‘আলি-আয়ে-লৃগাং’। মিচিং সকলৰ ঋতুকালীন উৎসৱ আলি-আয়ে-লৃগাং
সংস্কৃতি

আজি ‘আলি-আয়ে-লৃগাং’। মিচিং সকলৰ ঋতুকালীন উৎসৱ আলি-আয়ে-লৃগাং

February 15, 2023
Next Post
মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি

মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7