VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ঘাম আৰু দাম

উৰ্বশী মহন্ত by উৰ্বশী মহন্ত
July 16, 2021
in অভিমত
ঘাম আৰু দাম
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

“তেলৰ দাম দুগুণ হ’ল। ভাত কেনেকৈ খাইছো আমিহে জানিছো। আপুনিতো মোক দৰমহা বঢ়াই দিব নোৱাৰে। আপোনাৰ দৰমহা বঢ়ালেহে আপুনি বঢ়াব।” আমিনা বাইদেৱে কিছু ক্ষোভেৰে কথাখিনি ক’লে। অৱশ্যে এই ক্ষোভ স্বাভাৱিক। কভিডসৃষ্ট পৰিৱেশে শ্ৰমজীৱি মানুহৰ জীৱনলৈ হঠাতে যি ধুমুহা কঢ়িয়াই আনিলে তাৰ উদাহৰণ আমিনা বাইদেউৰ দৰে মানুহবোৰ।

অৱশ্যে কভিডে কেৱল দিন হাজিৰা কৰা লোকসকলৰ জীৱনৰ গতিয়েই পৰিৱৰ্তন কৰা নাই। ব্যৱসায়-বাণিজ্য সকলোতে সৃষ্টি হ’ল ভীষণ মন্দাৱস্থাৰ। কিন্তু আমিনা বাইদেউৰ দৰে হাজিৰা কৰা মানুহখিনিৰ সমস্যাই কামৰ সম্ভাৱনা হ্ৰাসৰ দৃশ্যৰ লগতে সংগঠিত আৰু অসংগঠিত শ্ৰমিক সকলৰ নিযুক্তি তথা উপাৰ্জনৰ স্বৰূপ প্ৰতিফলিত কৰে। বাইদেউৰ পুতেক ঘৰৰ পৰা বাহিৰলৈ নোলোৱা হ’ল। কাৰণ হাজিৰাৰ বাবে ওলাই গৈ আনৰ দুখৰ কাহিনী শুনাৰ বাদে একো নহয়। এতিয়া সপ্তাহত এটা বা দুটা হাজিৰা পাবলৈও কঠিন।

যোৱাবাৰ লকডাউনৰ পাছত দুখৰ সমাপ্তিৰ আশা কৰা শ্ৰমিকসকলৰ বাবে এইবাৰৰ কভিড এক নতুন আঘাত। “কৰ’না আমাৰ মানুহৰ নহয় বাইদেউ। বিশ্বাস কৰক। পেটৰ ভোকৰ কথা ভাবোতে গাৰ বেমাৰ গাতে যায়। সদায় নতুন নতুন সমস্যা”- কথা কওতে হতাশ হৈ উঠে সদা হাস্যময়ী আমিনা বাইদেউ। আনৰ ঘৰত কাম কৰা বহু মহিলাই কাম হেৰুৱালে। ঘৰ ভাড়া দিব নোৱাৰি সিঁহত গাঁৱলৈ গুচি গ’ল। কিন্তু খেতি-বাতিৰ বাবে মাটি নথকা সেই মানুহবোৰে গাঁৱলৈ ওভতি গৈ কি কৰি খাইছে ?

ষ্টেণ্ডাৰ্ড ৱৰ্কৰ্ছ একচন নেটৱৰ্কৰ শেহতীয়া প্ৰতিবেদন অনুসৰি লকডাউন দিয়াৰ সময়ত প্ৰায় 92% শ্ৰমিকে তেওঁলোকৰ মালিকপক্ষৰ পৰা কোনো ধন পোৱা নাছিল। অসম চৰকাৰৰ এটা প্ৰতিবেদন অনুসৰি লকডাউনৰ সময়ত প্ৰায় 3.41 লাখ লোক ৰাজ্যলৈ উভতি আহিছে। অসম চৰকাৰে সম্পৰ্ক ( SAMPARKAঃSoftware Application for Migrated Person to Assam for Rejuvenating Karma Abhiyan) নামৰ এপটোৰ জৰিয়তে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ তথ্য নথিভুক্ত কৰিবলৈ চেষ্টা কৰিছে। তেঁওলোকৰ বিভিন্ন মাপকাঠিবোৰ যেনে, কোন ঠাইৰপৰা তেওঁলোকে ঘূৰি আহিছে, তেওঁলোকৰ দক্ষতা, বয়স আৰু অন্যান্য সম্পৰ্কিত মাপকাঠি। সকলো প্ৰব্ৰজনকাৰী শ্ৰমিকক নিযুক্তিৰ সুযোগ আৰু দক্ষতাৰ ভিত্তিত কামত ব্যৱহাৰ কৰিবলৈ এই ব্যৱস্থা লোৱা হৈছিল।

কিন্ত বাস্তৱ ক্ষেত্ৰত এতিয়া ৰাজ্যৰ লাখ লাখ শ্ৰমিকৰ ভাতমুঠিৰ বাবে চিন্তা। চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা, কোনো বেচৰকাৰী সংস্থাই খবৰ নৰখা ভোকাতুৰ মানুহবোৰ কেৱল ভাল দিনৰ অপেক্ষাত আছে। কেতিয়া ভাল দিন আহিব আৰু তেঁওলোকে এসাজ পেট ভৰাই খাবলৈ পাব!


Source: Workers situation in Assam
Previous Post

মোডী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আৰু ৰদ-বদল: আঁৰৰ ৰাজনীতি

Next Post

স্বাস্থ্য ৰক্ষাত অসমীয়াৰ আদৰৰ জলপান বাটিৰ ভূমিকা

Related Posts

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!
অভিমত

আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!

March 30, 2023
বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি
অভিমত

বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি

March 30, 2023
তুৰ্কীৰ ভূমিকম্পত মৃত্যুৰ শীৰ্ষ ২৪,০০০ হোৱাৰ বাবে ক্ৰোধ ,  শোক আৰু প্ৰশ্ন
অভিমত

তুৰ্কীৰ ভূমিকম্পত মৃত্যুৰ শীৰ্ষ ২৪,০০০ হোৱাৰ বাবে ক্ৰোধ , শোক আৰু প্ৰশ্ন

February 11, 2023
Next Post
স্বাস্থ্য ৰক্ষাত অসমীয়াৰ আদৰৰ  জলপান বাটিৰ ভূমিকা

স্বাস্থ্য ৰক্ষাত অসমীয়াৰ আদৰৰ জলপান বাটিৰ ভূমিকা

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7