VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
July 30, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক গিৰিধৰ শৰ্মাৰ ওপজা দিন । ১৯১২ চনৰ আজিৰ দিনটোতে নলবাৰী (তেতিয়াৰ কামৰূপ) জিলাৰ ককয়াত তেওঁৰ জন্ম হৈছিল । প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতেই তেওঁ আৰ্থিক অনাটনৰ বাবে নলবাৰী এম ই স্কুলত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল । ১৯৩৫ চনত তেওঁ ককয়া কামদা চতুষ্পাঠীৰ পৰা স্বৰ্ণ পদকসহ ব্যাকৰণ শাস্ত্ৰী উপাধি লাভ কৰে ।একেসময়তে তেওঁ প্ৰাইভেটকৈ পঢ়ি স্নাতকোত্তৰ ডিগ্ৰীও আহৰণ কৰে । ১৯৫০ চনত তেওঁ সন্দিকৈ মহাবিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে । তাৰ পিছত তেওঁ কটন কলেজত যোগদান কৰে । ১৯৬২ চনত তেওঁ আৰ্য বিদ্যাপীঠ কলেজৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে আৰু ১৯৭৫ চনত অৱসৰ গ্ৰহণ কৰে । তেওঁ আছিল আৰ্য বিদ্যাপীঠ কলেজ স্থাপনৰ আঁৰৰ অন্যতম ব্যক্তি । তেওঁ অসম কলেজ শিক্ষক সন্থা আৰু অসম কলেজ অধ্যক্ষ সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল । তদুপৰি বাণীকান্ত বি টি কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিল তথা অসম মাধ্যমিক শিক্ষা পৰিষদৰো সদস্য আছিল । তেওঁ কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি (১৯৭২) হোৱাৰ উপৰি ১৯৭৩ চনত ৰঙিয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনতো তেওঁ সভাপতিত্ব কৰিছিল । তেওঁৰ কাৰ্যকালতে সাহিত্য সভা পত্ৰিকাক তেওঁ মাহেকীয়া আলোচনীৰ ৰূপ দিছিল । তেওঁ মুখ্যতঃ স্কুলীয়া পাঠ্যপুথি ৰচনা কৰিছিল । Sanskrit Grammar, Composition & Translation, Sarma’s Anglo Assamese Dictionary, আধুনিক অসমীয়া ভাষাৰ ব্যাকৰণ, অসমীয়া অভিধান, সংস্কৃত ব্যাকৰণ চন্দ্ৰিকা, প্ৰবন্ধ বিচিত্ৰা আদি তেওঁৰ প্ৰকাশিত পুথি । অনুবাদমূলক গ্ৰন্থ ‘গল্প গুচ্ছ আৰু দেৱী চৌধুৰানী’ । সম্পাদনামূলক গ্ৰন্থ ‘চুটিগল্প সংকলন’ । এইগৰাকী শিক্ষাবিদ, সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

আজি সাহিত্যিক, সাংবাদিক পদ্ম বৰকটকীৰ ওপজা দিন । ১৯২৭ চনৰ আজিৰ দিনটোতে যোৰহাটত তেওঁৰ জন্ম দিন । ১৯৫৬ চনত ‘হিন্দুস্তান ষ্টেণ্ডাৰ্ড’ কাকতত ফিচাৰ লেখক হিচাপে তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল । তেওঁ দ্য আছাম ট্ৰিবিউন কাকতৰো সংবাদদাতা আছিল । তদুপৰি আমাৰ প্ৰতিনিধি, নতুন প্ৰতিনিধি, সমকালীন, মাতৃভূমি, ইস্তাহাৰ, The North East Daily, নতুন দৈনিক, নতুন দিন আদি কাকত-আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তাহানিৰ আকাশবাণী শ্বিলং-গুৱাহাটীতো তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ এগৰাকী সমালোচকো আছিল । তেওঁ ৩৮খন উপন্যাস, পাঁচখন চুটিগল্পৰ সংকলন, দুখন কবিতা পুথি, তিনিখন শিশু-গ্ৰন্থ, পোন্ধৰখন নাটক আৰু বিভিন্ন বিষয়ৰ দহখন গ্ৰন্থ ৰচনা কৰিছিল । ২০০৭ চনত অসম চৰকাৰে তেওঁক চুকাফা বঁটাৰে সন্মানিত কৰে । এইগৰাকী সাহিত্যিক-সাংবাদিকলৈ আমাৰ প্ৰণাম ।

Previous Post

আমাৰ শৰীৰৰ কিছুমান সমস্যা ঘৰুৱা উপায়েৰেও আমি সমাধান কৰিব পাৰোঁ। জানো আহক-

Next Post

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মক ‘ৰাষ্ট্ৰপত্নী’ আখ্যা , লিখিতভাৱে ক্ষমা বিচাৰিলে কংগ্ৰেছ সাংসদে

Related Posts

দেওবাৰে দেশৰ ঐতিহাসিক স্মাৰক তাজমহলত বিফল হৈছিল ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা
সমাজ

দেওবাৰে দেশৰ ঐতিহাসিক স্মাৰক তাজমহলত বিফল হৈছিল ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা

August 9, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 9, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 8, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 7, 2022
উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?
সমাজ

উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?

August 6, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 6, 2022
Next Post
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মক ‘ৰাষ্ট্ৰপত্নী’ আখ্যা , লিখিতভাৱে ক্ষমা বিচাৰিলে কংগ্ৰেছ সাংসদে

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মক ‘ৰাষ্ট্ৰপত্নী’ আখ্যা , লিখিতভাৱে ক্ষমা বিচাৰিলে কংগ্ৰেছ সাংসদে

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7