VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

সুস্বাস্থ্যৰ বাবে খোজ কঢ়া অতি প্ৰয়োজন। ৰাতিপুৱা , গধূলি নে ৰাতি- কোনটো সময়ত খোজ কাঢ়িলে যথেষ্ট উপকাৰ পোৱা যায় । বিশেষজ্ঞ সকলে কি কয়?জানো আহক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 30, 2022
in জীৱন
সুস্বাস্থ্যৰ বাবে খোজ কঢ়া অতি প্ৰয়োজন। ৰাতিপুৱা , গধূলি নে ৰাতি- কোনটো সময়ত খোজ কাঢ়িলে যথেষ্ট উপকাৰ পোৱা যায় । বিশেষজ্ঞ সকলে কি কয়?জানো আহক
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

আমাৰ সুস্থ জীৱনৰ বাবে খোজ কঢ়া অতি প্ৰয়োজন। খোজ কঢ়াৰ এশগুণ আছে বুলি আমি জানো। ৰাতিপুৱা সূৰ্য উঠাৰ আগতে বা গধূলি নাইবা আমি ৰাতিও খোজ কাঢ়িব পাৰো। নিজৰ সুবিধা অনুযায়ী নিয়মিত ভাৱে খোজকঢ়া অতি দৰকাৰী। বিশেষজ্ঞ সকলৰ মতে ৰাতি আহাৰ খোৱাৰ পিছত খোজ কঢ়া শৰীৰৰ বাবে অতি উপকাৰী । আমি বেছিভাগেই ৰাতিৰ আহাৰ খোৱাৰ পিছত টি ভি ৰ ওচৰত বহো নহ’লে ম’বাইলত ব্যস্ত হৈ থাকো। কেতিয়াবা আহাৰ খোৱা হ’লেই শুবলৈ যাওঁ। বেমাৰ আজাৰৰ পৰা শৰীৰটোক নিৰোগী কৰি ৰাখিবলৈ আৰু সুস্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত খোজ কঢ়া অভ্যাস গঢ়ি তোলা উচিত। জানো আহকচোন , এনেদৰে খোজ কাঢ়িলে কি হয়-
১) ৰাতি আহাৰ খোৱাৰ পিছত এলাহ আঁতৰাই খোজ কাঢ়িব লাগে। খোজ কঢ়াৰ ফলত খোৱা বস্তু সোনকালে হজম হয় আৰু পেটৰ বহুত সমস্যা নোহোৱা হয়।
২) ৰাতি আহাৰ খোৱাৰ পিছত খোজ কাঢ়িলে অতিৰিক্ত কে’লৰী বাৰ্ণ হয়। যাৰ ফলত ওজন নিয়ন্ত্ৰণত সহায় হয়।
৩) বহু সময়ত কামৰ হেঁচাত বা কিছুমান ব্যক্তিগত সমস্যাত টোপনি ভালকৈ নাহে। ৰাতি আহাৰ খোৱাৰ পিছত শুবলৈ নগৈ খোজ কাঢ়িলে মানসিক চাপ কমে আৰু ৰক্ত সঞ্চালন উন্নত হয়। তাৰ ফলত সুন্দৰ টোপনি অহাত সহায় হয়।
৪) ডায়বেটিছ ৰোগীয়ে আহাৰ খোৱাৰ পিছত ৩০ মিনিট সময় খোজ কাঢ়িলে চুগাৰ নিয়ন্ত্ৰণত থাকে।
৫) শৰীৰৰ বাবে ব্যায়াম অতি প্ৰয়োজন। সময়ৰ অভাৱত ব্যায়াম কৰিব নোৱাৰিলেও তাৰ পৰিপূৰক হিচাপে খোজ কাঢ়িব লাগে। খোজ কাঢ়িলে শৰীৰৰ কেলৰি বাৰ্ণ হয়। গতিকে ৰাতি আহাৰ খোৱাৰ পিছত খোজ কাঢ়িলে ওজন কমোৱাত সহায়ক হয়।
এটা সুস্থ শৰীৰ , সুন্দৰ চেহেৰাৰ লগতে এটা সুন্দৰ মনৰ অধিকাৰী হ’বৰ বাবেও সদায় খোজ কাঢ়িব লাগে।

Previous Post

৩০ এপ্ৰিলত, ২০২২ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক
জীৱন

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
গৰমৰ দিনত কুঁজী থেকেৰাৰে মাছ ৰান্ধি খায় নিশ্চয়। খালে কি হয় জানো আহক
জীৱন

গৰমৰ দিনত কুঁজী থেকেৰাৰে মাছ ৰান্ধি খায় নিশ্চয়। খালে কি হয় জানো আহক

May 18, 2022
আদা অকল মছলাই নহয় , আদাৰো আছে বহুতো ঔষধি গুণ
জীৱন

মছলা হিচাপে আদা ব্যৱহাৰ কৰে নিশ্চয়। আদা খালে কি হয় জানেনে বাৰু

May 17, 2022
কথা কোৱাৰ কৌশলতাই আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে
জীৱন

কথা কোৱাৰ কৌশলতাই আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে

May 16, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক
জীৱন

আপোনাৰ চকুযুৰি নিস্তেজ হৈ পৰিছে নেকি ? চকুযুৰিৰ উজ্জ্বলতা ঘুৰাই আনিব বিচাৰিছে যদি কৰিব পাৰে এই উপায়

May 14, 2022
বাৰীত এজোপা কাঁজিনেমু নিশ্চয় আছে । যদি নাই আজিয়ে লগাওঁক। কাঁজি নেমুৱে নিৰোগী কৰাৰ লগতে সৌন্দৰ্যও বৃদ্ধি কৰে
জীৱন

বাৰীত এজোপা কাঁজিনেমু নিশ্চয় আছে । যদি নাই আজিয়ে লগাওঁক। কাঁজি নেমুৱে নিৰোগী কৰাৰ লগতে সৌন্দৰ্যও বৃদ্ধি কৰে

May 13, 2022
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7