VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৱাহাটী বিমানবন্দৰৰ পৰা ৬ খন দেশলৈ শীঘ্ৰেই পোনপতীয়া বিমান সেৱা আৰম্ভ হ’ব

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 9, 2021
in মুখ্য সংবাদ
গুৱাহাটী বিমানবন্দৰৰ পৰা ৬ খন দেশলৈ শীঘ্ৰেই পোনপতীয়া বিমান সেৱা আৰম্ভ হ’ব
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

অসমৰ গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা শীঘ্ৰেই ৬ খন দেশলৈ আন্তৰ্জাতিক বিমান সেৱা আৰম্ভ হ’ব। অসমৰ সৈতে ৬ খন দেশৰ পোনপতীয়া যোগাযোগ স্থাপন হ’ব। 

ভাৰত চৰকাৰৰ উড়ান আঁচনিৰ অধীনত এই আন্তৰ্জাতিক সেৱা আৰম্ভ হ’ব। বেংকক, ছিংগাপুৰ, ঢাকা, য়ংগুন, কাঠমাণ্ডু আৰু কুৱালা লামপুৰৰ সৈতে পোনপতীয়া যোগাযোগ স্থাপন হ’ব।

প্ৰথমতে ওচৰৰ দেশসমূহৰ সৈতে এই সেৱা আৰম্ভ হৈছে। ভৱিষ্যতে দূৰৈৰ দেশৰ সৈতে সংযোগ স্থাপন কৰা হ’ব।

উল্লেখযোগ্য যে ২০১৯ চনতে আন্তৰ্জাতিক বিমান সেৱাৰ পোনপতীয়া সংযোগ স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল। বেংকক, ঢাকা আৰু ছিংগাপুৰৰ মাজত বিমান সেৱা আৰম্ভ হৈছিল। কিন্তু কভিদ মহামাৰীৰ বাবে এমাহ দুমাহমানৰ পিছতে এই সেৱা স্থগিত ৰাখিবলগীয়া হয়।

পৰিস্থিতি কিছু অনুকুল হোৱাৰ বাবে এই সেৱা পুনৰ আৰম্ভ হৈছে বুলি পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জানিবলৈ দিয়ে।

ইতিমধ্যে অসম চৰকাৰে বিমান সেৱা উন্নয়নৰ বাবে চিভিল এভিয়েছন ডিপাৰ্টমেন্টৰ সৈতে ১০০ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছে বুলি মন্ত্ৰীজনে মন্তব্য কৰে।

 

Previous Post

আজি শিখ ধৰ্মাৱলম্বী লোক সকলৰ জ্যোতি জ্যোত দিৱস

Next Post

ভাৰতৰ পুৰুষ ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী হ’ব এইবাৰ আই পি এলৰ প্ৰশিক্ষক

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!
মুখ্য সংবাদ

দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!

June 8, 2023
Next Post
ভাৰতৰ পুৰুষ ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী হ’ব এইবাৰ আই পি এলৰ প্ৰশিক্ষক

ভাৰতৰ পুৰুষ ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী হ'ব এইবাৰ আই পি এলৰ প্ৰশিক্ষক

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7