VOICE 24x7
Tuesday, May 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নিউজিলেণ্ডৰ হাতত ভাৰতৰ শোচনীয় পৰাজয়

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 1, 2021
in ক্ৰীড়া, মুখ্য সংবাদ
নিউজিলেণ্ডৰ হাতত ভাৰতৰ শোচনীয় পৰাজয়
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ দ্বাৰা আৰৱত অনুষ্ঠিত হোৱা টি ২০ বিশ্বকাপত দ্বিতীয়দিনাও ভাৰত অতি শোচনীয় ভাবে পৰাজয় বৰণ কৰে। প্ৰথমখন খেলত পাকিস্তানৰ হাতত পৰাস্ত হোৱাৰ পিছত কালি পুনৰ নিউজিলেণ্ডৰ হাতত ধাৰাশায়ী হয়। 

৮ উইকেটত নিউজিলেণ্ডৰ হাতত পৰাস্ত অতি শোচনীয়ভাৱে পৰাস্ত হোৱা ভাৰত শৃংখলাৰ পৰা বাহিৰলৈ যোৱাৰ আশা প্ৰকট হৈ পৰিছে। 

পাকিস্তানৰ সৈতে পৰাজয় বৰণ কৰাৰ পিছতেই ভাৰতত পৰিৱেশ কিছু উত্তপ্ত হৈ পৰিছিল। ভাৰতীয় বলাৰ মহম্মদ ছামীৰ বিৰুদ্ধে একাংশ লোকে প্ৰতিবাদ সাৰ্বস্ত কৰিছিল। আনকি একাংশ লোকে ভাৰত এৰি পাকিস্তানলৈ যাবগৈ লাগে বুলি তীব্ৰ ভাষাৰে আক্ৰমণ কৰিছিল। 

বিৰাট কোহলীৰ অধিনায়কত্ব অনুষ্ঠিত হোৱা খেলখনত খেলুৱৈজনক অসফল অধিনায়ক বুলি ক্ৰিকেট অনুৰাগী সকলে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। আনকি মহেন্দ্ৰ সিং ধোনীৰ অভাৱ অনুভৱ কৰি একাংশ লোকে ধোনীৰ অধিনায়কত্বৰ প্ৰশংসাৰে সামাজিক মাধ্যম উপচাই পেলাইছে।

ঘৰুৱা দলটোৰ শোচনীয় পৰাজয়ে দেশবাসীক কিছু পৰিমাণে আহত কৰিছে।

 

Previous Post

গুৱাহাটী প্ৰেছ ক্লাবত শণিবাৰে অসম লেখিকা সংস্থাৰ গিৰিবালা চৌধুৰী বঁটা‌ প্ৰদান ও গ্ৰন্থ উন্মোচনী অনুষ্ঠান

Next Post

বিশ্বৰ শীৰ্ষ পদাৰ্থ বিজ্ঞানীৰ তালিকাত অসমৰ ড৹ ফইজুদ্দিন আহমেদ

Related Posts

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি
মুখ্য সংবাদ

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়
মুখ্য সংবাদ

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
ছয় বছৰীয়া শিশুৰ ১২ টা শৃংগ জয়েৰে চমক , কম বয়সতে মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ কৰিছে পৰিকল্পনা
মুখ্য সংবাদ

ছয় বছৰীয়া শিশুৰ ১২ টা শৃংগ জয়েৰে চমক , কম বয়সতে মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ কৰিছে পৰিকল্পনা

May 30, 2023
ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?
ক্ৰীড়া

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?

May 30, 2023
ফোনৰ সন্ধানত জলাশয়ৰ পৰা ২১ লাখ লিটাৰ পানী সিঁচা চৰকাৰী বিষয়াক ২১ লাখ টকাৰ জৰিমনা!
মুখ্য সংবাদ

ফোনৰ সন্ধানত জলাশয়ৰ পৰা ২১ লাখ লিটাৰ পানী সিঁচা চৰকাৰী বিষয়াক ২১ লাখ টকাৰ জৰিমনা!

May 30, 2023
দলঙৰ পৰা বাগৰি পৰিল ৭৫জন যাত্ৰীসহ বাছ! জম্মুত দুৰ্ঘটনা,  ৮ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

দলঙৰ পৰা বাগৰি পৰিল ৭৫জন যাত্ৰীসহ বাছ! জম্মুত দুৰ্ঘটনা, ৮ জন লোকৰ মৃত্যু

May 30, 2023
Next Post
বিশ্বৰ শীৰ্ষ পদাৰ্থ বিজ্ঞানীৰ তালিকাত অসমৰ ড৹ ফইজুদ্দিন আহমেদ

বিশ্বৰ শীৰ্ষ পদাৰ্থ বিজ্ঞানীৰ তালিকাত অসমৰ ড৹ ফইজুদ্দিন আহমেদ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7