VOICE 24x7
Sunday, December 3, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ছিদ্দাৰমাইয়াই, কোন নেতা উপস্থিত থাকিল ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 20, 2023
in ৰাজনীতি
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ছিদ্দাৰমাইয়াই, কোন নেতা উপস্থিত থাকিল ?
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰমাইয়াই শনিবাৰে বিয়লি  শপত গ্ৰহণ কৰে। ইয়াৰ লগে লগে তেওঁ দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হয়। কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰেও বেংগালুৰুৰ কান্তিৰাভা ফুটবল ষ্টেডিয়ামত উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

 

ছিদ্দাৰামায়া আৰু শিৱকুমাৰৰ উপৰিও শনিবাৰে কেইবাজনো কেবিনেট মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। সেই তালিকাৰ এটা উল্লেখযোগ্য নাম হ’ল কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গৰ পুত্ৰ প্ৰিয়াংক। শুকুৰবাৰলৈকে উপ-মুখ্যমন্ত্ৰীৰ পদক লৈ অটল হৈ আছিল প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা ৰাজ্যিক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি জি পৰমেশ্বৰে। এইগৰাকী প্ৰভাৱশালী দলিত নেতাই শনিবাৰে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বাল্মিকী সম্প্ৰদায়ৰ নেতা সতীশ ঝাৰখিঅলিয়েও কেবিনেট মন্ত্ৰী লাভ কৰে। তেওঁৰ ককায়েক বিজেপি নেতা ৰমেশ বিদায়ী মন্ত্ৰীসভাৰ সদস্য আছিল।

 

পাঁচবাৰৰ বিধায়ক তথা প্ৰভাৱশালী লিংগায়ত নেতা এম বি পাটিল, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কে এইচ মুনিয়াপ্পা, দলীয় সংখ্যালঘু নেতা জামিৰ আহমেদ খান আৰু কে জে জৰ্জেও শনিবাৰে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শনিবাৰৰ শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ সভাপতি খাৰ্গ, ৰাহুল গান্ধী,প্ৰিয়ংকা, কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে। কিন্তু ছোনিয়া গান্ধী এই অনুষ্ঠানত উপস্থিত নাথাকে ৷

 

কংগ্ৰেছৰ মিত্ৰ দলসমূহৰ ভিতৰত  এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু আৰ জে ডিৰ মুৰব্বী লালুপ্ৰসাদৰ পুত্ৰ তথা নীতিশৰ মন্ত্ৰীসভাৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আৰু জে এম এমৰ মুৰব্বী হেমন্ত ছ’ৰেন, চি পি এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, চি পি আইৰ ডি ৰাজা আৰু দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী — ৰাষ্ট্ৰীয় সন্মিলনৰ ফাৰুক আব্দুল্লা আৰু পিডিপিৰ মেহবুবা মুফতিয়ে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ৷

 

কংগ্ৰেছৰ আমন্ত্ৰণ পোৱাৰ পিছতো মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী কান্তিৰাভালৈ যোৱা নাছিল। তৃণমূলৰ হৈ সাংসদ কাকালী ঘোষ  উপস্থিত থাকে। মহাৰাষ্ট্ৰৰ কংগ্ৰেছৰ মিত্ৰ উদ্ধৱ থাকৰেও শপতগ্ৰহণত অনুপস্থিত আছিল। তাৰ পৰিৱৰ্তে শিৱসেনাৰ মুৰব্বী (বালাচাহেবে) শপত গ্ৰহণ কৰিবলৈ নিজৰ প্ৰতিনিধি পঠিয়াইছিল।

 

Previous Post

আইপিএলৰ মাজতে বিশ্বকাপৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিচিচিআইয়ে

Next Post

দাম ৫ লাখ টকা, আপুনি জানেনে বিশ্বৰ আটাইতকৈ দামী আইচক্ৰীমৰ মূল উপাদান কি ?

Related Posts

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন
ৰাজনীতি

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
দলীয় অন্তঃকন্দল!!ধেমাজি জিলা সভাপতিৰ পদত্যাগ
ৰাজনীতি

দলীয় অন্তঃকন্দল!!ধেমাজি জিলা সভাপতিৰ পদত্যাগ

December 2, 2023
বিটিএডিত বিজেপিয়ে বজাইছে লোকসভা নির্বাচনৰ ৰণডংকা, ৰণোজ পেগুৰ উপস্থিতিত মাজবাটত বিশাল বাইক ৰেলী
ৰাজনীতি

বিটিএডিত বিজেপিয়ে বজাইছে লোকসভা নির্বাচনৰ ৰণডংকা, ৰণোজ পেগুৰ উপস্থিতিত মাজবাটত বিশাল বাইক ৰেলী

November 29, 2023
বজালী-নলবাৰীৰ তৃণমূল কংগ্ৰেছৰ নেতা-কর্মীৰ কংগ্ৰেছত যোগদান
ৰাজনীতি

বজালী-নলবাৰীৰ তৃণমূল কংগ্ৰেছৰ নেতা-কর্মীৰ কংগ্ৰেছত যোগদান

November 20, 2023
কার্বি আংলং বিজেপিত জোকৰনি, কার্বি স্বায়ত্ব শাসিত পৰিষদৰ তিনি প্ৰাক্তন কার্যবাহী সদস্যই যোগদান কৰিব কংগ্ৰেছত
ৰাজনীতি

কার্বি আংলং বিজেপিত জোকৰনি, কার্বি স্বায়ত্ব শাসিত পৰিষদৰ তিনি প্ৰাক্তন কার্যবাহী সদস্যই যোগদান কৰিব কংগ্ৰেছত

November 15, 2023
নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তি, স্থায়ী সভাপতিৰ তালিকা এআইচিচিলৈ অনুমোদনৰ বাবে প্ৰেৰণ
ৰাজনীতি

নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তি, স্থায়ী সভাপতিৰ তালিকা এআইচিচিলৈ অনুমোদনৰ বাবে প্ৰেৰণ

November 13, 2023
Next Post
দাম ৫ লাখ টকা, আপুনি জানেনে বিশ্বৰ আটাইতকৈ দামী আইচক্ৰীমৰ মূল উপাদান কি ?

দাম ৫ লাখ টকা, আপুনি জানেনে বিশ্বৰ আটাইতকৈ দামী আইচক্ৰীমৰ মূল উপাদান কি ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
শিলচৰত আৰম্ভ  অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব

শিলচৰত আৰম্ভ অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব

December 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7