VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মূল সূতিলৈ বৰাকৰ দুই উগ্ৰবাদী সংগঠন, ১১৭৯ সদস্যৰ আত্মসমর্পণ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 12, 2022
in মুখ্য সংবাদ
মূল সূতিলৈ বৰাকৰ দুই উগ্ৰবাদী সংগঠন, ১১৭৯ সদস্যৰ আত্মসমর্পণ
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

মূল সূতিলৈ উভতি আহিছে এটাৰ পাছত আন এটা উগ্ৰবাদী সংগঠন ৷ এইবাৰ অস্ত্ৰ সম্বৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰাক উপত্যকাৰ দুই সংগঠনে ৷ হাইলাকান্দি জিলাত আজি  আনুষ্ঠানিক অস্ত্ৰ সম্বৰণ অনুষ্ঠানত প্ৰায় ১১৭৯ জনব্ৰু উগ্ৰপন্থীয়ে অস্ত্ৰ আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহে ৷

বৰাক উপত্যকাৰ ইউনাইটেড ডেম’ক্ৰেটিক লিবাৰেশ্যন ফ্ৰণ্ট অৱ বৰাক ভেলী (ইউডিএলএফবিভি) আৰু ব্ৰু ৰিভল্যুচনেৰী আৰ্মি অৱ ইউনিয়নৰ সদস্যসকলে হাইলাকান্দিৰ কাটলিচেৰাত আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰে ৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী পীয়ুষ হাজৰিকা, অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হীৰেণ চন্দ্ৰ নাথৰ উপস্থিতি সদস্য সকলে অস্ত্ৰ সম্বৰণ কৰে  ৷

এই আনুষ্ঠানিক অনুষ্ঠানত হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষকসকলক অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ কোৱা হৈছে। কেন্দ্ৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰ আৰু মিজোৰাম ব্ৰু ডিচপ্লেচড পিপলছ ফ’ৰাম (এম বি ডি পি এফ)য়ে ২০১৮ চনত তেওঁলোকক পুনৰ মূলসুঁতিলৈ অনাৰ বাবে আলোচনা আৰম্ভ কৰে।

উগ্ৰপন্থী দুয়োটা সংগঠনে ৯০ৰ দশকত অসম-মিজোৰাম সীমান্ত অঞ্চলত বিশেষকৈ হাইলাকান্দি জিলাত সক্ৰিয় হৈ আছিল ৷ লণ্ডনৰ পৰা ভাৰতলৈ উভতি অহা বিজেপি নেতা প্ৰতুল দেৱৰ হত্যাকাণ্ডৰ লগত জড়িত বুলি অভিযোগ উঠিছে। ধন দাবী, অপহৰণ আৰু অন্যান্য অবৈধ কাৰ্যকলাপত সংগঠন দুটা জড়িত হৈ আছিল ৷

Previous Post

একাধিকবাৰ এলাৰ্ম বন্ধ কৰি শুই থকাৰ অভ্যাস আছে নেকি? তেনেহ’লে আজিয়েই ত্যাগ কৰক এই অভ্যাস, নহ’লে শৰীৰত পৰিব পাৰে মাৰাত্মক প্ৰভাৱ

Next Post

ভাৰতৰ কোন ঠাইত পৰিছিল সতী দেৱীৰ চকু ?

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
ভাৰতৰ কোন ঠাইত পৰিছিল  সতী দেৱীৰ চকু ?

ভাৰতৰ কোন ঠাইত পৰিছিল সতী দেৱীৰ চকু ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7