VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এবছৰত বিশ্বৰ ১২১২খন মেচত ফিক্সিং! তালিকাত ক্ৰিকেটৰ ১৩ খন মেচ , ভাৰততো হৈছে নেকি দুৰ্নীতি?

voicedesk by voicedesk
March 28, 2023
in ক্ৰীড়া
এবছৰত বিশ্বৰ ১২১২খন মেচত ফিক্সিং! তালিকাত ক্ৰিকেটৰ ১৩ খন মেচ , ভাৰততো হৈছে নেকি দুৰ্নীতি?
0
SHARES
35
VIEWS
Share on FacebookShare on Twitter

 

খেল জগতত অনিয়মৰ ছাঁ। ‘স্প’ৰ্টৰাডাৰ ইনটিগ্ৰিটি চাৰ্ভিচেছ’ নামৰ এটা কোম্পানীয়ে অভিযোগ কৰিছিল যে সমগ্ৰ বিশ্বৰ সকলো খেলতে ১২১২খন মেচত কেৱল ২০২২ চনত ফিক্সিং কৰা হ’ব পাৰে। ই এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা যিয়ে বিশ্বৰ বিভিন্ন দেশত খেলা খেলৰ তদন্ত কৰি কোনো দুৰ্নীতি হৈছে নেকি নিৰীক্ষণ কৰে ৷

 

স্প’ৰ্ট্ৰাডাৰে প্ৰকাশ কৰিছে ২৮ পৃষ্ঠাৰ প্ৰতিবেদন। তাত উল্লেখ কৰা অনুসৰি ২০২২ চনত ৯২খন দেশৰ ১২ ধৰণৰ খেলত মুঠ ১২১২খন খেলত অনিয়ম হৈছে ৷এই সংস্থাটোৱে ‘ইউনিভাৰ্চেল ফ্ৰড ডিটেকচন চিষ্টেম’ নামৰ বিশেষ পদ্ধতি ব্যৱহাৰ কৰি বিভিন্ন খেলৰ অনুসন্ধান কৰে।

 

প্ৰতাৰণা কৰাৰ আটাইতকৈ বেছি অভিযোগ উঠিছে  ফুটবলত। ৭৭৫খন ফুটবল খেলত ফিক্সিং হোৱা বুলি অভিযোগ উত্থাপন কৰা হৈছে । ইয়াৰ উপৰিও ২২০খন বাস্কেটবল মেচ, ৭৫খন টেনিছ মেচতো ফাউল প্লে’ৰ ইংগিত পোৱা গৈছে ৷

 

তালিকাৰ ৬ নম্বৰ স্থানত আছে ক্ৰিকেট।  ১বছৰত ১৩খন ক্ৰিকেট মেচত অনিয়ম সংঘটিত হৈছে ৷ এতিয়ালৈকে ইমানবোৰ মেচ ফিক্সিঙৰ এবছৰত উত্থাপন হোৱা নাই।

 

ক্ৰিকেটৰ কোনটো ফৰ্মেট, বা আন্তঃৰাষ্ট্ৰীয় বা লীগ ক্ৰিকেটত ঘটিছিল নে নাই সেই সম্পৰ্কে এতিয়ালৈকে কোনো তথ্য পোৱা নাই। কিন্তু প্ৰতিবেদন অনুসৰি এই তালিকাত ভাৰতত কোনো মেচ নাই। অৰ্থাৎ ১৩খন মেচ ফিক্সিঙৰ অভিযোগৰ কোনো এটাই ভাৰতত সংঘটিত হোৱা নাই। কিন্তু সেই আটাইকেইখন মেচত ভাৰতে খেলিছিল নে নাই সেই সন্দৰ্ভত কোনো তথ্য পোৱা নাই ৷

Previous Post

কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ

Next Post

আমেৰিকাৰ বিদ্যালয়ত ভয়ংকৰ কাণ্ডঃ প্ৰাক্তন শিক্ষার্থীৰ নির্বিচাৰ গুলীচালনাত প্ৰাণ গ’ল ছজনৰ

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
আমেৰিকাৰ বিদ্যালয়ত ভয়ংকৰ কাণ্ডঃ প্ৰাক্তন শিক্ষার্থীৰ নির্বিচাৰ গুলীচালনাত প্ৰাণ গ’ল ছজনৰ

আমেৰিকাৰ বিদ্যালয়ত ভয়ংকৰ কাণ্ডঃ প্ৰাক্তন শিক্ষার্থীৰ নির্বিচাৰ গুলীচালনাত প্ৰাণ গ’ল ছজনৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7