VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 27, 2023
in জীৱন
অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

আধুনিক জীৱন-যাপন বা খাদ্যভ্যাসৰ বাবে শৰীৰত নানা ধৰণৰ বেমাৰে দেখা দিয়ে। পাইলচ বা অৰ্শৰোগ ইয়েৰ ভিতৰত এবিধ। সদায় কোষ্ঠকাঠিন্য , গেছ , বদহজমৰ নিচিনা দীৰ্ঘদিনীয়া সমস্যা থাকিলে এই সমস্যাই পাইলচৰ ৰূপ ল’য়। পাইলচৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে এই খাদ্যবোৰৰ পৰা আঁতৰি থাকিব লাগিব। জাঁনো আহকচোন খাদ্যবোৰৰ বিষয়ে—

১) বৰ্তমান সময়ত শিশুৰ পৰা বৃদ্ধ সকলোৱে ফাষ্টফুট আসক্ত। তেল , মচলা আৰু অস্বাস্থ্যকৰ বস্তুৰ পৰা তৈয়াৰ কৰা ফাষ্টফুটবোৰ হজম কঁৰোতে শৰীৰক বহুত পৰিশ্ৰমৰ প্ৰয়োজন হয়। সঠিকভাৱে হজম নহোৱাৰ বাবে এইবোৰ খাদ্যই কোষ্ঠকাঠিন্য বঢ়ায় আৰু ভৱিষ্যতে পাইলচ হোৱাত সহায় কৰে। তাৰোপৰি যি সকলে ইতিমধ্যে পাইলচত ভূগি আছে তেওঁলোকে ফাষ্টফুটৰ পৰা আঁতৰি থাকিব লাগে।
২) তেল-মচলাযুক্ত খাদ্য প্ৰায় সকলোৰে প্ৰিয়। কিন্তু দীৰ্ঘদিন ধৰি এই ধৰণৰ খাদ্য খোৱা উচিত নহয়। তেল আৰু মচলাই পৰিপাক তন্ত্ৰক প্ৰভাৱিত কৰে। পাইলচৰ কাৰণে যদি ৰক্তক্ষৰণ হোৱাৰ সম্ভাৱনা থাকে তেনেহ’লে এই ধৰণৰ খাদ্য খোৱা উচিত নহয়।
৩) আজিকালি পিৎজা , পাস্তাৰ পৰা আৰম্ভ কৰি পৰোঠা আৰু ভাত লৈকে পনীৰ সংযোগ কৰি সোৱাদময় কৰাৰ চেষ্টা কৰা হয়। পনীৰত বেছি পৰিমাণে প্ৰোটিন থকাৰ বাবে নিৰামিষভোজী সকলেও বহুত বেছি পনীৰ আহাৰত ব্যৱহাৰ কৰে। যদি পাইলচৰ সমস্যা থাকে তেনেহ’লে খাদ্য তালিকাত পনীৰ নৰখাই ভাল। পনীৰে পাইলচ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে।
৪) কেঁচা জলকীয়াত ভিটামিন চি’ থাকে যদিও কম পৰিমাণে কেঁচা জলকীয়া খোৱা উচিত। ৰঙা জলকীয়া বা শুকাণ জলকীয়া একেবাৰে খোৱা উচিত নহ’য়। জলকীয়া বেছি পৰিমাণে খালে কোষ্ঠকাঠিন্য বাঢ়ে আৰু ৰক্তক্ষৰণৰ সমস্যাও বাঢ়ে।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

ওজন বাঢ়িলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়! ৬০ বছৰৰ পিছত ওজন কমাবলৈ কি কৰিব?
জীৱন

ওজন বাঢ়িলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়! ৬০ বছৰৰ পিছত ওজন কমাবলৈ কি কৰিব?

March 20, 2023
নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে
জীৱন

নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে

March 18, 2023
ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা,  গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?
জীৱন

ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা, গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?

March 17, 2023
সমাজ সংস্কাৰক বিদুষী নাৰী চন্দ্ৰপ্ৰভা শইকীয়া
জীৱন

সমাজ সংস্কাৰক বিদুষী নাৰী চন্দ্ৰপ্ৰভা শইকীয়া

March 16, 2023
গৰমৰ দিনত সঘনাই  পেট বেয়া হয় নেকি? খাদ্য নকমোৱাকৈ শৰীৰটো কেনেকৈ সবল কৰি ৰাখিব পাৰি?
জীৱন

গৰমৰ দিনত সঘনাই পেট বেয়া হয় নেকি? খাদ্য নকমোৱাকৈ শৰীৰটো কেনেকৈ সবল কৰি ৰাখিব পাৰি?

March 16, 2023
ৰ’দত পোৰা ভৰি আৰু ছালখনক লৈ সমস্যাত ভুগিছে নেকি ? ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীৰে দূৰ কৰক সমস্যা
জীৱন

ৰ’দত পোৰা ভৰি আৰু ছালখনক লৈ সমস্যাত ভুগিছে নেকি ? ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীৰে দূৰ কৰক সমস্যা

March 15, 2023
Next Post
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7