VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নিলম্বনৰ প্ৰতিবাদ, সংসদ চৌহদতে মুকলি আকাশৰ তলত নিশা কটালে ৫ সাংসদে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 28, 2022
in মুখ্য সংবাদ
নিলম্বনৰ প্ৰতিবাদ, সংসদ চৌহদতে মুকলি আকাশৰ তলত নিশা কটালে ৫ সাংসদে
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

মূল্যবৃদ্ধিকে ধৰি কেইবাটাও বিষয়ত সংসদৰ মজিয়াত প্ৰতিবাদ সাৱ্যস্ত কৰি নিলম্বিত হোৱা  ৫ জন সাংসদে কালিৰ পৰা  আৰম্ভ কৰিছে ৫০ ঘণ্টীয়া ধাৰাবাহিক ধর্ণা ৷  ইয়াৰ অংশ হিচাপে  চিপিআইৰ সন্তোষ কুমাৰ, আপৰ সঞ্জয় সিঙকে ধৰি ৫ জন সাংসদে  সংসদ চৌহদৰ  গান্ধীৰ প্ৰতিমূৰ্তিৰ কাষত নিশা কটায়। ৰাজ্যসভাৰ পৰা ২০ জনকে ধৰি ২৪ জন সাংসদ আৰু কংগ্ৰেছৰ পৰা ৪ জন সদস্যক নিলম্বনৰ প্ৰতিবাদত মুকলি  আকাশৰ তলতে নিশা কটায়  তেওঁলোকে ৷

টিএমচি ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ ব্ৰেইনে টুইট কৰি কয় , “বিৰোধী দলৰ সাংসদৰ ৫০ ঘণ্টীয়া অবিৰত  ধৰ্না। ২১ ঘন্টা অতিক্ৰম  কৰিলে ৷  এতিয়াও ২৯ ঘণ্টা বাকী আছে । ২৪ জন সাংসদক নিলম্বন বাতিল কৰক। আলোচনা কৰক।”

পুৱা সাংসদসকলৰ বাবে  চাহৰ ব্যৱস্থা কৰা  টি এম চিৰ সাংসদ মৌছম নুৰে কয় যে বিৰোধী দলৰ সাংসদসকলে ক্ষমা নোখোজে  আৰু প্ৰতিবাদ অব্যাহত ৰাখিব ।সংসদৰ দুয়োখন সদনতে মূল্যবৃদ্ধি সন্দৰ্ভত আলোচনাৰ দাবী জনাইছে বিৰোধীয়ে।

 

Previous Post

দ্ৰৌপদী মুর্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি সম্বোধন কৰিলে কংগ্ৰেছ নেতাই, ক্ষমা ভিক্ষাৰ দাবী বিজেপিৰ, উত্তাল সংসদ

Next Post

১০০গৰাকী ধনী ভাৰতীয় মহিলাৰ শীৰ্ষত ৰোশনি নাদাৰ মালহোত্ৰা

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
১০০গৰাকী ধনী ভাৰতীয় মহিলাৰ শীৰ্ষত ৰোশনি নাদাৰ মালহোত্ৰা

১০০গৰাকী ধনী ভাৰতীয় মহিলাৰ শীৰ্ষত ৰোশনি নাদাৰ মালহোত্ৰা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7