VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি চকলেট ডে’—কঠোৰ খাদ্যাভাসৰ মাজতো বলিউডৰ কোন পাঁচ তাৰকাই চকলেট খায় ভাল পায় আপুনি জানেনে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 9, 2023
in মনোৰঞ্জন
আজি চকলেট ডে’—কঠোৰ খাদ্যাভাসৰ মাজতো বলিউডৰ কোন পাঁচ তাৰকাই চকলেট খায় ভাল পায় আপুনি জানেনে ?
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

ফেব্ৰুৱাৰী মাহ প্ৰেমৰ মাহ।  চলি আছে প্ৰেমৰ সপ্তাহ। গোলাপ ফুল দিয়াৰ পৰা আৰম্ভ কৰি আলিংগণ দিৱসলৈকে — প্ৰেমৰ উদযাপন পূৰ্ণগতিত চলি আছে। এই খণ্ডটোৰ এটা মধুৰ দিন হ’ল ‘চকলেট দিৱস’। কিন্তু যিসকলে চকলেট খাই ভাল পায় তেওঁলোকৰ বাবে চকলেট খোৱাৰ কোনো দিন নাই ৷ বলীউডৰ তাৰকাও এই তালিকাত আছে। বলীউডৰ অভিনেতা মানে কঠোৰ খাদ্যাভ্যাস আৰু নিয়মীয়া ব্যায়াম। মিঠাজাতীয় সামগ্ৰীৰে তেওঁলোকৰ চিৰন্তন শত্ৰুতা। বহুতে নাজানে যে তেওঁলোকে কঠোৰ ডায়েটৰ মাজতো চকলেটত খায়। কঠোৰ খাদ্যভ্যাসৰ মাজতো চকলেটৰ লোভ সামৰিব নোৱাৰা বলি্উডৰ তাৰকাসকল কোন কোন জানেনে ?

 

দীপিকা পাডুকন

দীপিকাৰ  ফিটনেছ পুৰুষ-মহিলা বহুতৰে বাবে প্ৰেৰণা। কিন্তু চকলেটৰ প্ৰতি দীপিকাৰ প্ৰেম অন্তহীন। এক সাক্ষাৎকাৰত তেওঁ কয় যে চকলেট সদায় তেওঁৰ বেগত থাকে। মন বেয়া লাগিলেই চকলেট খোৱাটো তেওঁৰ অভ্যাস ৷

ৰণবীৰ সিং

পত্নী দীপিকাৰ দৰে ৰণবীৰেও চকলেট খাবলৈ ভাল পায়। নিয়মীয়া খাদ্য আৰু ব্যায়ামৰ দৰে চকলেট খোৱাটোও তেওঁৰ দৈনন্দিন জীৱনৰ অংশ। বহু দিন আহিছে যেতিয়া তেওঁ কেৱল চকলেটহে খাইছিল। চকলেট মিল্কশ্বেক তেওঁৰ অন্যতম প্ৰিয় খাদ্য।

কৰীনা কাপুৰ খান

বলিউডৰ এগৰাকী ফিটনেছ সচেতন নায়িকা হৈছে কৰীণা। দুটা সন্তান জন্ম হোৱাৰ পিছত কিছুদিন পিছতে পুনৰ আগৰ ৰূপলৈ তেওঁ ঘূৰি আহিছে ৷ কঠোৰ খাদ্য নিয়ন্ত্ৰণৰ মাজতো তেওঁ মাজে মাজে চকলেট খায় ৷ এক সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁ অকলেই এবাৰ  ভগ্নী কৰিশ্মা কাপুৰে বনোৱা এটা সম্পূৰ্ণ চকলেট কেক খাইছিল।

শিল্পা শ্বেট্টী

শিল্পা শ্বেট্টীৰ ফিটনেছ বলিউডৰ অন্যতম চৰ্চা। ৪০ বছৰৰ পাছতো এনে আকর্ষণীয় ৰূপৰ আঁৰত  আছে কঠোৰ খাদ্যাভ্যাস । কিন্তু এই সকলোবোৰৰ মাজতে শিল্পাই চকলেট খাই ভাল পায় । আইচক্ৰীমৰ পৰা আৰম্ভ কৰি চকলেট কুকিজলৈকে – সন্মুখত থাকিলে নোখোৱাকৈ থাকিব নোৱাৰে শিল্পা ৷

সোণম কাপুৰ

সোণম কাপুৰে স্বীকাৰ কৰিছে যে তেওঁ মিঠাই খাই ভাল পায়। কিন্তু চকলেট তেওঁৰ অন্যতম প্ৰিয় খাদ্য। শ্বুটিঙৰ সময়ত তেওঁ প্ৰায়ে  চকলেটে খাই ৷কেতিয়াবা নিজ হাতেৰে চকলেট কুকিজ বনায় বুলিও তেওঁ প্ৰকাশ কৰিছে ।

৷

Previous Post

টেষ্টৰ পূর্বে বিতৰ্কত ভাৰতীয় ক্ৰিকেট! নিয়ম ভংগ কৰি টেষ্ট দললৈ আদৰি সূর্যকুমাৰক টুপী প্ৰদান কৰিলে দলৰ বাহিৰৰ ব্যক্তিয়ে

Next Post

বিশ্বৰ সকলোতকৈ ধনী দেশ,য’ত সাধাৰণ কৰ্মচাৰীয়ে ও লাভ কৰে মোটা পৰিমাণৰ ধন

Related Posts

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো  কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?
মনোৰঞ্জন

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?

March 31, 2023
অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত  অভিনয় কৰিব বাণী কাপুৰে
মনোৰঞ্জন

অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত অভিনয় কৰিব বাণী কাপুৰে

March 30, 2023
পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?
মনোৰঞ্জন

পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?

March 29, 2023
কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ
মনোৰঞ্জন

কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ

March 28, 2023
ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত
মনোৰঞ্জন

ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত

March 27, 2023
কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?
মনোৰঞ্জন

কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?

March 25, 2023
Next Post
বিশ্বৰ সকলোতকৈ ধনী দেশ,য’ত সাধাৰণ কৰ্মচাৰীয়ে ও লাভ কৰে মোটা পৰিমাণৰ ধন

বিশ্বৰ সকলোতকৈ ধনী দেশ,য’ত সাধাৰণ কৰ্মচাৰীয়ে ও লাভ কৰে মোটা পৰিমাণৰ ধন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7