VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আকৌ ছবি পৰিচানালৈ ওভতি আহিছে অনুৰাগঃ‘লাইফ ইন এ মেট্ৰ’’ৰ আধাৰত নতুন কাহিনী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 7, 2022
in মনোৰঞ্জন
আকৌ ছবি পৰিচানালৈ ওভতি আহিছে অনুৰাগঃ‘লাইফ ইন এ মেট্ৰ’’ৰ আধাৰত নতুন কাহিনী
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

নটা চৰিত্ৰ। নগৰীয়া জীৱনৰ মাজত তেওঁলোকৰ প্ৰত্যেকৰে লগত এটা সম্পর্ক গঢ় লৈ উঠে। এনে প্ৰেক্ষাপটত ২০০৭ চনত মুক্তি লাভ কৰে ‘লাইফ ইন এ মেট্ৰ’ ছবিখন। পৰিচালক অনুৰাগ বসু। আকৌ এবাৰ তেওঁ চহৰীয়া জীৱনৰ প্ৰেক্ষাপটত ছবি নির্মাণ কৰিবলৈ  সাজু হৈছে। ছবিখনৰ নাম ‘মেট্ৰ’…ইন ডিনো’। এই ছবিখনত ছাৰা আলী খান আৰু আদিত্য ৰায় কাপুৰে অভিনয় কৰিছে।

অনুৰাগৰ নিজা প্ৰডাকচন কোম্পানীৰ সৈতে মিলি ভূষণ কুমাৰে এই ছবিখন নিৰ্মাণ কৰিছে। ছাৰা-আদিত্যৰ উপৰিও ছবিখনত অভিনয় কৰিছে— অনুপম খেৰ, নীনা গুপ্তা, পংকজ ত্ৰিপাঠী, কংকনা সেন শৰ্মা, আলী ফজল আৰু ফাতিমা চানা শ্বেখৰ দৰে তাৰকাই । ছবিখনৰ সংগীতৰ দায়িত্বত আছে প্ৰীতম। বুধবাৰে ছবিখনৰ কথা ঘোষণা কৰে নিৰ্মাতাসকলে।

অনুৰাগৰ অন্তিমখন ছবি ‘লুডো’ মুক্তি লাভ কৰিছিল অ’টিটিত। নতুন ছবিখনৰ সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়, “বহুদিন ধৰি এনে কাহিনী নিৰ্মাণ কৰি আহিছো। ইয়াৰ বাহিৰেও আজিৰ সমাজত এই কাহিনীটো অতি প্ৰাসংগিক। “ উদ্যোগটোৰ এটা অংশৰ মতে নতুন প্ৰেক্ষাপটত নতুন কাহিনীৰে এই ছবিখন নিৰ্মাণ কৰা হ’ব। সাদৃশ্য কেৱল ইয়াৰ গঠনতহে আছে।

উল্লেখযোগ্য যে ‘লাইফ ইন এ মেট্ৰ’ ছবিখনত শিল্পা শ্বেট্টী, কে কে মেনন, শ্বাইনী আহুজা, কংগনা ৰানাৱত, ইৰফান খান আদিয়ে গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয়  কৰিছিল। পূৰ্বৰ ছবিখনৰ দৰেই এইবাৰো অভিনয় কৰিছে  কংকনা সেনশৰ্মা।

Previous Post

দিল্লী পৌৰ সভা নির্বাচনত আপৰ জয়, অন্ত পৰিল বিজেপিৰ ১৫ বছৰীয়া শাসন

Next Post

এনে এটা পাগুৰি যিটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ গধূৰ

Related Posts

“ক্ৰিকেটাৰৰ সিতে  বিয়াত বহাত মোৰ কোনো  অসুবিধা নাই “! অৱশেষত ছাৰাই শুভমনৰ লগত প্ৰেম স্বীকাৰ কৰিলে নেকি?
মনোৰঞ্জন

“ক্ৰিকেটাৰৰ সিতে বিয়াত বহাত মোৰ কোনো অসুবিধা নাই “! অৱশেষত ছাৰাই শুভমনৰ লগত প্ৰেম স্বীকাৰ কৰিলে নেকি?

June 8, 2023
আদিপুৰুষৰ পাছত এইবাৰ বলিউডত নির্মাণ হ’ব ৰামায়ণৰ কাহিনী, ৰণবীৰ কাপুৰৰ বিপৰীতে সীতাৰ ভুমিকাত অভিনয় কৰিব এইগৰাকী অভিনেত্ৰীয়ে !!
মনোৰঞ্জন

আদিপুৰুষৰ পাছত এইবাৰ বলিউডত নির্মাণ হ’ব ৰামায়ণৰ কাহিনী, ৰণবীৰ কাপুৰৰ বিপৰীতে সীতাৰ ভুমিকাত অভিনয় কৰিব এইগৰাকী অভিনেত্ৰীয়ে !!

June 8, 2023
অৱশেষত প্ৰেমত ছীল!  ছছিয়েল মিডিয়াত ভাইৰেল বিজয় বাৰ্মাই-তমন্না ভাটিয়াৰ ফটো
মনোৰঞ্জন

অৱশেষত প্ৰেমত ছীল! ছছিয়েল মিডিয়াত ভাইৰেল বিজয় বাৰ্মাই-তমন্না ভাটিয়াৰ ফটো

June 7, 2023
‘কেৰালা ষ্টৰী’ৰ পিছত এইবাৰ ‘আজমীৰ ৯২’! কিয় নিষিদ্ধ কৰিবলৈ আহ্বান  মুছলমান সংগঠনৰ ?
মনোৰঞ্জন

‘কেৰালা ষ্টৰী’ৰ পিছত এইবাৰ ‘আজমীৰ ৯২’! কিয় নিষিদ্ধ কৰিবলৈ আহ্বান মুছলমান সংগঠনৰ ?

June 6, 2023
খুল্লাম খুল্লা পেয়াৰ কৰেংগে- গোৱাত  কাৰ সৈতে ছুটী কটালে  অমিতাভৰ নাতিনী নব্যাই
মনোৰঞ্জন

খুল্লাম খুল্লা পেয়াৰ কৰেংগে- গোৱাত কাৰ সৈতে ছুটী কটালে অমিতাভৰ নাতিনী নব্যাই

June 5, 2023
১৯০ কোটিৰ নতুন ঘৰ! উৰ্বশীয়ে মনে মনে সলালে বাসস্থান
মনোৰঞ্জন

১৯০ কোটিৰ নতুন ঘৰ! উৰ্বশীয়ে মনে মনে সলালে বাসস্থান

June 2, 2023
Next Post
এনে এটা পাগুৰি যিটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ গধূৰ

এনে এটা পাগুৰি যিটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ গধূৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7