VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

চাৰিদিনতে দিনতে ১৫০ কোটি টকা উপাৰ্জন কৰি ৰজনীকান্তৰ নতুন ছবি ‘আন্নাথে’ৰ অভিলেখ

 ৪ নৱেম্বৰত দেশৰ প্ৰায় ১০০০ খন স্ক্ৰীণত  মুকলি হৈছিল ‘আন্নাথে’

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 8, 2021
in মনোৰঞ্জন, মুখ্য সংবাদ
চাৰিদিনতে দিনতে ১৫০ কোটি টকা উপাৰ্জন কৰি  ৰজনীকান্তৰ নতুন ছবি ‘আন্নাথে’ৰ অভিলেখ
0
SHARES
0
VIEWS
Share on FacebookShare on Twitter

দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তৰ সদ্য মুক্তি প্ৰাপ্ত ছবিয়ে  ইতিমধ্যে  চাৰিদিনতেই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ ৪ নৱেম্বৰত অৰ্থাৎ দেৱালীৰ দিনা মুক্তি পোৱা ‘আন্নাথে’ নামৰ ছবিখন ছবি সমালোচক বা দৰ্শকৰ দৃষ্টিত উৎকৃষ্ট মানৰ ছবি হিচাপে অভিহিত নহ’লেও সমগ্ৰ বিশ্বৰ বক্স অফিচতে জনপ্ৰিয়তা অৰ্জন কৰি ছবিখনে   ১৫০ কোটি টকা উপাৰ্জন কৰি  ছবি জগতক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷  ৪ নৱেম্বৰত দেশৰ প্ৰায় ১০০০ খন স্ক্ৰীণত ‘আন্নাথে’ মুকলি হৈছিল৷ কেৱল তামিলনাডুতেই ছবিখনে ৬০কোটিতকৈয়ো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷

ছবি জগতত খলকনি তোলা ‘আন্নাথে’ নামৰ এই ছবি  খনত মূখ্য চৰিত্ৰত ৰজনীকান্তে অভিনয় কৰাৰ লগতে আন এটা গুৰুত্ব পূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে  আন এগৰাকী জনপ্ৰিয়  অভিনেতা কীৰ্তি সুৰেশে৷

Previous Post

অনাথ সকলৰ নামত সমগ্ৰ বিশ্বত উদযাপিত এটা বিশেষ দিন

Next Post

ডব্লিউ টি টি কণ্টেণ্ডাৰ প্ৰতিযোগিতাত ভাৰতৰ মণিকা বাট্ৰাৰ ব্ৰঞ্জৰ পদক লাভ

Related Posts

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই
মুখ্য সংবাদ

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ
মুখ্য সংবাদ

ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ

May 18, 2022
কন্যা হত্যাৰ গোচৰত অভিযুক্ত  ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত
মুখ্য সংবাদ

কন্যা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত

May 18, 2022
২০২২ বৰ্ষৰ  ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব মালাইকা আৰু অৰ্জুন
মনোৰঞ্জন

২০২২ বৰ্ষৰ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব মালাইকা আৰু অৰ্জুন

May 18, 2022
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি
মুখ্য সংবাদ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি

May 18, 2022
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়
মুখ্য সংবাদ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়

May 18, 2022
Next Post
ডব্লিউ টি টি কণ্টেণ্ডাৰ প্ৰতিযোগিতাত ভাৰতৰ মণিকা বাট্ৰাৰ ব্ৰঞ্জৰ পদক লাভ

ডব্লিউ টি টি কণ্টেণ্ডাৰ প্ৰতিযোগিতাত ভাৰতৰ মণিকা বাট্ৰাৰ ব্ৰঞ্জৰ পদক লাভ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7