VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গণ প্ৰহাৰ আৰু কিছু কথা

শিৱানী বৰা by শিৱানী বৰা
November 30, 2021
in অভিমত
গণ প্ৰহাৰ আৰু কিছু কথা
0
SHARES
47
VIEWS
Share on FacebookShare on Twitter

কালি যোৰহাটত দিন দুপৰতে অনিমেশ ভূঞা নামৰ এজন যুৱকক প্ৰায় ৫০ জন ব্যক্তিয়ে মিলি মৰিয়াই মৰিয়াই হত্যা কৰাৰ বাতৰিয়ে ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসমত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গণ প্ৰহাৰ। বহুতো লোকে এই ঘটনা কেৱল কিছু জনজাতি, সমাজ, স্পৰ্শকাতৰ এলেকাত দেখা পোৱা যায় বুলি বিশ্বাস কৰে। কিন্তু এই কথা কেতিয়াও সঁচা হ’ব নোৱাৰে।

নীল অভি, ঝংকাৰ শইকীয়াক কাৰ্বি আংলঙত গণ প্ৰহাৰত মৃত্যু হৈছিল। কেৱল দহ টকাৰ বাবেই ঝংকাৰক মৰিয়াই হত্যা কৰা হৈছিল। মৰিয়ণিৰ চাহ এদল জনগোষ্ঠীৰ লোকে এজন চিকিৎসকক মৰিয়াই হত্যা কৰিছিল। সেই সময়ত একাংশ লোকে অৰ্দ্ধ শিক্ষিত জনজাতীয় সমাজক দোষাৰোপ কৰিছিল। সভ্য সমাজত এনে ঘটনা নহয় বুলি উল্লেখ কৰে।

যোৰহাটৰ মাজ মজিয়াত কালিৰ ঘটনাই এই কথাক ভুল প্ৰমাণিত কৰিলে। গণ প্ৰহাৰক পৰিকল্পিত বুলি ক’লে সমীচিন নহ’ব। কোনো ঘটনাক লৈ মানুহৰ হঠাৎ হোৱা প্ৰতিক্ৰিয়াই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উত্তেজিত লোকে হিতাহিত জ্ঞান হেৰুৱাই অপৰাধ সংঘটিত কৰে।

অলপতে উত্তৰ প্ৰদেশৰ গৌৰখপুৰত এখন বিয়াত কইনাৰ সম্পৰ্কীয় লোকক মৰিয়াই হত্যা কৰে। বিবাহ বিধি চলি থাকোঁতে ডি জেৰ ভলিউম কমাবলৈ কোৱাৰ বাবেই বিবাহ থলীতে লোকজনক হত্যা কৰাৰ বাতৰিয়েই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ ফলত এই ঘটনা সংঘটিত হ’ব পাৰে বুলি অনুমান কৰা হয়। কিন্তু গণ প্ৰহাৰৰ সৈতে জড়িত কাৰণবোৰ সদায়েই তাৎক্ষণিক হোৱা দেখা যায়। নিজকে সংযম কৰিব নোৱাৰা লোকসকল এই ঘটনাত লিপ্ত হয়। অপৰাধী মানসিকতা পূৰ্বৰে পৰা কঢ়িয়াই ফুৰে বুলি ক’লেও ভুল কোৱা নহ’ব। মনৰ মাজত পুহি ৰখা হিংসুক ভাৱনাৰ সময়ত গণ প্ৰহাৰৰ ৰূপতে বহি প্ৰকাশ ঘটা দেখা যায়। ই এক মানসিক ব্যাধি। এই বিষয়ত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ প্ৰাসংগিকতা আহি পৰিছে।

Previous Post

ভাৰতীয় পশু কাল্যাণ পৰিষদৰ ওপৰত কিয় খর্ড়্গহস্ত হ’ল দিল্লী উচ্চ ন্যা্য়ালয় ?

Next Post

অহা ২৯ ডিচেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা

Related Posts

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!
অভিমত

আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!

March 30, 2023
বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি
অভিমত

বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি

March 30, 2023
তুৰ্কীৰ ভূমিকম্পত মৃত্যুৰ শীৰ্ষ ২৪,০০০ হোৱাৰ বাবে ক্ৰোধ ,  শোক আৰু প্ৰশ্ন
অভিমত

তুৰ্কীৰ ভূমিকম্পত মৃত্যুৰ শীৰ্ষ ২৪,০০০ হোৱাৰ বাবে ক্ৰোধ , শোক আৰু প্ৰশ্ন

February 11, 2023
আমি ব্যৱহাৰ কৰি থকা প্লাষ্টিকসমূহ প্ৰকৃততে কি?
সংবাদ গুঞ্জন

আমি ব্যৱহাৰ কৰি থকা প্লাষ্টিকসমূহ প্ৰকৃততে কি?

February 7, 2023
ভুতুনী ঠাই হিচাপে পৰিচিত গাওঁখনৰ বিষয়ে আপুনি জানেনে ? এই গাওঁখন ক’ত অৱস্থিত ?
অভিমত

ভুতুনী ঠাই হিচাপে পৰিচিত গাওঁখনৰ বিষয়ে আপুনি জানেনে ? এই গাওঁখন ক’ত অৱস্থিত ?

February 6, 2023
Next Post
অহা ২৯ ডিচেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা

অহা ২৯ ডিচেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব গ্ৰন্থমেলা

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7