VOICE 24x7
Wednesday, February 8, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতৰ পুৰুষ ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী হ’ব এইবাৰ আই পি এলৰ প্ৰশিক্ষক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 9, 2021
in মুখ্য সংবাদ, ক্ৰীড়া
ভাৰতৰ পুৰুষ ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী হ’ব এইবাৰ আই পি এলৰ প্ৰশিক্ষক
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰবি শাস্ত্ৰীয়ে এইবাৰ আই পি এলৰ প্ৰশিক্ষক হিচাপে যোগদান কৰিব। ২০১৭ চনত ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে নিয়োজিত হোৱা ৰবি শাস্ত্ৰীৰ প্ৰশিক্ষক হিচাপে টি২০ বিশ্বকাপ ২০২১ চনলৈকে কাৰ্যকাল আছিল। বিশ্বকাপৰ পৰা শোচনীয় প্ৰদৰ্শনেৰে ভাৰতে বিদায় লোৱাৰ পিছতেই প্ৰশিক্ষক হিচাপে ৰবি শাস্ত্ৰীৰ কাৰ্যকালৰ অন্ত পৰিল।

নতুনকৈ অনুমোদন লাভ কৰা আই পি এল দল আহমেদাবাদৰ স্বতাধিকাৰীয়ে প্ৰশিক্ষক হিচাপে ৰবি শাস্ত্ৰীক অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। আনহাতে ৰবি শাস্ত্ৰীও আই পি এলৰ সৈতে জড়িত হ’বলৈ ইচ্ছুক বুলি ঘোষণা কৰিছে। 

অভিজ্ঞ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ তত্ত্বাৱধানত নতুন দল আহমেদাবাদৰ প্ৰদৰ্শন লক্ষনীয় হ’ব।

উল্লেখযোগ্য যে ইতিমধ্যে প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ক ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক হিচাপে ঘোষণা কৰিছে। ৰবি শাস্ত্ৰীৰ অৱসৰ গ্ৰহণৰ পিছতেই ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল আৰম্ভ হ’ব।

 

Previous Post

গুৱাহাটী বিমানবন্দৰৰ পৰা ৬ খন দেশলৈ শীঘ্ৰেই পোনপতীয়া বিমান সেৱা আৰম্ভ হ’ব

Next Post

এ টি পি ৰেংকিঙত পুনৰ শীৰ্ষত নোভাক জক’ভিচ

Related Posts

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান
মুখ্য সংবাদ

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

February 7, 2023
জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ
মুখ্য সংবাদ

জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ

February 7, 2023
মহিলা আই পি এলৰ আৰম্ভণিৰ তাৰিখ ঘোষণা ব’ৰ্ডৰ, কেতিয়াৰ পৰা, ক’ত হ’ব  এই প্ৰতিযোগিতা?
ক্ৰীড়া

মহিলা আই পি এলৰ আৰম্ভণিৰ তাৰিখ ঘোষণা ব’ৰ্ডৰ, কেতিয়াৰ পৰা, ক’ত হ’ব এই প্ৰতিযোগিতা?

February 7, 2023
নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য
মুখ্য সংবাদ

নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য

February 7, 2023
অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক এৰন ফিঞ্চৰ হঠাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা
ক্ৰীড়া

অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক এৰন ফিঞ্চৰ হঠাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা

February 7, 2023
হিণ্ডেনবার্গৰ প্ৰতিবেদনৰ পাছত সাম্ৰাজ্য খহিলেও ধনী ব্যক্তিৰ তালিকাতে আছে গৌতম আদানি, ৪০০ কোটিৰ ঘৰ, ব্যয়বহুল একাধিক বিলাসী গাড়ী-বিমান-জাহাজকে ধৰি কি কি সম্পত্তিৰ মালিক জানেনে ?
মুখ্য সংবাদ

হিণ্ডেনবার্গৰ প্ৰতিবেদনৰ পাছত সাম্ৰাজ্য খহিলেও ধনী ব্যক্তিৰ তালিকাতে আছে গৌতম আদানি, ৪০০ কোটিৰ ঘৰ, ব্যয়বহুল একাধিক বিলাসী গাড়ী-বিমান-জাহাজকে ধৰি কি কি সম্পত্তিৰ মালিক জানেনে ?

February 7, 2023
Next Post
এ টি পি ৰেংকিঙত পুনৰ শীৰ্ষত নোভাক জক’ভিচ

এ টি পি ৰেংকিঙত পুনৰ শীৰ্ষত নোভাক জক'ভিচ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

February 8, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

February 8, 2023
নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

February 7, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7