VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এখনৰ পাছত আন এখন ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ চকু, আজি উত্তৰাখণ্ডত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিব অমিত শ্বাহে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 30, 2021
in মুখ্য সংবাদ, ৰাজনীতি
এখনৰ পাছত আন এখন ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ চকু, আজি উত্তৰাখণ্ডত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিব অমিত শ্বাহে
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহক লৈ তৎপৰ হৈ পৰিছে বিজেপি। যিকোনো প্ৰকাৰে এই ৰাজ্যসমূহত শাসনৰ গাদী দখল কৰিবলৈ আগতীয়াকৈ আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান। অহা বছৰৰ প্ৰথম ভাগতে অনুষ্ঠিত হবলগীয়া উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি আৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ডেৰাডুনৰ বান্ন’ বিদ্যালয়ৰ খেলপথাৰত তেওঁ এই নিৰ্বাচনী ৰেলী সম্বোধন কৰিব।

অমিত শ্বাহৰ ভ্ৰমণৰ প্ৰাকমূহুৰ্তত উত্তৰাখণ্ড বিজেপিৰ কেইবালানি বৈঠক অনুষ্ঠিত হৈ যায়। এই মেগা ৰেলী যাতে ব্যাপক সফল হয় তাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক কুলদ্বীপ কুমাৰে কয় যে লক্ষাধিক সমৰ্থক আৰু সদস্যই এই সভাত অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে 70 জনীয়া বিধানসভাৰ নিৰ্বাচন 2022 বর্ষৰ আৰম্ভণিতে অনুষ্ঠিত হব। 2017 চনৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে 54 খন আসন লাভ কৰিছিল। আনহাতে কংগ্ৰেছে লাভ কৰিছিল 11 খন আসন। ইপিনে, ৰেলীৰ পিছতে কেন্দ্রীয় গৃহমন্ত্ৰী গৰাকীয়ে ঘাচিয়াৰী কল্যান যোজনা মুকলি কৰিব। শেহতীয়াকৈ এয়া হৈছে অমিত শ্বাহৰ দ্বিতীয়তো উত্তৰাখণ্ড ভ্ৰমণ। ইয়াৰ পূৰ্বে যোৱা 21 অক্টোবৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৰাজ্য খন ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লৈছিল। ৰাজ্যিক নেতাসকলে আশা প্ৰকাশ কৰিছে যে উত্তৰাখণ্ডবাসীয়ে পুনৰ বিজেপি চৰকাৰৰ ওপৰত আস্থা প্ৰকাশ কৰিব আৰু শাসনৰ গাদী দখল কৰিবলৈ সক্ষম হব।

Previous Post

11 মাহৰ পিছত পুনৰ মুকলি হব দিল্লী -গাজিয়াবাদ সংযোগী পথ:আৰক্ষীয়ে আতঁৰাইছে বেৰিকেড

Next Post

চাৰি সপ্তাহৰ পাছত কাৰাগাৰৰ পৰা ওলাল অৰিয়ান

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
পুনৰ চৰ্চালৈ আহিছে জেষ্ঠপুনৰ  অধিবক্তা সতীশ মানচিন্দেৰ নাম

চাৰি সপ্তাহৰ পাছত কাৰাগাৰৰ পৰা ওলাল অৰিয়ান

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7