VOICE 24x7
Wednesday, February 8, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি শিখ ধৰ্মাৱলম্বী লোক সকলৰ জ্যোতি জ্যোত দিৱস

 শিখ ধৰ্মৰ দশম গৰাকী  গুৰু  শ্ৰী গোবিন্দ সিঙক শ্ৰদ্ধা জ্ঞাপন কৰি আজি তেওঁলোকে পালন কৰে  জ্যোতি জ্যোত দিৱস ৷

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 9, 2021
in সমাজ
আজি শিখ ধৰ্মাৱলম্বী লোক সকলৰ জ্যোতি জ্যোত দিৱস
0
SHARES
1
VIEWS
Share on FacebookShare on Twitter

ভাৰতবৰ্ষৰ  শিখ ধৰ্মাৱলম্বী লোক সকলৰ বাবে আজি এক বিশেষ দিন৷  শিখ ধৰ্মৰ দশম গৰাকী  গুৰু  শ্ৰী গোবিন্দ সিঙক শ্ৰদ্ধা জ্ঞাপন কৰি আজি তেওঁলোকে পালন কৰে  জ্যোতি জ্যোত দিৱস ৷

১৬৬৬ চনৰ ২২ ডিচেম্বৰত পাটনাত  গোবিন্দ সিঙৰ  জন্ম হৈছিল৷ প্ৰথমতে তেওঁৰ নাম আছিল গোবিন্দ ৰায়৷ ধৰ্মীয় গুৰু হোৱাৰ লগতে তেওঁ আছিল  এজন বীৰ যুদ্ধা,কবি  আৰু দাৰ্শনিক৷

তেওঁৰ মাতৃৰ নাম আছিল মাতা গুজৰী আৰু পিতৃ আছিল গুৰু টেগ বাহাদুৰ৷  পিতৃ  গুৰু  টেগ বাহাদুৰক  মোগল সম্ৰাট ঔৰংগজেৱে  মৃত্যুদণ্ড দিয়াৰ পিছত মাত্ৰ ৯ বছৰ বয়সতে আনুষ্ঠানিক ভাৱে তেওঁক শিখ সকলৰ নেতা হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছিল৷ তেওঁৱেই আছিল শিখ ধৰ্মৰ দশম আৰু শেষৰ গৰাকী ধৰ্মগুৰু৷

১৭০৮ চনৰ ৭  অক্টোবৰত ৪১ বছৰ বয়সত  নান্দেদৰ অবচল নগৰ হাজুৰ চাহিবত  শিখ ধৰ্মৰ এইজনা গুৰুৱে ইহলীলা সম্বৰণ কৰিছিল আৰু সেইজনা মহান গুৰুৰ পবিত্ৰ স্মৃতিত অজিৰ এই বিশেষ দিনটো শিখ ধৰ্মাৱলম্বী লোক সকলে  প্ৰতিবছৰেই উদযাপন কৰি আহিছে৷

Previous Post

জম্মু কাশ্মীৰৰ শ্ৰীনগৰ অন্তৰ্ভুক্ত হ’ল ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত

Next Post

গুৱাহাটী বিমানবন্দৰৰ পৰা ৬ খন দেশলৈ শীঘ্ৰেই পোনপতীয়া বিমান সেৱা আৰম্ভ হ’ব

Related Posts

ভুতুনী ঠাই হিচাপে পৰিচিত গাওঁখনৰ বিষয়ে আপুনি জানেনে ? এই গাওঁখন ক’ত অৱস্থিত ?
অভিমত

ভুতুনী ঠাই হিচাপে পৰিচিত গাওঁখনৰ বিষয়ে আপুনি জানেনে ? এই গাওঁখন ক’ত অৱস্থিত ?

February 6, 2023
কেদাৰনাথ মন্দিৰৰ বিশেষত্ব
অভিমত

কেদাৰনাথ মন্দিৰৰ বিশেষত্ব

February 6, 2023
মাছ মানুহৰ পূর্বপুৰুষ, বান্দৰ নহয় ; জানক  এই ৰোমাঞ্চকৰ তথ্য
অভিমত

মাছ মানুহৰ পূর্বপুৰুষ, বান্দৰ নহয় ; জানক  এই ৰোমাঞ্চকৰ তথ্য

February 6, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 29, 2023
এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও
সমাজ

এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও

January 28, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 28, 2023
Next Post
গুৱাহাটী বিমানবন্দৰৰ পৰা ৬ খন দেশলৈ শীঘ্ৰেই পোনপতীয়া বিমান সেৱা আৰম্ভ হ’ব

গুৱাহাটী বিমানবন্দৰৰ পৰা ৬ খন দেশলৈ শীঘ্ৰেই পোনপতীয়া বিমান সেৱা আৰম্ভ হ'ব

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ

আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ

February 8, 2023
আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

February 8, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

February 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7