VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কাটাৰ বিশ্বকাপত নৃত্যানুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা ওলোটাকৈ প্ৰদর্শন কৰি বিতর্কৰ আৱর্তত নোৰা ফাটেহী, চাওঁক ভিডিআ’

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 2, 2022
in মনোৰঞ্জন
কাটাৰ বিশ্বকাপত নৃত্যানুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা ওলোটাকৈ প্ৰদর্শন  কৰি বিতর্কৰ আৱর্তত নোৰা ফাটেহী, চাওঁক ভিডিআ’
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

কাটাৰত অনুষ্ঠিত বিশ্বকাপত বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী নোৰা ফাতেহীৰ অনুষ্ঠান চাবলৈ আগ্ৰহী হৈ পৰিছিল দেশবাসী। বিশ্বকাপৰ মুকলি আৰু সামৰণি অনুষ্ঠানত প্ৰথমবাৰৰ বাবে বলীউডৰ তাৰকাক নৃত্যৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। কিন্তু বিশ্বকাপৰ অনুষ্ঠানত নোৰাই কৰা কর্মকাণ্ডই লজ্জ্বানত কৰিলে দেশবাসীক ৷  নৃত্যানুষ্ঠানৰ শেষত  নোৰাই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা মঞ্চত ওলোটাকৈ প্ৰদর্শন কৰাক লৈ বিতর্কৰ সূচনা হৈছে ৷ ছছিয়েল মিডিয়াত অভিনেত্ৰী গৰাকীক এই কার্যৰ বাবে তীব্ৰ গৰিহণা দিয়া হৈছে ৷

Nora Fatehi makes India proud at FIFA World Cup.#nora #norafatehi #norafatehisexy #actor #hotactor #dancer #fifa #fifaworldcup2022 #fashion #style #reelkarofeelkaro #instareels #instagood #reelinstagram #viralreel #trendingreels pic.twitter.com/kn2suYUcIO

— BTown Ki Billi (@BtownKi) December 1, 2022

১ ডিচেম্বৰত  নেট ৱৰ্ল্ডত প্ৰচাৰ হোৱা এটা ভিডিঅ’ত নোৰাই  মঞ্চৰ সন্মুখলৈ আহি ৰাষ্ট্ৰীয় পতাকা তুলি ধৰে ৷ তেওঁ ৰাষ্ট্ৰীয় পতাকাখন ওলোটাকৈ ধৰি  এবাৰ ওপৰলৈ , এবাৰ তললৈ  দাঙি ধৰে ৷ ইয়াৰ পাছতে ছছিয়েল মিডিয়াত সকলোৱে নোৰাক গৰিহণা দিয়ে ৷ কিছুদিন পূৰ্বে ফিফা বিশ্বকাপ গ্ৰেণ্ড ফেন ফেষ্টিভেলৰ বাবে প্ৰস্তুতি চলোৱাত ব্যস্ত দেখা গৈছিল নোৰা।

উল্লেখ্য যে নোৰাক শেষবাৰৰ বাবে দেখা গৈছিল থেংক গড নামৰ ছবিত। অনাগত দিনত জন আব্ৰাহাম, ৰিতেশ দেশমুখ আৰু শ্বেহনাজ গিলৰ সৈতে ‘হাণ্ড্ৰেড পাৰ্চেণ্ট’ ছবিত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব নোৰাক।

 

Previous Post

“হয়, মই শ্ৰদ্ধাক হত্যা কৰিছো “- নার্কো টেষ্টত কি কি স্বীকাৰ কৰিলে আফতাবে ?

Next Post

বাওঁহাতৰ অনামিকা আঙুলিতহে বিয়াৰ আঙঠি কিয় পিন্ধোৱা হয় ? কোন দেশত কি বিশ্বাস কৰা হয় !!

Related Posts

সুমিত সাগৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল কণ্ঠশিল্পী গীতালি দেৱী
মনোৰঞ্জন

সুমিত সাগৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল কণ্ঠশিল্পী গীতালি দেৱী

November 28, 2023
মুক্তিৰ পাছতে জনপ্ৰিয়তা লাভ কৰিছে ৰঙাটাপু-১৯৮২, মুক্তিৰ প্ৰথম দিনটোতে উপার্জন ৮.৫ লাখ
মনোৰঞ্জন

মুক্তিৰ পাছতে জনপ্ৰিয়তা লাভ কৰিছে ৰঙাটাপু-১৯৮২, মুক্তিৰ প্ৰথম দিনটোতে উপার্জন ৮.৫ লাখ

November 26, 2023
ভাগ হ’ব নেকি বচ্চন পৰিয়ালৰ সম্পত্তি ? কাৰ নামত অমিতাভ বচ্চনে লিখি দিলে বাংলো প্ৰতীক্ষা
মনোৰঞ্জন

ভাগ হ’ব নেকি বচ্চন পৰিয়ালৰ সম্পত্তি ? কাৰ নামত অমিতাভ বচ্চনে লিখি দিলে বাংলো প্ৰতীক্ষা

November 25, 2023
বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী চুমি বৰা-ফটোগ্ৰাফাৰ তার্কিক বৰা, ৰাজস্থানৰ উদয়পুৰৰ বিলাসী হোটেলত ডেষ্টিনেচন ৱেডিং
মনোৰঞ্জন

বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী চুমি বৰা-ফটোগ্ৰাফাৰ তার্কিক বৰা, ৰাজস্থানৰ উদয়পুৰৰ বিলাসী হোটেলত ডেষ্টিনেচন ৱেডিং

November 25, 2023
ঐশ্বৰ্যৰ লগত বচ্চন পৰিয়ালৰ তিক্ততা চৰম পর্যায়ত নেকি? অমিতাভে নাতিনীয়েক আৰাধ্যাক নজনালে  জন্মদিনৰ শুভেচ্ছা!
মনোৰঞ্জন

ঐশ্বৰ্যৰ লগত বচ্চন পৰিয়ালৰ তিক্ততা চৰম পর্যায়ত নেকি? অমিতাভে নাতিনীয়েক আৰাধ্যাক নজনালে জন্মদিনৰ শুভেচ্ছা!

November 18, 2023
চলচ্চিত্ৰ পৰিচালক হেমেন দাসৰ দেহাৱসান, যুঁজ ছবিৰ বাবে লাভ কৰিছিল ৰজত কমল বঁটা
মনোৰঞ্জন

চলচ্চিত্ৰ পৰিচালক হেমেন দাসৰ দেহাৱসান, যুঁজ ছবিৰ বাবে লাভ কৰিছিল ৰজত কমল বঁটা

November 17, 2023
Next Post
বাওঁহাতৰ অনামিকা আঙুলিতহে বিয়াৰ আঙঠি  কিয় পিন্ধোৱা হয় ? কোন দেশত কি বিশ্বাস কৰা হয় !!

বাওঁহাতৰ অনামিকা আঙুলিতহে বিয়াৰ আঙঠি কিয় পিন্ধোৱা হয় ? কোন দেশত কি বিশ্বাস কৰা হয় !!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7