VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী

'স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ' তথা  'গৃহ আৰু ৰাজনৈতিক বিভাগ'ৰ মুঠ ১,২০৮গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 28, 2023
in ৰাজনীতি
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত  আয়োজন কৰা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে অসমৰ  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা  ।

উক্ত অনুষ্ঠানত ‘স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ’ তথা  ‘গৃহ আৰু ৰাজনৈতিক বিভাগ’ৰ মুঠ ১,২০৮গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷ ইয়াৰে ‘স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ’ত ১,১৩৬গৰাকী প্ৰাৰ্থী আৰু ‘গৃহ আৰু ৰাজনৈতিক বিভাগ’ত ৭২গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পত্ৰ লাভ কৰিছে ৷ আজিৰ এই নিযুক্তিৰ ফলত ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ড আৰু গৃহ বিভাগে এক বিশেষ গতি লাভ কৰিব বুলি আশাবাদী মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি প্ৰাপ্ত ষ্টাফ নাৰ্ছসকলক মাৰ্জিত ব্যৱহাৰ, কৰ্তব্যপৰায়ণতাৰে  জনসাধাৰণলৈ সেৱা আগবঢ়াবলৈ আহ্বান জনায়।

Previous Post

অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই  “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন
ৰাজনীতি

আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন

March 20, 2023
মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ  প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!
ৰাজনীতি

মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!

March 17, 2023
ডিলিমিটেচনলৈ প্ৰত্যাহ্বান? জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ : ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী হাইকোৰ্টৰ
আইন

ডিলিমিটেচনলৈ প্ৰত্যাহ্বান? জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ : ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী হাইকোৰ্টৰ

March 15, 2023
ৰাজনৈতিক সমীকৰণঃ দেশৰ সমূহ বিদ্যালয়ৰ শিক্ষার্থীলৈ প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰিব পত্ৰ
ৰাজনীতি

ৰাজনৈতিক সমীকৰণঃ দেশৰ সমূহ বিদ্যালয়ৰ শিক্ষার্থীলৈ প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰিব পত্ৰ

March 9, 2023
প্ৰধানমন্ত্ৰী মোদী –গৃহমন্ত্ৰী শ্বাহৰ উপস্থিতিত দ্বিতীয় কাৰ্যকালৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মাণিক সাহাৰ
ৰাজনীতি

প্ৰধানমন্ত্ৰী মোদী –গৃহমন্ত্ৰী শ্বাহৰ উপস্থিতিত দ্বিতীয় কাৰ্যকালৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মাণিক সাহাৰ

March 8, 2023
কংগ্ৰেছে পাহৰিলে আবুল কালাম আজাদক, বিজ্ঞাপনত নিদিলে আজাদক স্থানঃ দেশজুৰি প্ৰতিক্ৰিয়াত বিচাৰিলে ক্ষমা
ৰাজনীতি

কংগ্ৰেছে পাহৰিলে আবুল কালাম আজাদক, বিজ্ঞাপনত নিদিলে আজাদক স্থানঃ দেশজুৰি প্ৰতিক্ৰিয়াত বিচাৰিলে ক্ষমা

February 27, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7