VOICE 24x7
Monday, December 11, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিজ্ঞানৰ অন্য এক সফলতা ; ঘামৰ পৰা উৎপন্ন হ’ব বিদ্যুৎ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 17, 2021
in বিজ্ঞান
বিজ্ঞানৰ অন্য এক সফলতা ; ঘামৰ পৰা উৎপন্ন হ’ব বিদ্যুৎ
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

মানৱ সভ্যতাত বিজ্ঞানে অনা জোৱাৰত অসম্ভৱকো সম্ভৱ কৰি অন্য এক সফল পৰীক্ষণ সম্পন্ন হৈছে ।

ইউনিভাৰ্চিটি অফ কেলিফৰ্ণিয়াৰ এদল গৱেষকে এইবাৰ মানুহৰ দেহৰ পৰা নিৰ্গত হোৱা ঘামেৰে উৎপন্ন কৰিছে বিদ্যুৎ।

গৱেষক সকলে হাতত পিন্ধিব পৰা এটা যন্ত্ৰৰ সহায়ত মানুহৰ শৰীৰৰ পৰা নিৰ্গত হোৱা ঘাম সংগ্ৰহ কৰি বিজুলী উৎপাদন কৰি সফলতা লাভ কৰিছে।

গৱেষক সকলৰ দাবী যে এই যন্ত্ৰ হাতৰ আঙুলিত সংযোগ কৰি তাৰ পৰাই ঘাম সংগ্ৰহ কৰিব পাৰিব আৰু সেই ঘামৰ পৰা উৎপন্ন হ’ব বিদ্যুৎ।

অৱশ্য কম বিদ্যুৎ উৎপন্ন কৰা এই ডিভাইছটোৰ পৰা মাত্ৰ এটা স্মাৰ্ট ফ’নহে চাৰ্জ কৰিব পাৰিব।

এই ডিভাইছটো তিনি সপ্তাহ পিন্ধি থাকিলেহে এটা ফ’ন চাৰ্জ কৰিব পৰা বিদ্যুৎ উৎপাদন কৰিব পৰা যাব বুলি সদৰি কৰিছে গৱেষকৰ দলটোৱে।

অৱশ্যে ভৱিষ্যতলৈ অধিক কাৰ্যক্ষম কৰি তুলিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে গৱেষকৰ দলটোৱে ।

Previous Post

বাৰমূখীয়াৰ পৰা সুদূৰ টকিঅ’লৈ এক বৰ্ণিল যাত্ৰা লাভলীনাৰ

Next Post

আফগানিস্তানত নিহত পুলিৎজাৰ বঁটা বিজয়ী ভাৰতীয় ফটো সাংবাদিক ডানিছ ছিদ্দিকী

Related Posts

৩৭৫ বছৰ ধৰি “নিৰুদ্দেশ” হৈ থকা  অষ্টম ‘মহাদেশ’ৰ সন্ধান লাভ বিজ্ঞানীৰ, কি নাম জাননে ?
বিজ্ঞান

৩৭৫ বছৰ ধৰি “নিৰুদ্দেশ” হৈ থকা অষ্টম ‘মহাদেশ’ৰ সন্ধান লাভ বিজ্ঞানীৰ, কি নাম জাননে ?

September 29, 2023
চন্দ্ৰত মহাকাশচাৰীক জীয়াই ৰাখিব পাৰা শক্তিৰ উৎস উদ্ভাৱন বিজ্ঞানীৰ
বিজ্ঞান

চন্দ্ৰত মহাকাশচাৰীক জীয়াই ৰাখিব পাৰা শক্তিৰ উৎস উদ্ভাৱন বিজ্ঞানীৰ

September 10, 2023
সূর্য্য অভিমুখী আদিত্য-এল১-এ তুলিলে ছেলফি , লগতে তুলিলে পৃথিৱী আৰু চন্দ্ৰৰ ফটো
বিজ্ঞান

সূর্য্য অভিমুখী আদিত্য-এল১-এ তুলিলে ছেলফি , লগতে তুলিলে পৃথিৱী আৰু চন্দ্ৰৰ ফটো

September 7, 2023
চন্দ্ৰৰ পাছত লক্ষ্য সূর্য্যঃ ইছৰোৱে সফলতাৰে উৎক্ষেপন কৰিলে আদিত্য-এল১, কেনেদৰে ই কৰিব অধ্যয়ন !!
বিজ্ঞান

চন্দ্ৰৰ পাছত লক্ষ্য সূর্য্যঃ ইছৰোৱে সফলতাৰে উৎক্ষেপন কৰিলে আদিত্য-এল১, কেনেদৰে ই কৰিব অধ্যয়ন !!

September 2, 2023
বিক্ৰম লেণ্ডাৰৰ হাই ৰিজ’লিউশ্বন কেমেৰা প্ৰস্তুত কৰিছিল ধেমাজিৰ বিজ্ঞানী অনুজ নন্দীয়ে, জন্মগাঁৱত আনন্দৰ লহৰ
বিজ্ঞান

বিক্ৰম লেণ্ডাৰৰ হাই ৰিজ’লিউশ্বন কেমেৰা প্ৰস্তুত কৰিছিল ধেমাজিৰ বিজ্ঞানী অনুজ নন্দীয়ে, জন্মগাঁৱত আনন্দৰ লহৰ

August 29, 2023
নিশাটো পাৰ হ’লেই সেই মাহেন্দ্ৰ ক্ষণ, অৱতৰণৰ পূর্বে ৭০ কিল’মিটাৰ ওপৰৰ পৰা চন্দ্ৰযানে পঠিয়ালে ফটো,
বিজ্ঞান

নিশাটো পাৰ হ’লেই সেই মাহেন্দ্ৰ ক্ষণ, অৱতৰণৰ পূর্বে ৭০ কিল’মিটাৰ ওপৰৰ পৰা চন্দ্ৰযানে পঠিয়ালে ফটো,

August 22, 2023
Next Post
আফগানিস্তানত নিহত পুলিৎজাৰ বঁটা বিজয়ী ভাৰতীয় ফটো সাংবাদিক ডানিছ ছিদ্দিকী

আফগানিস্তানত নিহত পুলিৎজাৰ বঁটা বিজয়ী ভাৰতীয় ফটো সাংবাদিক ডানিছ ছিদ্দিকী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7