VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বকাপৰ ফাইনেল মেচ অনুষ্ঠিত হ’বলগীয়া ষ্টেডিয়ামত অঘটন, ষ্টেডিয়ামৰ পৰা পৰি মৃত্যু নিৰাপত্তাৰক্ষীৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 15, 2022
in ক্ৰীড়া
বিশ্বকাপৰ ফাইনেল মেচ অনুষ্ঠিত হ’বলগীয়া  ষ্টেডিয়ামত অঘটন, ষ্টেডিয়ামৰ পৰা পৰি মৃত্যু নিৰাপত্তাৰক্ষীৰ
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

 

কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সে আৰ্জেণ্টিনাৰ বিৰুদ্ধে  খেলিব। সেই মেচখন অনুষ্ঠিত হ’ব লুচিল ষ্টেডিয়ামত।এই ষ্টেডিয়াম খনতে এজন নিৰাপত্তাৰক্ষীৰ মৃত্যুত দেওবাৰৰ খেলখনৰ পূৰ্বে বিতৰ্কৰ সৃষ্টি হয়।

কাটাৰত বিশ্বকাপ আৰম্ভ হোৱাৰ পূর্বেও বহু বিতর্ক চলি আছিল৷ দুজন সাংবাদিকৰ মৃত্যুৰ খবৰ চৰ্চালৈ আহিছে। এইবাৰ জানিব পৰা মতে এজন নিৰাপত্তাৰক্ষীৰ মৃত্যু হৈছে।  দেওবাৰে বিশ্বকাপৰ চূড়ান্ত খেল অনুষ্ঠিত হ’বলগীয়া ষ্টেডিয়ামতে ঘটনা সংঘ্টিত হয়। কেনিয়াৰ পৰা আহিছিল নিৰাপত্তাৰক্ষী জন কিবু। ষ্টেডিয়ামৰ ওখ স্থানৰ পৰা পৰি ২৪ বছৰীয়া কিবুৰ মৃত্যু ঘটে । সেই ঘটনা ১০ ডিচেম্বৰত সংঘটিত হৈছিল। সেইদিনা আৰ্জেণ্টিনা বনাম নেদাৰলেণ্ডৰ খেলখন  লুচাইলত চলি আছিল । নিৰাপত্তাৰক্ষীৰ মৃত্যুৰ কথা উল্লেখ কৰি ষ্টেডিয়াম কৰ্তৃপক্ষই কয় যে, মঙলবাৰে চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল যদিও তেওঁক বচাব পৰা নাছিল। ৩ দিন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি তেওঁ হাৰ মানে ।

কিবুৰ পৰিয়াল অৱশ্যে ষ্টেডিয়াম কৰ্তৃপক্ষৰ মন্তব্যত সান্তনা লাভ কৰা নাই ৷ ইয়াৰ বাবে কিবুৰ পৰিয়ালে কতৃপক্ষৰ পৰা উত্তৰ বিচাৰিছে ৷  কিবুৱে কাটাৰত প্ৰায় এবছৰ ধৰি কাম কৰি আহিছে ৷ আৰ্জেণ্টিনাৰ মেচখনৰ পিছতে কিবুৰ মৃত্যু হয়। কেনিয়াৰ পৰা বহু লোক কাটাৰত কাম কৰিবলৈ আহে। যোৱা বছৰ কেনিয়াৰ এজন প্ৰব্ৰজিত শ্ৰমিকে কাটাৰত কাম কৰিবলৈ আহি তাৰ পৰিস্থিতিৰ ওপৰত সৱিশেষ প্ৰকাশ কৰাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে পিছত তেওঁক মুকলি কৰি দিয়া হয়। বিশ্বকাপৰ বিষয়াসকলে কয় যে কিবুৰ মৃত্যুৰ কাৰণক আকস্মিক বুলি গণ্য কৰা হৈছে আৰু ইয়াৰ তদন্ত কৰা হ’ব।

 

Previous Post

কেন্দ্ৰীয় কৰ্মচাৰীক ডাঙৰ আঘাত চৰকাৰৰ

Next Post

কেনেকুৱা গুণ থকাটো বিচাৰে আপোনাৰ সন্তানৰ গাত ? জন্মৰ পূর্বেই নির্ধাৰণ কৰিব পাৰিব মেধা, মাতৃগর্ভত নহয় পৰীক্ষাগাৰত হ’ব সন্তান

Related Posts

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান
ক্ৰীড়া

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান

June 1, 2023
মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি
ক্ৰীড়া

মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি

May 31, 2023
সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা
ক্ৰীড়া

সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা

May 31, 2023
ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?
ক্ৰীড়া

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?

May 30, 2023
যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ
ক্ৰীড়া

যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ

May 30, 2023
মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ
ক্ৰীড়া

মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ

May 29, 2023
Next Post
কেনেকুৱা গুণ থকাটো বিচাৰে আপোনাৰ সন্তানৰ গাত ? জন্মৰ পূর্বেই নির্ধাৰণ কৰিব পাৰিব মেধা, মাতৃগর্ভত নহয় পৰীক্ষাগাৰত হ’ব সন্তান

কেনেকুৱা গুণ থকাটো বিচাৰে আপোনাৰ সন্তানৰ গাত ? জন্মৰ পূর্বেই নির্ধাৰণ কৰিব পাৰিব মেধা, মাতৃগর্ভত নহয় পৰীক্ষাগাৰত হ’ব সন্তান

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7