VOICE 24x7
Sunday, January 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হতাশা, নিসংগতাই অকালতে বৃদ্ধ কৰিব পাৰে আপোনাক , নতুন গৱেষণাত পোহৰলৈ নতুন তথ্য

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 16, 2022
in জীৱন
হতাশা, নিসংগতাই অকালতে বৃদ্ধ কৰিব পাৰে আপোনাক , নতুন গৱেষণাত পোহৰলৈ নতুন তথ্য
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

আপুনি হতাশ হৈ পৰিছে নেকি ? আপুনি নিসংগ অনুভৱ কৰে নেকি ? তেনেহ’লে সেয়া কেবল আপোনাৰ মনৰ বাবেই নহয় শৰীৰৰ বাবেও সমানে ক্ষতিকাৰক ৷  শেহতীয়াকৈ এজিং-ইউএছ নামৰ বৈজ্ঞানিক আলোচনীখনত প্ৰকাশিত এক গৱেষণাৰ মতে, দুখ, নিসংগতা বা হতাশাৰ অনুভূতি কেৱল মনটোৰ বাবেই নহয়, শৰীৰৰ বাবেও ক্ষতিকাৰক। লগতে বয়স বৃদ্ধি কৰে। যাৰ বাবে এই হতাশা ধূমপানতকৈও অধিক  বেয়া হ’ব পাৰে বুলি গৱেষকসকলে দাবী কৰিছে ৷

দীপ লংজিভিটী (‘Deep Longevity’) নামৰ জৈৱ প্ৰযুক্তি কোম্পানী এটাই এই গৱেষণা চলাইছিল। ষ্টেনফৰ্ড বিশ্ববিদ্যালয় আৰু হংকং বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে কোম্পানীটোৰ বাবে এই অধ্যয়নৰ নেতৃত্ব দিছিল। গৱেষকসকলে মুঠ ১১,৯১৪ গৰাকী চীনা নাগৰিকৰ স্বাস্থ্যৰ ওপৰত এই অধ্যয়ন চলাইছিল ৷ জন্ম তাৰিখ অনুসৰি বিজ্ঞানীসকলে শৰীৰৰ বিভিন্ন অংগৰ অৱস্থা কেনে হ’ব লাগে সেই বিষয়ে সঠিকভাৱে বুজিবলৈ ১৬ টা ‘বায়’মাৰ্কাৰ’ বাছি লৈছিল। সহজ ভাষাত ক’বলৈ গ’লে বায়’মাৰ্কাৰ হৈছে শৰীৰৰ বিভিন্ন অংগৰ কাৰ্যকলাপৰ সূচক।  বিজ্ঞানীসকলে ৰক্তচাপ, লিংগ, ওজন আদি ৭টা বায়’মেট্ৰিক সূচকও পৰীক্ষা কৰে।

এই অধ্যয়নৰ মতে, যিসকলে অসুখ বা নিসংগতাত ভুগিছে ​​তেওঁলোকৰ বয়স গড়ে  প্ৰকৃত বয়সতকৈ ১.৬৫ বছৰ যেন লাগে বুলি সূচকাংত প্ৰকাশ পাইছে। কেৱল মানসিক ভাগৰেই নহয়, ধূমপানৰ প্ৰভাৱৰ ওপৰতো গৱেষকসকলে অধ্যয়ন কৰিছিল। পৰ্যবেক্ষণ কৰা হৈছে যে যিসকলে নিয়মিতভাৱে ধূমপান কৰে তেওঁলোকৰ প্ৰকৃত বয়সতকৈ ১৫ মাহ বেছি যেন লাগে। আনহাতে যিসকল বিবাহিত আৰু বৈবাহিক জীৱন সুখী তেওঁলোকৰ বয়স প্ৰকৃত বয়সতকৈ ৭ মাহ সৰু যেন লাগিছিল বুলি গৱেষকসকলে দাবী কৰে। এই গৱেষণাৰ ফলাফললৈ চাই বিজ্ঞানীসকলে কয় যে মানসিক স্বাস্থ্যৰ সৈতে সুস্বাস্থ্য কিমান জড়িত সেয়া স্পষ্ট হৈ পৰে ৷ । কিন্তু তেওঁলোকে বিষয়টোৰ বিষয়ে অধিক জানিবলৈ ভৱিষ্যতে আৰু অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে ৷

 

Previous Post

সংসদ ভৱন আক্ৰমণ- ওছামা বিন লাডেনক আশ্ৰয়ৰ প্ৰসংগেৰে পাকিস্তানৰ বিৰুদ্ধে সৰৱ ভাৰত, ৰাষ্ট্ৰসংঘত কি ক’লে বৈদেশিক মন্ত্ৰীয়ে ?

Next Post

মগজুতো যে ঠিকে আছে সেয়াই যথেষ্ট- অমিতাভ বচ্চনক কোনে ক’বলৈ সাহস কৰিলে এই কথা !

Related Posts

অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?
জীৱন

অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?

January 28, 2023
সুন্দৰ বিবাহিত জীৱনৰ বাবে কিছুমান নিয়ম অতি প্ৰয়োজনীয় , জাঁনো আহকচোন
জীৱন

সুন্দৰ বিবাহিত জীৱনৰ বাবে কিছুমান নিয়ম অতি প্ৰয়োজনীয় , জাঁনো আহকচোন

January 28, 2023
অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক
জীৱন

অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক

January 27, 2023
নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে  নিসংগতাৰ অনুভূতি
জীৱন

নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে নিসংগতাৰ অনুভূতি

January 26, 2023
ইণ্ডোনেছিয়াত সংঘটিত হোৱা এটি আচৰিত ঘটনাই চকু কপালত তুলিব আপোনাৰো
জীৱন

ইণ্ডোনেছিয়াত সংঘটিত হোৱা এটি আচৰিত ঘটনাই চকু কপালত তুলিব আপোনাৰো

January 26, 2023
ওজন কমোৱাত সহায় কৰা বন্ধাকবিৰ পাঁচটা খাদ্য সম্ভাৰ
জীৱন

শৰীৰৰ মেদ কমাব বিচাৰিছে নেকি ? প্ৰতিদিনৰ আহাৰত ৰাখক বন্ধাকবি

January 26, 2023
Next Post
মগজুতো যে ঠিকে আছে সেয়াই যথেষ্ট- অমিতাভ বচ্চনক কোনে ক’বলৈ সাহস কৰিলে এই কথা !

মগজুতো যে ঠিকে আছে সেয়াই যথেষ্ট- অমিতাভ বচ্চনক কোনে ক’বলৈ সাহস কৰিলে এই কথা !

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7