VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ছেছন আদালততো ৰেহাই নাপালে ৰাহুল গান্ধীয়ে,বন্ধ হ’ল সাংসদ পদ ঘুৰাই পোৱাৰ পথ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 20, 2023
in আইন
ছেছন আদালততো ৰেহাই নাপালে ৰাহুল গান্ধীয়ে,বন্ধ হ’ল সাংসদ পদ ঘুৰাই পোৱাৰ পথ
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

চুৰাট ছেছন আদালতৰ ৰায়দানৰ পাছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লোকসভাৰ সাংসদ পদ পুনৰ ওভতাই পোৱাৰ আশা আপাততঃ বন্ধ হ’ল ৷ গুজৰাটৰ চুৰাট দণ্ডাধীশ আদালতে ২৩ মাৰ্চত ৰাহুলক ‘ফৌজদাৰী মানহানি’ গোচৰত দোষী সাব্যস্ত কৰে ৷  অতিৰিক্ত ছেছন ন্যায়াধীশ আৰ পি মোগেৰাই বৃহস্পতিবাৰে তেওঁৰ স্থগিতাদেশৰ আবেদন খাৰিজ কৰে। ফলত ৰাহুলে আপাততঃ কেৰালাৰ ৱাইনাড়ৰ সাংসদ পদ পুনৰ ওভতাই নোপোৱাটো নিশ্চিত হ’ল ৷ ইয়াৰ লগে লগে  ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁৰ প্ৰতিদ্বন্দ্বিতাক লৈও সন্দেহৰ সৃষ্টি হৈছে।

 

যোৱা ২৩ মাৰ্চত গুজৰাটৰ চুৰাট দণ্ডাধীশ আদালতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰত ‘মোদী’ উপাধিক লৈ আপত্তিজনক মন্তব্য কৰা ৰাহুলক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। ইয়াৰ ভিত্তিত ২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ধাৰা ৮(৩)ৰ অধীনত ৰাহুলক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰে।ৰাহুলক স্থগিতাদেশ বিচাৰি চুৰাটৰ চেচন আদালতত আবেদন জনায়। দণ্ডাধীশ আদালতৰ ৰায়ৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ বিচাৰি ৰাহুল গান্ধী ছেছন আদালতৰ কাষ চাপিছিল। ১৩ এপ্ৰিলত, পূৰ্বৰ শুনানিৰ দিনটোত অতিৰিক্ত ছেছন  ন্যায়াধীশ মোগেৰাই ৰায় সংৰক্ষিত কৰে ৷  বৃহস্পতিবাৰে ৰাহুলৰ আবেদন নাকচ কৰি দণ্ডাধীশ আদালতৰ ৰায় অব্যাহত ৰাখে ছেছন আদালতে ৷ ফলত আইনী বিশেষজ্ঞৰ মতে, উচ্চ ন্যায়ালয়ে স্থগিতাদেশৰ আদেশ নাপালে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাহুলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।

Previous Post

ড্ৰাগছ সৰবৰাহ ৰোধৰ চেষ্টাঃ সকলো বন্দৰতে কণ্টেইনাৰ স্কেনাৰ আৰম্ভ

Next Post

মাৰাডোনাৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ অব্যাহত তদন্তঃ চিকিৎসকসহ আঠজনক জেৰা

Related Posts

গুৱাহাটীত তিনি বছৰীয়া শিশুক যৌন নির্যাতনকাৰীক ২৫ বছৰৰ কাৰাদণ্ড আদালতৰ
আইন

গুৱাহাটীত তিনি বছৰীয়া শিশুক যৌন নির্যাতনকাৰীক ২৫ বছৰৰ কাৰাদণ্ড আদালতৰ

October 1, 2023
সাংবিধানিক ব্যর্থতা- চৰকাৰে ব্যৱস্থা নল’লে আমি ল’বলৈ বাধ্য হ’ম- মণিপুৰত দুই যুৱতীক উলংগ কৰি সমদল উলিওৱা ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি
আইন

নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত ১৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ত হ’ব পৰৱৰ্তী শুনানি

September 20, 2023
ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ
আইন

মণিপুৰৰ উত্তপ্ত পৰিস্থিতিকলৈ চিবিআইৰ গোচৰ, ৰাজ্যৰ তিনি আদালতত হ’ব শুনানি

September 1, 2023
৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে বহু গোচৰ, বুধবাৰৰ পৰা উচ্চতম ন্যায়ালয়ত ধাৰাবাহিক শুনানি
আইন

মণিপুৰ হিংসাৰ চিবিআইৰ সকলো গোচৰৰ শুনানি গুৱাহাটীৰ আদালতত গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 25, 2023
ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ
আইন

ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ

August 24, 2023
অভিনেত্ৰী জয়াপ্ৰদাক চেন্নাইৰ আদালতৰ ছমাহৰ কাৰাদণ্ডৰ শাস্তি, কি অপৰাধ কৰিলে অভিনেত্ৰী গৰাকীয়ে !!
আইন

অভিনেত্ৰী জয়াপ্ৰদাক চেন্নাইৰ আদালতৰ ছমাহৰ কাৰাদণ্ডৰ শাস্তি, কি অপৰাধ কৰিলে অভিনেত্ৰী গৰাকীয়ে !!

August 12, 2023
Next Post
মাৰাডোনাৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ অব্যাহত তদন্তঃ চিকিৎসকসহ  আঠজনক জেৰা

মাৰাডোনাৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ অব্যাহত তদন্তঃ চিকিৎসকসহ আঠজনক জেৰা

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7