VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৩৩বছৰীয়া পুৰণি গোচৰত জে’ললৈ যাব লাগিব নৱজোৎ সিং সিদ্ধু

১৯৮৮চনৰ ২৭ডিচেম্বৰত সংঘটিত হৈছিল এই ঘটনা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 20, 2022
in আইন
৩৩বছৰীয়া পুৰণি গোচৰত জে’ললৈ যাব লাগিব নৱজোৎ সিং সিদ্ধু
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

আজি পাটিয়ালা আদালতত অত্মসমৰ্পন কৰিব পাঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ভাৰতীয় ক্ৰিকেট দলৰ জনপ্ৰিয় খেলুৱৈ নৱজোৎ সিং সিদ্ধুৱে  ৷৩৩বছৰীয়া পুৰণি এটা হত্যাৰ গোচৰত জে’ললৈ যাব লাগিব নৱজোৎ সিং সিদ্ধু ৷ সিদ্ধুক হত্যাৰ গোচৰত এবছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহিছে উচ্চতম ন্যায়ালয়ে ৷ ৩৩বছৰ পূৰ্বে সিদ্ধুৰ আক্ৰমণত নিহত হৈছিল গুৰনাম সিং নামৰ এজন লোক ৷

১৯৮৮চনৰ ২৭ডিচেম্বৰত সংঘটিত হৈছিল এই ঘটনা ৷ কাৰ পাৰ্কিঙক লৈ গুৰনাম সিঙৰ সৈতে হতাহতি হৈছিল সিদ্ধুৰ আৰু অৱশেষত  সিদ্ধুৰ আক্ৰমণত নিহত হৈছিল গুৰনাম সিং নামৰ লোকজন ৷

৩৩বছৰ পূৰ্বে সংঘটিত হোৱা এই ঘটনাৰ আলমত সিদ্ধুৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া মোকৰ্দমা চলি আছিল আৰু কালি উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশনা দিয়ে যে নৱজোৎ সিঙে এবছৰ কাৰাবাস খাটিব লাগিব ৷ হত্যাৰ গোচৰত সিদ্ধুক এবছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহিছে উচ্চতম ন্যায়ালয়ে৷

২০১৮ চনত, সিদ্ধু উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল, যিয়ে উচ্চ ন্যায়ালয়ৰ আদেশ বাতিল কৰি কৈছিল যে মানুহজনৰ এটা আঘাতত মৃত্যু হোৱাৰ কোনো প্ৰমাণ নাই। কিন্তু ই সিদ্ধুক এজন জ্যেষ্ঠ নাগৰিকক আঘাত দিয়াৰ বাবে দোষী সাব্যস্ত কৰিছিল।

Previous Post

কিয় হত্যা কৰা হ’ল দিব্যজ্যোতি দাসক ?

Next Post

মুখ দেখুৱাই টিভি ঘোষকে কৰিব নোৱাৰিব কোনো অনুষ্ঠান পৰিবেশন

Related Posts

ন্যায়িক নির্দেশনা পালন কৰা হৈছেনে নীৰিক্ষণ কৰিবলৈ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ
আইন

ন্যায়িক নির্দেশনা পালন কৰা হৈছেনে নীৰিক্ষণ কৰিবলৈ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ

May 25, 2023
বিহাৰত জাতিভিত্তিক গণনাত স্থগিত “ উচ্চতম ন্যায়ালয়ৰ! স্বপ্নভংগ হ’ব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ
আইন

বিহাৰত জাতিভিত্তিক গণনাত স্থগিত “ উচ্চতম ন্যায়ালয়ৰ! স্বপ্নভংগ হ’ব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ

May 19, 2023
চৈধ্য বছৰ বয়স হ’লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?
আইন

চৈধ্য বছৰ বয়স হ’লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?

May 17, 2023
‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’, ই ডিক উচ্চতম ন্যায়ালয়ৰ ‘সতৰ্কবাণী’
আইন

‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’, ই ডিক উচ্চতম ন্যায়ালয়ৰ ‘সতৰ্কবাণী’

May 17, 2023
প্ৰশাসনিক ক্ষমতা  থাকিব অৰবিন্দ কেজৰিৱালৰ হাতত, কেন্দ্ৰ-দিল্লী চৰকাৰৰ বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায়
আইন

প্ৰশাসনিক ক্ষমতা থাকিব অৰবিন্দ কেজৰিৱালৰ হাতত, কেন্দ্ৰ-দিল্লী চৰকাৰৰ বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায়

May 11, 2023
দিল্লী আদালতত শ্ৰদ্ধা হত্যাৰ গোচৰত চার্জফ্ৰেম ! কি প্ৰমাণ পোৱা গ’ল? বিচাৰপতিয়ে কি ক’লে আফতাবক?
আইন

দিল্লী আদালতত শ্ৰদ্ধা হত্যাৰ গোচৰত চার্জফ্ৰেম ! কি প্ৰমাণ পোৱা গ’ল? বিচাৰপতিয়ে কি ক’লে আফতাবক?

May 9, 2023
Next Post
মুখ দেখুৱাই টিভি ঘোষকে কৰিব নোৱাৰিব  কোনো অনুষ্ঠান পৰিবেশন

মুখ দেখুৱাই টিভি ঘোষকে কৰিব নোৱাৰিব কোনো অনুষ্ঠান পৰিবেশন

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7