VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দিল্লী পৌৰ সভা নির্বাচনত আপৰ জয়, অন্ত পৰিল বিজেপিৰ ১৫ বছৰীয়া শাসন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 7, 2022
in ৰাজনীতি
দিল্লী পৌৰ সভা নির্বাচনত আপৰ জয়, অন্ত পৰিল বিজেপিৰ ১৫ বছৰীয়া শাসন
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপে দিল্লী পৌৰ নিগমৰ নির্বাচনত বৃহৎ বিজয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ নিগমৰ ২৫০ খন আসনৰ ভিতৰত ১৩৩খন আসন পৌৰ নিগমত বিজেপিৰ  ১৫ বছৰীয়া  শাসনৰ অন্ত পৰিল ৷  কংগ্ৰেছে ৯ খন আসন লাভ কৰিছে ৷ ২০১৭ চনৰ এমচিডি নিৰ্বাচনত মুঠ ২৭২টা ৱাৰ্ডৰ ভিতৰত ১৮১টা ৱাৰ্ডত বিজেপিয়ে জয়লাভ কৰাৰ বিপৰীতে আপে মাত্ৰ ৪৮টা ৱাৰ্ড লাভ কৰিছিল ৷  কংগ্ৰেছে ৩০টা ৱাৰ্ডৰে তৃতীয় স্থান লাভ কৰিছিল।

আজি বিজয় সাৱ্যস্ত কৰাৰ পাছতে আপৰ কাৰ্যালয়ত সমর্থকসকলৰ মাজত ব্যাপক উচাহ পৰিলক্ষিত হয় ৷ আশা কৰাতকৈয়ো অধিক আসন এইবাৰ আপে লাভ কৰিবলৈ সক্ষম হৈছে ৷

বিগত ২৪ বছৰত বিজেপিয়ে দিল্লীত ৰাজ্য চৰকাৰ গঠন কৰা নাই, তথাপিও কংগ্ৰেছ আৰু আপ চৰকাৰৰ দিনতো এমচিডিৰ জৰিয়তে বিজেপিৰ নিয়ন্ত্ৰণ শক্তিশালী হৈয়েই আছে। আনকি ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত আপে ৭০খন আসনৰ ভিতৰত ৬৭খন আসনত জয় লাভ কৰি  অভিলেখ সৃষ্টি কৰিছিল ৷ তৎসত্বেও দুবছৰৰ পাছতো বিজেপিয়ে এমচিডিক নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছিল ৷ পৌৰ নিগম নিজৰ নিজৰ দখললৈ নিবলৈ দুয়োটা দলে আপ্ৰাণ চেষ্টা কৰিছিল ৷ দুয়োটাই পৃথক পৃথক বিষয়ক লৈ ভোটাৰক আকর্ষিত কৰিবলৈ চেষ্টা কৰিছিল ৷ ইয়াৰ মাজতে আজি আপে দখল কৰে দিল্লী পৌৰ সভাও ৷

 

Previous Post

মৰক্কোক বিজয়ী কৰি নায়কত পৰিণত গ’লৰক্ষক ইয়াছিন বোনোৰ বিষয়ে জানেনে ? নিজে জন্মলাভ কৰা দেশৰ বিৰুদ্ধে মৰক্কোৰ হৈ কিয় খেলিছিল তেওঁ ?

Next Post

আকৌ ছবি পৰিচানালৈ ওভতি আহিছে অনুৰাগঃ‘লাইফ ইন এ মেট্ৰ’’ৰ আধাৰত নতুন কাহিনী

Related Posts

কেন্দ্ৰীয় মন্ত্ৰীত্ব হেৰুৱাব ৰামেশ্বৰ তেলীয়ে !! সন্মুখত চাৰিখন ডাঙৰ ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচনক লৈ তৎপৰ বিজেপিয়ে কৰিব সালসলনি
ৰাজনীতি

কেন্দ্ৰীয় মন্ত্ৰীত্ব হেৰুৱাব ৰামেশ্বৰ তেলীয়ে !! সন্মুখত চাৰিখন ডাঙৰ ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচনক লৈ তৎপৰ বিজেপিয়ে কৰিব সালসলনি

June 8, 2023
‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ
ৰাজনীতি

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল
ৰাজনীতি

ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল

June 1, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !
ৰাজনীতি

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত
ৰাজনীতি

সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত

May 27, 2023
অনিমন্ত্ৰিত ৰাষ্ট্ৰপতি মুর্মুঃ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৯টা বিৰোধী দলে বর্জন কৰিব নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান
ৰাজনীতি

বিৰোধীয়ে বর্জন কৰিলেও মোদীৰ সংসদ ভৱন উদ্বোধনী অনুষ্ঠানত থাকিব ১৭ টা ৰাজনৈতিক দল

May 25, 2023
Next Post
আকৌ ছবি পৰিচানালৈ ওভতি আহিছে অনুৰাগঃ‘লাইফ ইন এ মেট্ৰ’’ৰ আধাৰত নতুন কাহিনী

আকৌ ছবি পৰিচানালৈ ওভতি আহিছে অনুৰাগঃ‘লাইফ ইন এ মেট্ৰ’’ৰ আধাৰত নতুন কাহিনী

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7