VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্ব চেম্পিয়নশ্বিপত পৰাস্ত হৈ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে ভাৰতীয় ধনুৰ্বিদসকলে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 4, 2023
in ক্ৰীড়া
বিশ্ব চেম্পিয়নশ্বিপত পৰাস্ত হৈ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে ভাৰতীয় ধনুৰ্বিদসকলে
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ধনুৰ্বিদসকলে ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে পোনপটীয়াকৈ যোগ্যতা অৰ্জনৰ সুযোগ হেৰুৱাই পেলালে । বিশ্ব আর্ছাৰী চেম্পিয়নশ্বিপত ভাৰতৰ পুৰুষ, মহিলা আৰু মিক্সড দল কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হৈছে। শীৰ্ষ তিনিটাত স্থান লাভ কৰিলে তেওঁলোকে অলিম্পিকৰ প্ৰথম ৰাউণ্ডত প্ৰত্যক্ষভাৱে স্থান লাভ কৰিলেহেঁতেন। কিন্তু সেই সুযোগ লাভৰ পৰা বঞ্চিত হ’ল ভাৰতীয় খেলুৱৈসকল ৷

 

পুৰুষৰ দলীয় ইভেণ্টত ধীৰাজ বম্মাদেৰাভা, ৰজত চৌহান আৰু তুষাৰ শালকৰ ভাৰতীয় দল দক্ষিণ কোৰিয়াৰ হাতত ১-৫ পইণ্টত পৰাস্ত হয়। মহিলা দলটো নেদাৰলেণ্ডৰ হাতত ২-৬ পইণ্টত পৰাস্ত হয়। ২-০ পইন্টত অগ্ৰগতি লাভ কৰাৰ পাছত ভজন কৌৰ, অংকিতা ভকত আৰু সিমৰঞ্জিত কৌৰৰ দলটোৱে তিনিটা ছেট হেৰুৱায়। মিক্সড প্ৰতিযোগিতাত হতাশ কৰিলে  ধীৰাজ আৰু অংকিতাই। তলৰ স্থানত থকা ইটালীৰ হাতত ৪-৫ ছেটত পৰাস্ত হয় তেওঁলোক ।

 

অৱশ্যে ভাৰতীয় ধনুৰ্বিদসকলে পেৰিছ অলিম্পিকৰ বাবে ব্যক্তিগত শাখাত যোগ্যতা অৰ্জন কৰাৰ সুযোগ এতিয়াও আছে। বিশ্ব চেম্পিয়নশ্বিপৰ ব্যক্তিগত শাখাৰ খেলসমূহ এতিয়াও অনুষ্ঠিত হোৱা নাই ৷ তাত যদি শীৰ্ষ তিনিটাত স্থান পাব পাৰে তেন্তে অলিম্পিকত সুযোগ পাব। কোৱালিফাইং ৰাউণ্ডত দ্বিতীয় স্থান দখল কৰে ধীৰাজে। গতিকে ভাৰতে তেওঁৰ পৰা যথেষ্ট আশা কৰিছে।

 

ভাৰতৰ দলীয় শাখাত পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ সুযোগ এতিয়াও আছে। ইয়াৰ পিছত এছিয়ান গেমছ। মিক্সড কেটেগৰীত জয়ী হোৱা দলটোৱে পোনপটীয়াকৈ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব। এছিয়ান গেমছৰ পৰা ব্যক্তিগত শাখাত এজন পুৰুষ আৰু এগৰাকী মহিলাইও অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব।

Previous Post

ইৰাণত অধিক কঠোৰ আইন হ’ব প্ৰণয়নঃ হিজাব পৰিধান নকৰিলে ৫-১০ বছৰ কাৰাদণ্ড, ৭ লাখ টকা পর্যন্ত জৰিমনা

Next Post

মহিলা ফুটবল বিশ্বকাপত অঘটন, গ্ৰুপ পর্যায়তে বিদায় ল’লে দুবাৰৰ চেম্পিয়ন জাৰ্মানী

Related Posts

এছিয়ান গেমছত পুনৰ সাফল্য অসম সন্তানৰ, ছেমিফাইনেলত দৌৰবিদ অম্লান বৰগোহাঁই
ক্ৰীড়া

এছিয়ান গেমছত পুনৰ সাফল্য অসম সন্তানৰ, ছেমিফাইনেলত দৌৰবিদ অম্লান বৰগোহাঁই

October 1, 2023
বিৰাটৰ বিশ্বকাপৰ প্ৰস্তুতিত কণা, বর্ষাপাৰা মেচত বর্ষাৰ বাধা
ক্ৰীড়া

বিৰাটৰ বিশ্বকাপৰ প্ৰস্তুতিত কণা, বর্ষাপাৰা মেচত বর্ষাৰ বাধা

September 30, 2023
এছিয়ান গেমছত পদক নিশ্চিত কৰিলে লাভলিনাই, সহজ জয়ৰে ছেমিফাইনেলত প্ৰৱেশ
ক্ৰীড়া

এছিয়ান গেমছত পদক নিশ্চিত কৰিলে লাভলিনাই, সহজ জয়ৰে ছেমিফাইনেলত প্ৰৱেশ

September 30, 2023
বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!
ক্ৰীড়া

বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

September 29, 2023
শ্বুটিঙত  পুনৰ পদক অৰ্জন ভাৰতীয় খেলুৱৈৰ, এছিয়ান গেমছত অব্যাহত পদক জয়ৰ অভিযান
ক্ৰীড়া

শ্বুটিঙত পুনৰ পদক অৰ্জন ভাৰতীয় খেলুৱৈৰ, এছিয়ান গেমছত অব্যাহত পদক জয়ৰ অভিযান

September 29, 2023
পিতৃ যায় প্ৰতিবাদলৈ, মাতৃয়ে দিয়ে গাঁওৰ পহৰাঃ পৰিয়ালৰ সৈতে দিয়া হোৱা নাছিল কথা পাতিবলৈ, ৱুশ্বুত ৰূপৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ ৰছিবিনা দেৱীয়ে
ক্ৰীড়া

পিতৃ যায় প্ৰতিবাদলৈ, মাতৃয়ে দিয়ে গাঁওৰ পহৰাঃ পৰিয়ালৰ সৈতে দিয়া হোৱা নাছিল কথা পাতিবলৈ, ৱুশ্বুত ৰূপৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ ৰছিবিনা দেৱীয়ে

September 28, 2023
Next Post
মহিলা ফুটবল বিশ্বকাপত অঘটন, গ্ৰুপ পর্যায়তে বিদায় ল’লে দুবাৰৰ চেম্পিয়ন জাৰ্মানী

মহিলা ফুটবল বিশ্বকাপত অঘটন, গ্ৰুপ পর্যায়তে বিদায় ল’লে দুবাৰৰ চেম্পিয়ন জাৰ্মানী

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7