VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সাংসদ পদ নাকচ হোৱাৰ পিছত এইবাৰ বাংলো খালী কৰিব লাগিব ৰাহুল গান্ধীয়ে, জাননী জাৰি কৰি দিলে এমাহৰ সময়

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 28, 2023
in ৰাজনীতি
সাংসদ পদ নাকচ হোৱাৰ পিছত এইবাৰ বাংলো খালী কৰিব লাগিব ৰাহুল গান্ধীয়ে, জাননী জাৰি কৰি দিলে এমাহৰ সময়
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

সাংসদ পদৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত চৰকাৰী বাংলো এৰিব লাগিব ৰাহুল গান্ধীয়ে ৷ বাংলো খালী কৰাৰ জাননী দিয়া হৈছে ৰাহুল গান্ধীক। সোমবাৰে লোকসভা হাউছিং কমিটীয়ে কংগ্ৰেছ নেতাগৰাকীলৈ জাননী জাৰি কৰে। ২০০৪ চনৰ পৰা ৰাহুল লোকসভাৰ সদস্য আছিল। সেই আধাৰত দিল্লীৰ ১২ নং টোঘলক ৰোডত ৰাহুলক এটা চৰকাৰী বাংলো আবণ্টন দিয়া হৈছিল। ২৩ মাৰ্চত ৰাহুলৰ সাংসদ পদ নাকচ কৰিছিল লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। তাৰ পিছত ছোনিয়া-পুত্ৰক বাংলো খালী কৰিবলৈ জাননী দিয়া হৈছে ৷

 

অহা এমাহৰ ভিতৰত চৰকাৰী বাংলো খালী কৰিবলৈ ৰাহুলক জাননী দিয়া হৈছে। অৱশ্যে তেওঁলোকে এনে কোনো জাননী পোৱা নাই বুলি দাবী কৰিছে ৰাহুলে।

 

গুজৰাটৰ চুৰাট জিলা আদালতে মোদীৰ উপাধিৰ ওপৰত আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত যোৱা বৃহস্পতিবাৰে ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ড বিহে। তাৰ আধাৰত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ৮ নং অনুচ্ছেদ অনুসৰি শুকুৰবাৰে ৰাহুলৰ সাংসদ পদৰ পৰা বৰ্খাস্ত কৰে।

 

সাংসদ পদৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫:২৭ বজাত টুইট কৰে ছোনিয়া-পুত্ৰই। তেওঁ লিখিছে, “দেশৰ কণ্ঠৰ বাবে যুঁজি থকা সকলোৱে  মূল্য দিবলৈ  সাজু।” পিছত শনিবাৰে সংবাদমেলত ৰাহুলে কয় যে মোদী-আদানী সম্পৰ্কক লৈ সংসদত প্ৰশ্ন উত্থাপন কৰাৰ বাবে তেওঁক লক্ষ্য কৰি লোৱা হৈছে। লগতে তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে সংসদত তেওঁৰ পৰৱৰ্তী ভাষণক লৈ ভয় খাইছিল, সেয়েহে তেওঁৰ সাংসদ পদ নাকচ কৰা হৈছিল।

Previous Post

টোপনিৰ পৰা উঠি ভুলতেও এই বস্তুবোৰ নাচাব। নহ’লে জীৱনত দুৰ্দশাই এৰি নিদিব

Next Post

চীনক গুৰুত্বহীন কৰি দালাই লামাৰ ‘সাহসী’ খোজ , তৃতীয় সর্বোচ্চ ধর্নীয় গুৰুৰ উত্তৰাধিকাৰী বাচিলে ৮ বছৰীয়া শিশু

Related Posts

ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল
ৰাজনীতি

ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল

June 1, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !
ৰাজনীতি

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত
ৰাজনীতি

সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত

May 27, 2023
অনিমন্ত্ৰিত ৰাষ্ট্ৰপতি মুর্মুঃ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৯টা বিৰোধী দলে বর্জন কৰিব নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান
ৰাজনীতি

বিৰোধীয়ে বর্জন কৰিলেও মোদীৰ সংসদ ভৱন উদ্বোধনী অনুষ্ঠানত থাকিব ১৭ টা ৰাজনৈতিক দল

May 25, 2023
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ছিদ্দাৰমাইয়াই, কোন নেতা উপস্থিত থাকিল ?
ৰাজনীতি

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ছিদ্দাৰমাইয়াই, কোন নেতা উপস্থিত থাকিল ?

May 20, 2023
অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ, কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সিদ্দাৰামায়া , উপ-মুখ্যমন্ত্ৰী হ’ব শিৱকুমাৰ
ৰাজনীতি

অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ, কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সিদ্দাৰামায়া , উপ-মুখ্যমন্ত্ৰী হ’ব শিৱকুমাৰ

May 18, 2023
Next Post
চীনক গুৰুত্বহীন কৰি দালাই লামাৰ ‘সাহসী’ খোজ , তৃতীয় সর্বোচ্চ ধর্নীয় গুৰুৰ উত্তৰাধিকাৰী বাচিলে ৮ বছৰীয়া শিশু

চীনক গুৰুত্বহীন কৰি দালাই লামাৰ ‘সাহসী’ খোজ , তৃতীয় সর্বোচ্চ ধর্নীয় গুৰুৰ উত্তৰাধিকাৰী বাচিলে ৮ বছৰীয়া শিশু

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7