VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
May 6, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

আজি স্বাধীনতা সংগ্ৰামী মতিলাল নেহৰুৰ ওপজা দিন । ১৮৬১ চনৰ আজিৰ দিনটোতে আগ্ৰাত তেওঁৰ জন্ম হৈছিল । ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰাৰম্ভিক কালৰ সংগ্ৰামীসকলৰ মাজৰ এজন আছিল তেওঁ । তেওঁ এলাহাবাদৰ এগৰাকী বিখ্যাত আইনজীৱী আছিল । ১৯১৯-১৯২০ আৰু ১৯২৮-১৯২৯ বৰ্ষত তেওঁ দুবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল । তেওঁ আছিল ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিতৃ । এইগৰাকী স্বাধীনতা সংগ্ৰামীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট মনস্তাত্বিক ছিগমুণ্ড ফ্ৰয়েডৰ ওপজা দিন । ১৮৫৬ চনৰ আজিৰ দিনটোতে তেতিয়াৰ অষ্ট্ৰিয়ান সাম্ৰাজ্যৰ (বৰ্তমানৰ চেক গণৰাজ্য) মোৰাভিয়াত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী মনোৰোগৰ চিকিৎসক আৰু মনস্তত্ত্ববিদ । তেওঁক মনোবীক্ষণৰ জনক বুলি কোৱা হয় । মানৱ মনৰ বিভিন্ন তত্ত্ব তেওঁ উদ্ভাৱন কৰিছিল । তেওঁ ইডিপাছ কমপ্লেক্স আৰু ইলেক্ট্ৰা কমপ্লেক্স নামৰ মতবাদৰ বাবে বিশেষভাৱে খ্যাত । এইগৰাকী বিশিষ্ট মনস্তাত্ত্বিকলৈ আমাৰ প্ৰণাম ।

আজি শিক্ষাবিদ মাৰিয়া মণ্টেছৰীৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী ইটালীয়ান স্বাস্থ্যবিদ তথা শিক্ষাবিদ । আজি সমগ্ৰ বিশ্বতে সমাদৃত মণ্টেছৰী শিক্ষা প্ৰণালীৰ তেওঁ উদ্ভাৱক আছিল । তেওঁ আছিল ৰোমৰ প্ৰসিদ্ধ ৰোম লা চেপিয়েঞ্জা বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানত উত্তীৰ্ণ ইটালীৰ প্ৰথমগৰাকী মহিলা চিকিৎসক । ১৯৫২ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটিছিল । এইগৰাকী শিক্ষাবিদলৈ আমাৰ প্ৰণাম ।

Previous Post

মধুৰি-আম সোৱাদেৰে ভৰা এবিধ উপকাৰী ফল। মধুৰি-আমত আৰু কি কি থাকে জানেনে বাৰু? জানিলে খোৱা-নোখোৱা সিদ্ধান্ত আপোনাৰ

Next Post

ক’ভিডত মৃত্যুৰ তথ্য লুকুৱাইছে নেকি ভাৰতে ?

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 28, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 26, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 25, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 24, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 21, 2022
Next Post
ক’ভিডত মৃত্যুৰ তথ্য লুকুৱাইছে নেকি ভাৰতে ?

ক’ভিডত মৃত্যুৰ তথ্য লুকুৱাইছে নেকি ভাৰতে ?

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7