VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা – ৰাজ্যজুৰি বুথ সভা সম্পন্ন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 25, 2023
in ৰাজনীতি
অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা – ৰাজ্যজুৰি বুথ সভা সম্পন্ন
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী ২৫ জানুৱাৰীঃ লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম গণ পৰিষদ দলে ব্যাপক সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে। আজিৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি দলটোৱে ৰাজ্যজৰি বুথ সভা অনুষ্ঠিত কৰে। দলৰ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি সকলো শীৰ্ষ নেতৃত্বই নিজ নিজ বুথৰ সভাত উপস্থিত থাকে। এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু মনোজ শইকীয়াই কয় যে, ৰাজ্যখনৰ প্ৰতিটো বিধান সভা সমষ্টিৰে বুথ পৰ্য্যায়ত আজি দলৰ সাংগঠনিক সভাসমূহ অনুষ্ঠিত হয়।

এই সাংগঠনিক সভাৰ জৰিয়তে নিৰ্বাচন কেন্দ্ৰীক তৎতপৰতা বৃদ্ধি কৰাৰ লগতে তৃণমূল পৰ্য্যায়ৰ পৰা দলীয় সংগঠন শক্তি কৰাৰ ওপৰত বিষদ ভাৱে আলোচনা কৰা হয়। বুথ সভাসমূহৰ জৰিয়তে জনসাধাৰণ তথা ভোটাৰৰ লগত প্ৰত্যক্ষ সম্পৰ্ক গঢ়ি তোলাৰ বাবে কাৰ্য্যসূচীও গ্ৰহণ কৰা হয়। বুথ সভাসমূহত দলীয় বিষয়ববীয়া আৰু সদস্যসকলৰ উপৰিও আঞ্চলিকতাবাদত বিশ্বাসী বহু লোকে অংশ গ্ৰহণ কৰে। সভাপতি তথা মন্ত্ৰী অতুল বৰাই বোকাখাতৰ নিজৰ বুথত উপস্থিত থকাৰ লগতে, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই কলিয়াবৰৰ নিজৰ বুথৰ সভাত অংশ গ্ৰহণ কৰে। অনুৰূপ ধৰণে দলৰ বিধায়কসকল, সাংসদ, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, নিগম নিকায়সমূহৰ অধ্যক্ষ-উপাধ্যক্ষ সকলৰ লগতে পৌৰ নিগম, পৌৰ সভা আৰু পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকল আৰু কেন্দ্ৰীয় সমিতি, জিলা পৰিষদ, বিধান পৰিষদ, ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকলেও নিজৰ নিজৰ বুথৰ এই সভাত উপস্থিত থাকে।

Previous Post

ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে জানো আহক ইউনেস্ক’ৰ দ্বাৰা নিৰ্ধাৰিত ভাৰতৰ কেইখনমান ঠাইৰ বিষয়ে

Next Post

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

Related Posts

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন
ৰাজনীতি

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
লগত দলীয়া নেতা কর্মীক লৈ কিয় ধর্ণাত বহিল মমতা বেনার্জী ?
ৰাজনীতি

লগত দলীয়া নেতা কর্মীক লৈ কিয় ধর্ণাত বহিল মমতা বেনার্জী ?

March 29, 2023
সাংসদ পদ নাকচ হোৱাৰ পিছত এইবাৰ বাংলো খালী কৰিব লাগিব ৰাহুল গান্ধীয়ে, জাননী জাৰি কৰি দিলে এমাহৰ সময়
ৰাজনীতি

সাংসদ পদ নাকচ হোৱাৰ পিছত এইবাৰ বাংলো খালী কৰিব লাগিব ৰাহুল গান্ধীয়ে, জাননী জাৰি কৰি দিলে এমাহৰ সময়

March 28, 2023
ৰাছিয়াত জি জিনপিং, ইউক্ৰেইনত জাপানৰ প্ৰধানমন্ত্ৰী, কি বার্তা দিব বিচাৰিছে দুই ৰাষ্ট্ৰনেতাৰ !!
ৰাজনীতি

ৰাছিয়াত জি জিনপিং, ইউক্ৰেইনত জাপানৰ প্ৰধানমন্ত্ৰী, কি বার্তা দিব বিচাৰিছে দুই ৰাষ্ট্ৰনেতাৰ !!

March 22, 2023
আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই  “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন
ৰাজনীতি

আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন

March 20, 2023
মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ  প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!
ৰাজনীতি

মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!

March 17, 2023
Next Post
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7