VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চৰকাৰক সমালোচনা কৰাটো দেশবিৰোধী নহয়! চৰকাৰে বন্ধ কৰা চেনেল পুনৰ সম্প্ৰচাৰৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 5, 2023
in আইন
ৰাজনীতিবিদসকলে  ধর্মক ৰাজনীতিৰ  সৈতে সানমিহলি কৰিছে, ঘৃণামুলক ভাষণক লৈ ক্ষুন্ন উচ্চতম ন্যায়ালয়
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

চৰকাৰক সমালোচনা কৰাটো দেশবিৰোধী নহয়। এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰিছে  উচ্চতম ন্যায়ালয়ে ৷  কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মালয়ালম ভাষাৰ এটা টিভি চেনেলক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৰোধী বুলি অভিযোগ কৰি সম্প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দেশ কেৰালা উচ্চ ন্যায়ালয়েও মানি লৈছিল। বুধবাৰে উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ খাৰিজ কৰি কয় যে চেনেলটোৱে পুনৰ সম্প্ৰচাৰ আৰম্ভ কৰাত কোনো সমস্যা নাই।

 

এই গোচৰত ৰায়দান দিওঁতে উচ্চতম ন্যায়ালয়ে কয় , “কেৱল চৰকাৰৰ নীতিক সমালোচনা কৰিলেই এজনক প্ৰতিষ্ঠান বিৰোধী বা চৰকাৰ বিৰোধী বুলি ক’ব নোৱাৰি।” সবল গণতন্ত্ৰৰ বাবে স্বতন্ত্ৰ প্ৰেছ প্ৰয়োজনীয় বুলিও উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। বুধবাৰে এই গোচৰৰ শুনানিৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয়, ‘ৰাইজৰ অধিকাৰ অস্বীকাৰ কৰি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টো উত্থাপন কৰাটো সঠিক নহয়। কিন্তু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এই প্ৰেক্ষাপটত শিষ্টাচাৰৰ বিৰুদ্ধে গৈ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টো উত্থাপন কৰিছে।

 

কেৰালা উচ্চ ন্যায়ালয়ে টিভি চেনেলটোৰ সম্প্ৰচাৰ বন্ধ কৰাৰ নিৰ্দেশ মানি লোৱাৰ পিছতহে চেনেল কৰ্তৃপক্ষই দেশৰ শীৰ্ষ আদালতৰ কাষ চাপিছিল। চেনেলটোৰ সম্পাদক প্ৰমোদ ৰমন আৰু কেৰালাৰ সাংবাদিক সন্থাইও পৃথক পৃথক গোচৰ ৰুজু কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ চিন্তাৰ উদ্ধৃতি দি চেনেলটোৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ অনুমতি নিদিলে। সোমবাৰে উচ্চতম ন্যায়ালয়েও প্ৰশ্ন উত্থাপন কৰে যে কেৰেলা উচ্চ ন্যায়ালয়ে কেৱল গৃহ মন্ত্ৰালয়ে আদালতত দাখিল কৰা কভাৰ লেটাৰত সন্নিবিষ্ট তথ্যৰ ভিত্তিত কেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰিলে।

 

Previous Post

প্ৰিয়ংকাৰ কন্যা মালটিয়ে পচণ্ড নকৰে ‘বেবী ফুড’, ভাল পায় এইকেইবিধ ভাৰতীয় খাদ্য

Next Post

মধ্যপ্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য্যই মোহিত কৰিলে ৰবীনা টেণ্ডনক

Related Posts

ন্যায়িক নির্দেশনা পালন কৰা হৈছেনে নীৰিক্ষণ কৰিবলৈ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ
আইন

ন্যায়িক নির্দেশনা পালন কৰা হৈছেনে নীৰিক্ষণ কৰিবলৈ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ

May 25, 2023
বিহাৰত জাতিভিত্তিক গণনাত স্থগিত “ উচ্চতম ন্যায়ালয়ৰ! স্বপ্নভংগ হ’ব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ
আইন

বিহাৰত জাতিভিত্তিক গণনাত স্থগিত “ উচ্চতম ন্যায়ালয়ৰ! স্বপ্নভংগ হ’ব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ

May 19, 2023
চৈধ্য বছৰ বয়স হ’লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?
আইন

চৈধ্য বছৰ বয়স হ’লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?

May 17, 2023
‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’, ই ডিক উচ্চতম ন্যায়ালয়ৰ ‘সতৰ্কবাণী’
আইন

‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’, ই ডিক উচ্চতম ন্যায়ালয়ৰ ‘সতৰ্কবাণী’

May 17, 2023
প্ৰশাসনিক ক্ষমতা  থাকিব অৰবিন্দ কেজৰিৱালৰ হাতত, কেন্দ্ৰ-দিল্লী চৰকাৰৰ বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায়
আইন

প্ৰশাসনিক ক্ষমতা থাকিব অৰবিন্দ কেজৰিৱালৰ হাতত, কেন্দ্ৰ-দিল্লী চৰকাৰৰ বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায়

May 11, 2023
দিল্লী আদালতত শ্ৰদ্ধা হত্যাৰ গোচৰত চার্জফ্ৰেম ! কি প্ৰমাণ পোৱা গ’ল? বিচাৰপতিয়ে কি ক’লে আফতাবক?
আইন

দিল্লী আদালতত শ্ৰদ্ধা হত্যাৰ গোচৰত চার্জফ্ৰেম ! কি প্ৰমাণ পোৱা গ’ল? বিচাৰপতিয়ে কি ক’লে আফতাবক?

May 9, 2023
Next Post
মধ্যপ্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য্যই মোহিত কৰিলে ৰবীনা টেণ্ডনক

মধ্যপ্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য্যই মোহিত কৰিলে ৰবীনা টেণ্ডনক

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7