VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

হেঁপাহ পলুৱাই হাঁহক। নিজেও হাঁহক আৰু আনকো হহুৱাওক। হাঁহিৰে সকলোৰে মন জয় কৰাৰ উপৰিও আছে হাঁহিৰ বহুত নজনা কথা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 5, 2022
in জীৱন
হাঁহিৰে সকলোৰে মন জয় কৰাৰ উপৰিও আছে হাঁহিৰ বহুত নজনা কথা
0
SHARES
31
VIEWS
Share on FacebookShare on Twitter

আমাৰ মন যেতিয়া আনন্দৰে ভৰি পৰে তেতিয়া হাঁহি ওলায়। হাঁহিৰ লগত মনৰ সম্পৰ্ক আছে। হাঁহি সুখ প্ৰকাশৰ এবিধ অন্যতম দেহভাষা। বাট্ৰাণ্ড ৰাছেলে কৈছিল – “Laughter is the most expensive and most effective wonder drug. Laughter is a universal medicine.”
হাঁহিয়ে আমাৰ স্বাস্থ্য সুঠাম কৰাত সহায় কৰাৰ লগতে নিয়মীয়া হাঁহিয়ে আমাৰ আয়ুস বৃদ্ধি কৰাত সহায় কৰে।
হাঁহিয়ে আমাৰ দেহৰ অঙ্গ-প্ৰত্যঙ্গৰ সঞ্চালন ক্ৰিয়া ঠিক মতে কৰে। হাঁহিলে আমাৰ তেজৰ সঞ্চালন ক্ৰিয়া সঠিক ভাবে হয়।
হাঁহি হল অন্যতম ব্যায়াম , হাঁহিয়েই বহু ৰোগ দূৰ কৰিব পাৰে আৰু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
উদ্বিগ্নতাৰ কাৰণে হোৱা মূৰৰ বিষো হাঁহিয়ে বহু পৰিমানে কমাব পাৰে। হাঁহিয়ে মগজুৰ ৰোগ থকা লোকক উপকৃত কৰে। হাঁহিলে আমাৰ মগজুত চেৰিটানিন নামৰ এবিধ ৰাসায়নিক দ্ৰব্য উৎপন্ন হয় , যিয়ে আমাক আনন্দ দিয়ে।
হাঁহিয়ে কোষ্ঠকাঠিন্য দূৰ কৰে আৰু হাওঁফাওঁ ৰোগীৰ কফ বাহিৰ কৰাত সহায় কৰে।
নিয়মীয়াকৈ হঁহা ব্যক্তি অৱসাদৰ পৰা আঁতৰি থাকিবলৈ সক্ষম হয় আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ দেহত শক্তি পায়।
হাঁহিয়ে শৰীৰত শক্তি যোগান ধৰে , গাৰ বিষ নাইকিয়া কৰে। জোৰকৈ মৰা হাঁহিয়ে আমাৰ মাংসপেশীসমূহক আৰাম দিব পাৰে।
এণ্ডোৰ্ফিনৰ নিঃসৰণ বৃদ্ধি কৰি হাঁহিয়ে মনটোক প্ৰফুল্লিত কৰাত বিশেষভাবে সহায় কৰে।
হাঁহিয়ে তেজ পৰিবহনকাৰীকাবোৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি হৃদৰোগ সম্ভাৱনা হৃাস কৰিব পাৰে।
হাঁহিৰে মৃত্যুমুখী ৰোগীৰো ৰোগৰ উপশমৰ ক্ষেত্ৰত মহৌষধৰ দৰে কাম কৰিব পাৰে।
হাঁহি প্ৰকৃততে মহৌষধ স্বৰূপ , ই শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰে। দেহৰ ৰক্তচাপ হাঁহিয়ে হৃাস কৰে। তেজত চেনিৰ পৰিমান কমায় । হাঁহিয়ে টি কোষ আৰু বি কোষ দেহত বৃদ্ধি কৰে , যিয়ে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। হাঁহিয়ে শ্বাস -প্ৰশ্বাস খৰতকীয়া কৰে , যাৰ ফলত ডায়ফ্লাম (মধ্যচ্ছদা) , ডিঙি , পাকস্থলী , মুখমণ্ডল আৰু বাহুৰ ভাল ব্যায়াম হয়। হাঁহিয়ে ৰক্তনলী প্ৰসাৰিত কৰি তেজে অক্সিজেন গ্ৰহণ কৰাৰ ক্ষমতা বঢ়ায়।
গতিকে পাৰেমানে হাঁহক।সদায় হাঁহক , আনকো হঁহুৱাওক । বিনামুলীয়াকৈ পোৱা হাঁহিয়ে আপোনাৰ বহুত সমস্যাৰ সমাধান কৰিব পাৰে।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে
জীৱন

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
নিজৰ সন্তানক বিশেষভাৱে সক্ষম এজন দেউতাকে ট্ৰাইচাইকেলেৰে  স্কুললৈ লৈ যোৱা  ভিডিঅ’ ভাইৰেল
জীৱন

নিজৰ সন্তানক বিশেষভাৱে সক্ষম এজন দেউতাকে ট্ৰাইচাইকেলেৰে স্কুললৈ লৈ যোৱা ভিডিঅ’ ভাইৰেল

May 25, 2022
থায়ৰয়ড গ্ৰন্থি ফুলি উঠে কিয় ? কি কি খাদ্য খাব নালাগে জানো আহক
জীৱন

থায়ৰয়ড গ্ৰন্থি ফুলি উঠে কিয় ? কি কি খাদ্য খাব নালাগে জানো আহক

May 24, 2022
মৃত্যুৰ পিছতো ৫টি শিশুক জীৱন দান দিলে ৬ বছৰীয়া কণমানিয়ে
জীৱন

মৃত্যুৰ পিছতো ৫টি শিশুক জীৱন দান দিলে ৬ বছৰীয়া কণমানিয়ে

May 21, 2022
পাকঘৰত থকা মছলাৰ ভিতৰত লঙ এবিধ উত্তম মছলা। লঙত আছে বহুত উপকাৰী গুণ। জানো আহক লঙৰ বিষয়ে।
জীৱন

পাকঘৰত থকা মছলাৰ ভিতৰত লঙ এবিধ উত্তম মছলা। লঙত আছে বহুত উপকাৰী গুণ। জানো আহক লঙৰ বিষয়ে।

May 21, 2022
মুখৰ ভিতৰৰ ঘাঁ য়ে বহুত অসুবিধা দিয়ে। আপোনাৰো মুখৰ ভিতৰত ঘাঁ হয় নেকি ? এনে হ’লে কি কৰিব লাগে জানো আহক
জীৱন

মুখৰ ভিতৰৰ ঘাঁ য়ে বহুত অসুবিধা দিয়ে। আপোনাৰো মুখৰ ভিতৰত ঘাঁ হয় নেকি ? এনে হ’লে কি কৰিব লাগে জানো আহক

May 20, 2022
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7