VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰক্ষণশীল ভাবমূৰ্তি ত্যাগ কৰাৰ চেষ্টা, ইতিহাস ৰচনা কৰি মহাকাশলৈ যাব মহিলা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 15, 2023
in বিজ্ঞান
ৰক্ষণশীল ভাবমূৰ্তি ত্যাগ কৰাৰ চেষ্টা, ইতিহাস ৰচনা কৰি মহাকাশলৈ যাব মহিলা
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

ছৌদি আৰবে নিজৰ ৰক্ষণশীল ভাবমূৰ্তি নোহোৱা কৰি বিশ্বৰ আগত নিজকে প্ৰগতিশীল দেশ হিচাপে উপস্থাপন কৰাৰ আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকে এইবাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ এগৰাকী মহিলা মহাকাশচাৰী প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এয়া দেশখনৰ ইতিহাসতে প্ৰথম ৷

শেহতীয়াকৈ ছৌদি ৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ পৰৱৰ্তী মহাকাশ অভিযানৰ বাবে ৰায়না বাৰ্ণৱী নামৰ এগৰাকী মহিলা মহাকাশচাৰীক নিৰ্বাচিত কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ দহদিনীয়া অভিযানত তেওঁৰ সংগী হ’ব আলী আল-কাৰ্ণী নামৰ আন এজন ছৌদি মহাকাশচাৰী।

চলিত বৰ্ষৰ দ্বিতীয়াৰ্ধৰ পৰা আৰম্ভ হ’ব এই ছৌদি মহাকাশ অভিযান। ইয়াৰ আয়োজন কৰিছে আন্তঃৰাষ্ট্ৰীয় সংস্থা এক্সিয়ম স্পেচে ৷  তেওঁলোকক সহায় কৰিব ছৌদি আৰৱৰ প্ৰতিৰক্ষা মন্ত্ৰালয়, ক্ৰীড়া মন্ত্ৰালয়, ৰাষ্ট্ৰীয় বিমান পৰিবহণ কৰ্তৃপক্ষৰ লগতে প্ৰশাসনৰ আন কেইবাটাও বিভাগে।

মহাকাশচাৰীসকলক মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব মহাকাশযান ‘স্পেচ এক্স ড্ৰেগন’ৰ জৰিয়তে। ছৌদি আৰৱৰ ৰায়ানা আৰু আলীৰ উপৰিও নাছাৰ প্ৰাক্তন মহাকাশচাৰী পেগী হুইটছনও তাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগে লগে তেওঁ চতুৰ্থবাৰৰ বাবে মহাকাশ কেন্দ্ৰলৈ যাবলৈ ওলাইছে। টেনেচিৰ বাসিন্দা জন শ্বফনাৰে এই মহাকাশযানখনৰ পাইলট হিচাপে কাম কৰিব। খবৰ অনুসৰি নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা ‘স্পেচএক্স ফেলকন ৯’ ৰকেটত তেওঁলোকৰ যাত্ৰা আৰম্ভ হ’ব।

Previous Post

আজি ‘আলি-আয়ে-লৃগাং’। মিচিং সকলৰ ঋতুকালীন উৎসৱ আলি-আয়ে-লৃগাং

Next Post

গৰম দিনত অতিৰিক্ত বিদ্যুতৰ বিলৰ বাবে চিন্তিত নেকি ! কোনো কৌশল মানি চলিলে পাব সকাহ ?

Related Posts

আপুনি জানেনে মাৰ্চ মাহৰ শেষৰ শনিবাৰে অনুষ্ঠিত হোৱা আৰ্থ আৱাৰত কিমানখন দেশে অংশগ্ৰহণ কৰে?
বিজ্ঞান

আপুনি জানেনে মাৰ্চ মাহৰ শেষৰ শনিবাৰে অনুষ্ঠিত হোৱা আৰ্থ আৱাৰত কিমানখন দেশে অংশগ্ৰহণ কৰে?

March 25, 2023
অসম ৰাজ্যিক মহিলা আয়োগ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বিনামূলীয়া আইনী সেৱা কেন্দ্ৰ মুকলি
জীৱন

অসম ৰাজ্যিক মহিলা আয়োগ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বিনামূলীয়া আইনী সেৱা কেন্দ্ৰ মুকলি

March 10, 2023
আকাশত ‘কুহুমীয়া চন্দ্ৰ’-চন্দ্ৰৰ ইমান ধুনীয়া নামটোৰ ৰহস্য কি?
বিজ্ঞান

আকাশত ‘কুহুমীয়া চন্দ্ৰ’-চন্দ্ৰৰ ইমান ধুনীয়া নামটোৰ ৰহস্য কি?

March 9, 2023
গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহ পৰিণতি, দ্ৰুত গতিত গলিছে উত্তৰ আৰু দক্ষিণ মেৰুৰ বৰফ
বিজ্ঞান

গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহ পৰিণতি, দ্ৰুত গতিত গলিছে উত্তৰ আৰু দক্ষিণ মেৰুৰ বৰফ

February 17, 2023
অকলশৰীয়াকৈ থকা জাপানৰ মুমু কেনেকৈ গৰ্ভৱতী হ’ল
বিজ্ঞান

অকলশৰীয়াকৈ থকা জাপানৰ মুমু কেনেকৈ গৰ্ভৱতী হ’ল

February 14, 2023
নাছাৰ হাবলে শনিৰ এটা নতুন “স্পোক” ঋতুৰ আৰম্ভণি কৰিছে
বিজ্ঞান

নাছাৰ হাবলে শনিৰ এটা নতুন “স্পোক” ঋতুৰ আৰম্ভণি কৰিছে

February 13, 2023
Next Post
গৰম দিনত অতিৰিক্ত বিদ্যুতৰ বিলৰ বাবে চিন্তিত নেকি ! কোনো কৌশল মানি চলিলে পাব সকাহ ?

গৰম দিনত অতিৰিক্ত বিদ্যুতৰ বিলৰ বাবে চিন্তিত নেকি ! কোনো কৌশল মানি চলিলে পাব সকাহ ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7