VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সংসদ ভৱন আক্ৰমণ- ওছামা বিন লাডেনক আশ্ৰয়ৰ প্ৰসংগেৰে পাকিস্তানৰ বিৰুদ্ধে সৰৱ ভাৰত, ৰাষ্ট্ৰসংঘত কি ক’লে বৈদেশিক মন্ত্ৰীয়ে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 16, 2022
in মুখ্য সংবাদ
সংসদ ভৱন আক্ৰমণ- ওছামা বিন লাডেনক আশ্ৰয়ৰ প্ৰসংগেৰে পাকিস্তানৰ বিৰুদ্ধে সৰৱ ভাৰত, ৰাষ্ট্ৰসংঘত কি ক’লে বৈদেশিক মন্ত্ৰীয়ে ?
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

পাকিস্তান হৈছে ‘টেৰ’ৰিষ্টান’! কেইবছৰমান আগতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কাশ্মীৰত মানৱ অধিকাৰ উলংঘাৰ অভিযোগৰ প্ৰতি এনেদৰেই প্ৰত্যুত্তৰ দিছিল। এইবাৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ২০০১ চনৰ সংসদ আক্ৰমণ আৰু আল কায়দাৰ নেতা ওছামা বিন লাডেনক আশ্ৰয় দিয়াৰ বিষয়টো উত্থাপন কৰি ইছলামবাদক সমালোচনা কৰে।

বাৰে বাৰে ব্যৰ্থ হোৱাৰ পিছতো পাকিস্তানে কাশ্মীৰ সমস্যাক ‘আন্তঃৰাষ্ট্ৰীয়কৰণ’ৰ চেষ্টা অব্যাহত ৰাখিছে। নিয়ন্ত্ৰণ ৰেখাৰে ভাৰতীয় সেনাৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ কেইবছৰমান পূৰ্বে ৰাষ্ট্ৰসংঘৰ সামৰিক পৰ্যবেক্ষক গোটৰ সন্মুখত উত্থাপন হৈছিল। সাধাৰণ পৰিষদত ভাৰতীয় সেনাৰ বিৰুদ্ধে কাশ্মীৰত মানৱ অধিকাৰ উলংঘাৰ অভিযোগ উত্থাপন হৈছিল। এইবাৰ কাশ্মীৰৰ বিষয়টো পোনপটীয়াকৈ ইছলামবাদে নিৰাপত্তা পৰিষদত উত্থাপন কৰে ৷

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে জয়শংকৰে বিন লাডেন আৰু সংসদ আক্ৰমণৰ উদ্ধৃতি দি পাকিস্তানৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। তেওঁ কয়, “এখন ৰাষ্ট্ৰৰ বিশ্বাসযোগ্যতা নিৰ্ভৰ কৰে সমসাময়িক প্ৰধান প্ৰত্যাহ্বানসমূহ ফলপ্ৰসূভাৱে মোকাবিলা কৰাৰ ওপৰত। ই মহামাৰী, জলবায়ু পৰিৱৰ্তন বা সন্ত্ৰাসবাদ হ’ব পাৰে। কাশ্মীৰ সন্দৰ্ভত পাকিস্তানে উত্থাপন কৰা ‘তথ্য’ আৰু  অভিযোগ নতুন কথা নহয় ৷”

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত জয়শংকৰে আফগানিস্তানৰ সন্ত্ৰাসবাদৰ বিষয়টো উত্থাপন কৰে। তেওঁ কয় যে আমি আশা কৰিছো যে আফগানিস্তান পুনৰ সন্ত্ৰাসবাদৰ কেন্দ্ৰবিন্দু নহ’ব।পাকিস্তানৰ নাম উল্লেখ নকৰাকৈ বৈদেশিক মন্ত্ৰীগৰাকীয়ে আফগানিস্তানত সন্ত্ৰাসবাদৰ  ঘাটিত পৰিণত হোৱাৰ ক্ষেত্ৰত  “চুবুৰীয়া দেশখনৰ ভূমিকা”  আছে বুলিও অভিযোগ উত্থাপন কৰে। নিৰাপত্তা পৰিষদৰ বৈঠকত  জয়শংকৰৰ ভাষণত নিউয়ৰ্কত ৯/১১ সন্ত্ৰাসবাদী আক্ৰমণ আৰু ২৬/১১ মুম্বাই আক্ৰমণৰ কথাও উল্লেখ কৰা হয়। তেওঁ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ নাম উল্লেখ নকৰাকৈ পাকিস্তানৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

 

 

Previous Post

মাৰাডোনাৰ বাসগৃহৰ পৰা বিশ্বকাপৰ ফাইনেল মেচ উপভোগ কৰিব পাৰিব আর্জেণ্টিনাবাসীয়ে, কোনে লৈ আহিছে এই সুযোগ ?

Next Post

হতাশা, নিসংগতাই অকালতে বৃদ্ধ কৰিব পাৰে আপোনাক , নতুন গৱেষণাত পোহৰলৈ নতুন তথ্য

Related Posts

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা
মুখ্য সংবাদ

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি
মুখ্য সংবাদ

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
পুৰীৰ জগন্নাথ মন্দিৰৰ নামত নামত সাতখন ৰাজ্যত কিমান মাটি আছে জানেনে ?
মুখ্য সংবাদ

পুৰীৰ জগন্নাথ মন্দিৰৰ নামত নামত সাতখন ৰাজ্যত কিমান মাটি আছে জানেনে ?

October 1, 2023
আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান
মুখ্য সংবাদ

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

October 1, 2023
অমৃত বৃক্ষৰ পৰা অমৃত কলহলৈকেঃ ইটোৰ পাছত সিটো কামৰ বোজা চৰকাৰৰ, উপায়হীন হৈ ছছিয়েল মিডিয়াত ৰাজ্যৰ শিক্ষকৰ কেম্পেইন “আমাক পঢ়াবলৈ দিয়ক”
মুখ্য সংবাদ

অমৃত বৃক্ষৰ পৰা অমৃত কলহলৈকেঃ ইটোৰ পাছত সিটো কামৰ বোজা চৰকাৰৰ, উপায়হীন হৈ ছছিয়েল মিডিয়াত ৰাজ্যৰ শিক্ষকৰ কেম্পেইন “আমাক পঢ়াবলৈ দিয়ক”

October 1, 2023
অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম
মুখ্য সংবাদ

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম

October 1, 2023
Next Post
হতাশা, নিসংগতাই অকালতে বৃদ্ধ কৰিব পাৰে আপোনাক , নতুন গৱেষণাত পোহৰলৈ নতুন তথ্য

হতাশা, নিসংগতাই অকালতে বৃদ্ধ কৰিব পাৰে আপোনাক , নতুন গৱেষণাত পোহৰলৈ নতুন তথ্য

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7