VOICE 24x7
Sunday, January 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শিশুসকলক এনে উপহাৰ দিয়াহে উচিত যি তেওঁলোকৰ মানসিক আৰু শাৰিৰীক উৎকৰ্ষ সাধন কৰে

এনে উপহাৰ ক্ৰয় কৰক যি ক্ৰয় কৰিলে ধনৰ অপচয় নহয় আপোনাৰো

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 24, 2022
in সমাজ
শিশুসকলক এনে উপহাৰ দিয়াহে উচিত যি তেওঁলোকৰ মানসিক আৰু শাৰিৰীক উৎকৰ্ষ সাধন কৰে
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

কাইলৈ সমগ্ৰ বিশ্বই উদযাপন কৰিব বৰদিন ৷ এই উৎসৱ উদযাপনৰ হেঁপাহত ব্যাকুল সমগ্ৰ বিশ্ববাসী ৷ এই উৎসৱ সমূহেই এক উৎস যি জাতি ধৰ্ম নিৰ্বিশেষে মানুহক এক হৈ থকাৰ পথ দেখুৱাই ৷ খ্ৰীষ্ট ধৰ্মৰ প্ৰৱৰ্তক  যীশুৰ জন্মদিন উদযাপন কৰিবৰ বাবে কেৱল খ্ৰীষ্টান সকলেই নহয় অধীৰ আগ্ৰহেৰে বাট চাই থাকে পৃথিৱীৰ সকলো শিশুৱে ৷ তাতে যদি উপহাৰৰ কথা আহে তেতিয়াটো সেই উৎসাহ আৰু দুগুণে চৰে ৷

সঁচাকৈয়ে উপহাৰ বুলি ক’লে হয়তো আমাৰ সকলোৰেই বৰ হেঁপাহ ৷ কাৰণ  কোনোবাই মৰমত দিয়া এটা সৰু বস্তুৱেও মানুহক অপৰিসীম আনন্দ দিব পাৰে ৷ শিশুসকলৰ কথাটো ক’বই নালাগে ৷  সাধাৰণ বস্তু এটা উপহাৰ দিলেও শিশুসকলৰ উপহাৰ গ্ৰহণ কৰাৰ আনন্দই হয়তো বহু সময়ত মানুহক এক অনাবিল সুখ প্ৰদান কৰে ৷

বৰদিনৰ দিনটোত চাণ্টাক্লজৰ সেই বিশেষ  উপহাৰৰ বাবে ৰৈ থাকে বহু শিশু ৷ আপুনিও হয়তো আপোনাৰ সন্তানৰ সেই আনন্দৰ অংশ হৈ সুখী অনুভৱ কৰে ৷

যদি আপুনি আপোনাৰ সন্তানৰ বাবে মনে ,নে সেই  চান্টা উপহাৰ বিচাৰিছে, তেন্তে আপুনি নিশ্চয় তেনে উপহাৰ দিব পাৰে যিবোৰ তেওঁলোকৰ বাবেও উপকাৰী ৷

আপুনি সন্তানক উপহাৰ দিব পাৰে যিকোনো বাদ্যযন্ত্ৰ যি হ’ব শিশুটিৰ বাবে  এক আচৰিত উপহাৰ।আনহাতে যদি আপোনাৰ সন্তানে ক্ৰিকেট, ফুটবল, বেডমিণ্টন আদি খেল ভাল পায় তেন্তে আপুনি নিশ্চয় তেনে খেলা সামগ্ৰীও  উপহাৰ দিব পাৰে সন্তানক ।  সাধু নাইবা গল্পৰ কিতাপো আপোনাৰ শিশুটিৰ বাবে হ’ব পাৰে খ্ৰীষ্টমাছৰ এক শ্ৰেষ্ঠ উপহাৰ যি  তেওঁলোকৰ পঢ়াৰ দক্ষতাও বৃদ্ধি কৰিব।আনহাতে পইচা থোৱা বেংক এটা উপহাৰ দি আপোনাৰ  শিশুক ধন সঞ্চয়  কৰিবলৈকো শিকাব পাৰে আপুনি৷

প্ৰকৃতাৰ্থত শিশুসকলক এনে উপহাৰ দিয়াহে উচিত যি শিশুসকলৰ মানসিক আৰু শাৰিৰীক উৎকৰ্ষ সাধন কৰাতো সহায়ক হয় আৰু যি উপহাৰ ক্ৰয় কৰিলে আপোনাৰো নহয় ধনৰ অপচয় ৷

নে কি ভাৱে বাৰু আপুনি ?

Previous Post

বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ পৰা ক্ৰমাৎ নিজৰ স্থান হেৰুৱাইছে ইলন মাস্কে

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 29, 2023
এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও
সমাজ

এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও

January 28, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 28, 2023
চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ
সমাজ

চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ

January 27, 2023
আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে  শীৰ্ষ ৰেটিং ?
সমাজ

আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে শীৰ্ষ ৰেটিং ?

January 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 27, 2023
Next Post
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7