VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
May 7, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ওপজা দিন । ১৮৬১ চনৰ আজিৰ দিনটোতে কলিকতাত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল একাধাৰে কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক । ১৯১৩ চনত তেওঁ ‘গীতাঞ্জলি’ নামৰ কাব্যগ্ৰন্থৰ বাবে ন’বেল বঁটা লাভ কৰিছিল । তেওঁ আছিল ন’বেল বঁটা লাভ কৰা এছিয়া মহাদেশৰ প্ৰথমগৰাকী ব্যক্তি । তেওঁ বিশ্বৰ একমাত্ৰ ব্যক্তি যিয়ে দুখন দেশৰ ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰিছিল । তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ‘জনগণ মন’ ৰচনা কৰাৰ উপৰি বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত ‘আমাৰ সোণাৰ বাংলা’ ৰচনা কৰিছিল । এই পবিত্ৰ দিনটোত কবিগুৰুলৈ আমাৰ প্ৰণাম ।

আজি ইতিহাসবিদ তথা অৰ্থনীতিবিদ ডঃ অমলেন্দু গুহৰ স্মৃতি দিৱস । তেওঁ এগৰাকী কবি তথা সমাজতত্ত্ববিদো আছিল । তেওঁৰ ইতিহাস গৱেষণাৰ ক্ষেত্ৰ আছিল অসম । তেওঁৰ ইতিহাস চৰ্চাই মধ্যযুগৰ পৰা ব্ৰিটিছ যুগলৈকে সামৰি লৈছিল । অসমীয়া ভাষাত তেওঁ কেইবাখনো ইতিহাস বিষয়ক গ্ৰন্থ লিখিছিল । তদুপৰি তেওঁ বাংলা আৰু অসমীয়া ভাষাত একোখনকৈ কবিতাপুথিও লিখিছিল । অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনপ্ৰাপক ডঃ গুহক অসম সাহিত্য সভাই ‘সাহিত্যাচাৰ্য’ উপাধি প্ৰদান কৰিছিল । লেখিকা অনিমা গুহ তেওঁৰ পত্নী । ২০১৫ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ মৃত্যু হয় । এইগৰাকী ইতিহাসবিদলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট ইংৰাজ কবি তথা নাট্যকাৰ ৰবাৰ্ট ব্ৰাউনিঙৰ ওপজা দিন । ১৮১২ চনৰ আজিৰ দিনটোতে লণ্ডনৰ কাম্বাৰৱেলত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল ভিক্টোৰিয়া যুগৰ প্ৰসিদ্ধ কবি তথা নাট্যকাৰ । দ্য পীড পাইপাৰ অব হেমেলিন, মেন এণ্ড উইমেন, দ্য ৰিং এণ্ড দ্য বুকছ, ড্ৰামাটিক ৰোমাঞ্চ এণ্ড লিৰিকছ আদি তেওঁৰ বিখ্যাত কৃতি । তেওঁৰ কবিতা বিদ্ৰূপ, হাস্যৰস, ঐতিহাসিক ঘটনাৰ বৰ্ণনা আদিৰ বাবে জনপ্ৰিয় আছিল । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

Previous Post

কেঁচা হালধিৰ ৰস, পিঁয়াজ আৰু নহৰুৱে দেহৰ অলাগতিয়াল কোষবোৰ ধ্বংস কৰে। সৰু সৰু জীৱন্ত কোষবোৰৰ বিষয়ে জানো আহকচোন

Next Post

মধ্য প্ৰদেশৰ ইন্দোৰৰ এটি অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড

Related Posts

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
সমাজ

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

May 24, 2023
দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা
সমাজ

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

April 13, 2023
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?
সমাজ

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

April 4, 2023
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?
সমাজ

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

April 4, 2023
সুৰাৰ বটলত গামোচা বিতৰ্ক
সমাজ

সুৰাৰ বটলত গামোচা বিতৰ্ক

April 4, 2023
নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক  প্ৰদান কৰে এক  অনন্য ট্ৰেকিং অভিজ্ঞতা
সমাজ

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

March 24, 2023
Next Post
মধ্য প্ৰদেশৰ ইন্দোৰৰ এটি অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড

মধ্য প্ৰদেশৰ ইন্দোৰৰ এটি অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7