VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘আই পি এল২০২২’ৰ ৫৫ তম মেচত চেন্নাই চুপাৰ কিংছৰ বিজয়

‘এলএছজি’ ১১ খন খেলেৰে ১৬ পইণ্টসহ তালিকাৰ শীৰ্ষত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 9, 2022
in ক্ৰীড়া
‘আই পি এল২০২২’ৰ  ৫৫ তম মেচত   চেন্নাই চুপাৰ কিংছৰ বিজয়
0
SHARES
36
VIEWS
Share on FacebookShare on Twitter

নৱী মুম্বাইৰ ড০ ডি ৱাই পাটিল ক্ৰীড়া একাডেমীত চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২২ বৰ্ষৰ  ৫৫ তম মেচখনত  দিল্লী কেপিটেলছক চেন্নাই চুপাৰ কিংছে   ৯১ ৰাণত পৰাস্ত কৰে। ২০৯ ৰাণৰ লক্ষৰে  দিল্লী কেপিটেলছ ১৭.৪ অভাৰত ১১৭ ৰাণত আউট হয় আৰু মইন আলীয়ে তেওঁৰ চাৰি অভাৰত তিনিটা উইকেট দখল কৰে। ইফালে, মুকেশ চৌধুৰী আৰু ডোৱেন ব্ৰাভোৱে দুটাকৈ উইকেট লাভ কৰে। আৰম্ভণিতে, চেন্নাইয়ে ২০ অভাৰত ছয় উইকেটত ২০৮ ৰাণ সংগ্ৰহ কৰে আৰু ডেভন কনৱেই ৪৯ টা বলত ৮৭ ৰাণ সংগ্ৰহ কৰে।

আই পি এল ২০২২ৰ পইণ্ট তালিকা:-

১১ খন খেলেৰে  ১৬ পইণ্ট সহ  তালিকাৰ শীৰ্ষত আছে ‘এলএছজি’ । তেওঁলোকৰ পিছত গুজৰাট টাইটানছ (জিটি) ১১ টা ফিক্সাৰৰ পৰা ১৬ পইণ্টৰ সৈতে দ্বিতীয় স্থানত আছে। ৰাজস্থান ৰয়েলছে (আৰআৰ) তৃতীয় স্থান দখল কৰিছে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি) ক্ৰমান্বয়ে চতুৰ্থ স্থানত আছে।ইফালে দিল্লী কেপিটেলছ (ডিচি) আছে পঞ্চম স্থানত , তাৰ পিছত ক্ৰমে ষষ্ঠ, সপ্তম আৰু অষ্টম স্থানত আছে চানৰাইজাৰ্ছ হায়দৰাবাদ (এছআৰএইচ), পঞ্জাৱ কিংছ (পিবিকেএছ) আৰু চিএছকে । তালিকাৰ নৱম স্থানত  আছে কেকেআৰ  আৰু একেবাৰে শেষত  আছে মুম্বাই ইণ্ডিয়ানছ (এমআই) ।

অৰেঞ্জ কেপ :-

জছ বাটলাৰ ১১ খন খেলত ৬১৮ ৰাণৰ সৈতে অৰেঞ্জ কেপ ৰেচত শীৰ্ষত আছে। তেওঁৰ পিছত ক্ৰমান্বয়ে দ্বিতীয় আৰু তৃতীয় স্থানত আছে কে এল ৰাহুল (৪৫১) আৰু ফাফ ডু প্লেচিছ (৩৮৯)।

আনহাতে শিখৰ ধাৱান (৩৮১) চতুৰ্থ স্থানত আছে আৰু তাৰ পিছত পঞ্চম স্থানত আছে ডেভিদ ৱাৰ্ণাৰ (৩৭৫)।

পাৰ্পল কেপ :-

যুজবেন্দ্ৰ চাহালে ১১ খন খেলত ২২ টা উইকেট লাভ কৰি পাৰ্পল কেপ দৌৰত আগবাঢ়ি আছে আৰু তাৰ পিছত ২১টা উইকেটেৰে  দ্বিতীয় স্থানত আছে ৱানিন্দু হাচাৰাঙ্গা ।

১৮ উইকেটেৰে তৃতীয় স্থানত আছে কাগিচো ৰাবাডা  ৷ তাৰ পিছতেই  আছে কুলদীপ যাদৱ (১৮), যি চতুৰ্থ স্থান দখল কৰিছে। ১৭ টা উইকেট লৈ পঞ্চম স্থান দখল কৰিছে টি নটৰাজনে ।

 

Previous Post

সামাজিক মাধ্যমত সন্তানৰ প্ৰথম খন ফটো শ্বেয়াৰ প্ৰিয়ংকা চোপ্ৰাৰ

Next Post

বাক্ স্বাধীনতা খর্ব কৰিছে নেকি আই পি চিৰ ১২৪ এ ধাৰাই ?

Related Posts

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান
ক্ৰীড়া

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান

June 1, 2023
মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি
ক্ৰীড়া

মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি

May 31, 2023
সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা
ক্ৰীড়া

সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা

May 31, 2023
ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?
ক্ৰীড়া

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?

May 30, 2023
যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ
ক্ৰীড়া

যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ

May 30, 2023
মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ
ক্ৰীড়া

মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ

May 29, 2023
Next Post
বাক্ স্বাধীনতা খর্ব কৰিছে নেকি  আই পি চিৰ ১২৪ এ ধাৰাই ?

বাক্ স্বাধীনতা খর্ব কৰিছে নেকি আই পি চিৰ ১২৪ এ ধাৰাই ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7