VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দ্ৰৌপদী মুর্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি সম্বোধন কৰিলে কংগ্ৰেছ নেতাই, ক্ষমা ভিক্ষাৰ দাবী বিজেপিৰ, উত্তাল সংসদ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 28, 2022
in ৰাজনীতি
দ্ৰৌপদী মুর্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি সম্বোধন কৰিলে কংগ্ৰেছ নেতাই, ক্ষমা ভিক্ষাৰ দাবী বিজেপিৰ, উত্তাল সংসদ
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতা অধীৰ চৌধুৰীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি উল্লেখ কৰাক লৈ আজি ৰাজ্যসভা আৰু লোকসভাৰ মজিয়া উত্তাল হৈ পৰে ৷   বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ইয়াক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। সংসদত আৰু দেশৰ ৰাজপথত কংগ্ৰেছে ক্ষমা খুজিব লাগিব বুলি উল্লেখ কৰি স্মৃতি ইৰাণীয়ে কয় যে এগৰাকী মহিলাৰ নেতৃত্বত থকাৰ পাছতো কংগ্ৰেছীসকলে সাংবিধানিক পদত থকা মহিলাসকলক হেয়জ্ঞান কৰি আহিছে। অধীৰ চৌধুৰীৰ এই মন্তব্যৰ বিৰুদ্ধে  হোৱা প্ৰতিবাদক লৈ লোকসভা আৰু ৰাজ্যসভা আজি দুপৰীয়া ১২ বজালৈ লৈ স্থগিত ৰখা হয়।

স্মৃতি ইৰাণীয়ে কয় -“কংগ্ৰেছী নেতাজনে জানিছিল যে ভাৰতৰ ৰাষ্ট্ৰপতিক এইদৰে সম্বোধন কৰাটো কেৱল তেওঁৰ সাংবিধানিক পদটোক হেয়জ্ঞান কৰাই নহয়, তেওঁ প্ৰতিনিধিত্ব কৰা চহকী জনজাতীয় উত্তৰাধিকাৰকো হেয়জ্ঞান কৰা । তেওঁ ৰাষ্ট্ৰপতিক এনে ধৰণেৰে হেয়জ্ঞান কৰি দেশৰ নাৰী শক্তিৰ সম্ভাৱনাক হেয়জ্ঞান কৰিছে।”

In another low, Congress leader Adhir Ranjan Chowdhury, condescendingly refers to President Droupadi Murmu as “राष्ट्रपत्नी”. The characterisation is not just sexist but reeks of disdain for a Tribal woman, who has risen from a modest background, to the highest office of land. pic.twitter.com/lsNjwcftWh

— Amit Malviya (@amitmalviya) July 28, 2022


ইৰাণীয়ে লগতে কয় যে ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত হোৱাৰ পাছৰে পৰা মুর্মুক কংগ্ৰেছে কু-অভিপ্ৰায়ৰ লক্ষ্য কৰি লৈছিল আৰু ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতো তেওঁৰ বিৰুদ্ধে আক্ৰমণ বন্ধ হোৱা নাই ৷  ইয়াৰ জৰিয়তে  সৰ্বোচ্চ সাংবিধানিক পদটোক অপমানিত কৰা হৈছে ৷ সেই কথা ভালদৰে জানিও অধীৰ চৌধুৰীয়ে তেওঁক ৰাষ্ট্ৰপত্নী বুলি সম্বোধন কৰিছিল। দেশবাসীয়ে  জানে যে কংগ্ৰেছ জনজাতি বিৰোধী, দলিত বিৰোধী আৰু মহিলা বিৰোধী।

নেশ্যনেল হেৰল্ড গোচৰত ইডিয়ে ছোনিয়া গান্ধীক সোধা-পোছা কৰাৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ সাৱ্যস্ত কৰাৰ  সময়ত অধীৰ চৌধুৰীয়ে এই মন্তব্য কৰে। নিৰ্মলা সীতাৰমণকে ধৰি মহিলা সাংসদে কংগ্ৰেছ দলক ক্ষমা খুজিবলৈ দাবী জনাইছে ৷ অধীৰ চৌধুৰীয়ে অৱশ্যে এয়া ভুল বুলি দাবী কৰে।

Previous Post

‘আজিৰ পৰা আৰম্ভ ‘কমনৱেল্থ গেম্ছ ২০২২’

Next Post

নিলম্বনৰ প্ৰতিবাদ, সংসদ চৌহদতে মুকলি আকাশৰ তলত নিশা কটালে ৫ সাংসদে

Related Posts

মহাৰাষ্ট্ৰ কেবিনেট সম্প্ৰসাৰণ: একনাথ চিন্দে মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ সম্পূৰ্ণ তালিকা
ৰাজনীতি

মহাৰাষ্ট্ৰ কেবিনেট সম্প্ৰসাৰণ: একনাথ চিন্দে মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ সম্পূৰ্ণ তালিকা

August 9, 2022
কি বিশেষ দিনৰ বাবে ছচিয়েল মিডিয়াৰ ডিপিত ৰাষ্ট্ৰীয় পতাকাৰ ছবি লগাবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে !!
ৰাজনীতি

কি বিশেষ দিনৰ বাবে ছচিয়েল মিডিয়াৰ ডিপিত ৰাষ্ট্ৰীয় পতাকাৰ ছবি লগাবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে !!

August 2, 2022
এনফর্চমেণ্টে মন্ত্ৰীক গ্ৰেপ্তাৰৰ পাছতে কেবিনেট পুনৰ সালসলনিৰ প্ৰস্তুতি মমতাৰ, অন্তর্ভুক্ত হ’ব নতুন মুখ
ৰাজনীতি

এনফর্চমেণ্টে মন্ত্ৰীক গ্ৰেপ্তাৰৰ পাছতে কেবিনেট পুনৰ সালসলনিৰ প্ৰস্তুতি মমতাৰ, অন্তর্ভুক্ত হ’ব নতুন মুখ

August 1, 2022
মহাৰাষ্ট্ৰক লৈ বিতর্কিত মন্তব্য ৰাজ্যপাল কোছিয়াৰীৰ, ক’লে এই কথা
ৰাজনীতি

মহাৰাষ্ট্ৰক লৈ বিতর্কিত মন্তব্য ৰাজ্যপাল কোছিয়াৰীৰ, ক’লে এই কথা

July 30, 2022
তিনিদিনত ১২ ঘণ্টা জেৰা, সুধিলে ১০০ টা প্ৰশ্নঃ ইডিৰ সন্মুখত কি পৰিস্থিতিৰ সন্মুখীন হ’ল কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী !!
ৰাজনীতি

তিনিদিনত ১২ ঘণ্টা জেৰা, সুধিলে ১০০ টা প্ৰশ্নঃ ইডিৰ সন্মুখত কি পৰিস্থিতিৰ সন্মুখীন হ’ল কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী !!

July 27, 2022
শিৱসেনা কাৰ !! প্ৰমাণ দিবলৈ উদ্ধৱ থাকৰে-একনাথ ছিন্দেক নির্দেশ নির্বাচনী আয়োগৰ
ৰাজনীতি

শিৱসেনা কাৰ !! প্ৰমাণ দিবলৈ উদ্ধৱ থাকৰে-একনাথ ছিন্দেক নির্দেশ নির্বাচনী আয়োগৰ

July 23, 2022
Next Post
নিলম্বনৰ প্ৰতিবাদ, সংসদ চৌহদতে মুকলি আকাশৰ তলত নিশা কটালে ৫ সাংসদে

নিলম্বনৰ প্ৰতিবাদ, সংসদ চৌহদতে মুকলি আকাশৰ তলত নিশা কটালে ৫ সাংসদে

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7