VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ডঃ অভিজিৎ দত্তলৈ ‘একাডেমিক এক্সিলেন্স বঁটা’

হাৰিয়ানাৰ চাৰ্টাৰ্ড এছ'চিয়েচনে ডঃ দত্তলৈ আগবঢ়াইছে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 21, 2022
in সমাজ
ডঃ অভিজিৎ দত্তলৈ ‘একাডেমিক এক্সিলেন্স বঁটা’
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

ফিজিঅ’থেৰাপি শিক্ষাৰ অভিজ্ঞ শিক্ষক আৰু গৱেষক অসমৰ ডঃ অভিজিত দত্তলৈ আগবঢ়োৱা হৈছে  ‘একাডেমিক এক্সিলেন্স বঁটা’ ৷ অসমত ফিজিঅ’থেৰাপি শিক্ষাৰ প্ৰসাৰৰ বাবে দীর্ঘ দিন ধৰি আগবঢ়োৱা সেৱাৰ বাবে ডঃ দত্তলৈ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আগবঢ়াইছে হাৰিয়ানাৰ চাৰ্টাৰ্ড এছ’চিয়েচনে ৷ যোৱা ১৮ ডিচেম্বৰত হাৰিয়ানাৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ৰ ডাঃ সৰ্বেপল্লী ৰাধাকৃষ্ণন অডিটৰিয়ামত অনুষ্ঠিত হোৱা ‘ফ’ৰ্থ ইন্টাৰনেচনেল কনফাৰেন্স অৱ ফিজিঅ’থেৰাপিষ্ট’ত তেখেতক এই বঁটা প্ৰদান কৰা হয় ৷ ৷ ৰোহটক লোকসভা সমষ্টিৰ সাংসদ ড০ অৰবিন্দ শৰ্মাই এই বঁটা আৰু সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সম্বৰ্ধনা সভাত উপস্থিত থকা কেইগৰাকীমান বিশিষ্ট লোক আছিল দিল্লী ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটি উপাচাৰ্য প্ৰফেচৰ ৰমেশ কে গোৱাল, মাননীয় উপাচাৰ্য নতুন দিল্লী, ৰোহটকৰ মেয়ৰ মনমোহন  আৰু  আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী পৰমহন্স কালিদাস মহাৰাজজীৰ পবিত্ৰ সান্নিধ্যত।

বঁটা গ্ৰহণ কৰি ডঃ দত্তই অসমৰ ফিজিঅ’থেৰাপি শিক্ষাৰ জগতখনৰ অগ্ৰগতি আৰু সম্ভাৱনাৰ বিষয়ে কয় আৰু  এই বঁটাক তেখেতৰ কামৰ স্বীকৃতি হিচাপে গ্ৰহণ কৰে ৷ ফিজিঅ’থেৰাপিৰ সৰ্বভাৰতীয় স্তৰত শিক্ষাবিদ হিচাপে বিশেষ খ্যাতি অৰ্জন কৰা  ডঃ দত্ত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পেৰামেডিকেল বিজ্ঞান বিভাগৰ ডীন ৷

Previous Post

ৰামদেৱৰ পতঞ্জলি কোম্পানীকে ধৰি ১৬টা ভাৰতীয় ঔষধ কোম্পানীক ব্লেকলিষ্ট নেপালৰ, কিয় ল’লে এই সিদ্ধান্ত ?

Next Post

পুনৰ আহিব নেকি বিভীষিকাময় দিনসমূহঃচীনত ক’ভিড সংক্ৰমণ বৃদ্ধিত উদ্বিগ্ন কেন্দ্ৰ, ৰাজ্য চৰকাৰসমূহলৈ বিশেষ নির্দেশ

Related Posts

প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 29, 2023
এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও
সমাজ

এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও

January 28, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 28, 2023
চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ
সমাজ

চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ

January 27, 2023
আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে  শীৰ্ষ ৰেটিং ?
সমাজ

আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে শীৰ্ষ ৰেটিং ?

January 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 27, 2023
Next Post
পুনৰ আহিব নেকি বিভীষিকাময় দিনসমূহঃচীনত ক’ভিড সংক্ৰমণ বৃদ্ধিত উদ্বিগ্ন কেন্দ্ৰ, ৰাজ্য চৰকাৰসমূহলৈ বিশেষ নির্দেশ

পুনৰ আহিব নেকি বিভীষিকাময় দিনসমূহঃচীনত ক’ভিড সংক্ৰমণ বৃদ্ধিত উদ্বিগ্ন কেন্দ্ৰ, ৰাজ্য চৰকাৰসমূহলৈ বিশেষ নির্দেশ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7