VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

অভিনেতাজনৰ বিৰুদ্ধে ইন্দোৰ আৰক্ষীয়ে জাৰি কৰিছে জাননী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 2, 2022
in আইন
বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

বলীউড অভিনেতা ৰাজপাল যাদৱ দেশৰ ভিতৰতে বলীউডৰ  শ্ৰেষ্ঠ অভিনেতা সকলৰ ভিতৰত অন্যতম  । চলচ্চিত্ৰ সমূহত কৌতুক চৰিত্ৰত অভিনয় কৰি মানুহৰ হৃদয়ত এক বিশেষ  স্থান দখল কৰিবলৈ সক্ষম হৈছে অভিনেতা ৰাজপাল যাদৱ ।

কিন্তু বৰ্তমান সময়ত এটা বিশেষ কাৰণত বিপাঙত পৰিছে অভিনেতা গৰাকী। ইন্দোৰ আৰক্ষীয়ে  অভিনেতাজনক ২০ লাখ টকাৰ প্ৰবঞ্চনাৰ  অভিযোগত এক জাননী জাৰি কৰিছে। জাননী অনুসৰি  ১৫ দিনৰ ভিতৰত আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেতা ৰাজপাল যাদৱ ।

সুৰিন্দৰ সিং নামৰ বিল্ডাৰ এজনে আৰক্ষীৰ ওচৰত এই অভিযোগ কৰিছে যে ৰাজপাল যাদৱে তেওঁৰ পুত্ৰক চলচ্চিত্ৰ উদ্যোগৰ সৈতে জৰিত  কৰিবলৈ ২০ লাখ টকা লৈছিল। কিন্তু এতিয়ালৈকে ৰাজপাল যাদৱে তেওঁৰ পুত্ৰক কোনো কাম দিয়া নাই বা তেওঁক কোনো ধৰণৰ সহায় কৰা নাই। যেতিয়া তেওঁক টকাখিনি ঘূৰাই দিবলৈ কোৱা হৈছিল তেওঁ অন্তৰ্ধান হৈছিল। এতিয়া তেওঁ ফোনো উঠোৱা নাই বা টকাখিনিও  ঘূৰাই দিয়া নাই। এই সকলোবোৰৰ বাবে বিচলিত হৈ নিৰ্মাতাই টুকোগঞ্জ আৰক্ষীক এটা অভিযোগ দাখিল কৰিছিল ।

আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছতেই উক্ত বিষয় সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ এতিয়া অভিনেতাজনৰ বিৰুদ্ধে এখন জাননী জাৰি কৰা হৈছে য’ত তেওঁক ১৫ দিনৰ ভিতৰত হাজিৰ হ’বলৈ কোৱা হৈছে। গোচৰটোৰ তদন্ত কৰি থকা উপ-পৰিদৰ্শক লালন মিশ্ৰই কৈছিল যে বিল্ডাৰ সুৰিন্দৰ সিঙে যোৱা সপ্তাহত গোচৰটো সন্দৰ্ভত  এটা অভিযোগ দাখিল কৰিছিল। ইয়াৰ ওপৰত ভিত্তি কৰি  ইতিমধ্যেই অভিনেতাজনক ১৫ দিনৰ ভিতৰত সঁহাৰি দিবলৈ  এখন জাননী জাৰি কৰা হৈছে।

 

Previous Post

মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতে শিৱসেনাৰ নেতা পদৰ পৰা আঁতৰিল একনাথ ছিন্দে, পত্ৰ লিখি অৱগত কৰিলে উদ্ধৱ থাকৰেই

Next Post

‘২ দিন আৰু ১২ ঘন্টা’লৈকে ডিলিট কৰিব পাৰিব মেছেজ—-হোৱাটছএপত সংযোজন নতুন সুবিধা

Related Posts

গুৱাহাটীত যান-জঁটৰ সমস্যা দূৰ কৰিবলৈ গুৱাহাটী  উচ্চ ন্যায়ালয়ে  গঠন কৰিছে তিনিজনীয়া পেনেল
আইন

গুৱাহাটীত যান-জঁটৰ সমস্যা দূৰ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰিছে তিনিজনীয়া পেনেল

August 5, 2022
দেশৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাপে ইউ ইউ ললিতৰ নাম কেন্দ্ৰলৈ প্ৰেৰণ বর্তমানৰ মুখ্য ন্যায়াধীশৰ
আইন

দেশৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাপে ইউ ইউ ললিতৰ নাম কেন্দ্ৰলৈ প্ৰেৰণ বর্তমানৰ মুখ্য ন্যায়াধীশৰ

August 4, 2022
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

সন্তান জন্ম দিবলৈ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অপৰাধীক ১৫ দিনৰ পেৰল উচ্চ ন্যায়ালয়ৰ, কি কাৰণত উচ্চতম ন্যায়লয়ত প্ৰত্যাহবান জনালে ৰাজস্থান চৰকাৰে

August 1, 2022
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

অসমসহ চাৰি ৰাজ্যত সমষ্টি পুনৰ নির্ধাৰণক লৈ উচ্চতম ন্যায়ালয়ত গোচৰ , কি কি বিষয় দৃষ্টিগোচৰ কৰা হ’ল সর্বোচ্চ ন্যায়ালয়ৰ !!

July 26, 2022
মিডিয়াৰ ভুমিকাক কঠোৰ সমালোচনা  কৰি দেশৰ মুখ্য ন্যায়াধীশে ক’লে গণতন্ত্ৰ পিছুৱাই নিছে সংবাদমাধ্যমে
আইন

মিডিয়াৰ ভুমিকাক কঠোৰ সমালোচনা কৰি দেশৰ মুখ্য ন্যায়াধীশে ক’লে গণতন্ত্ৰ পিছুৱাই নিছে সংবাদমাধ্যমে

July 23, 2022
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ
আইন

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ

July 21, 2022
Next Post
‘২ দিন আৰু ১২ ঘন্টা’লৈকে ডিলিট কৰিব পাৰিব মেছেজ—-হোৱাটছএপত সংযোজন নতুন সুবিধা

‘২ দিন আৰু ১২ ঘন্টা’লৈকে ডিলিট কৰিব পাৰিব মেছেজ----হোৱাটছএপত সংযোজন নতুন সুবিধা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7