VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কৰ্ণাটকত ১০ মে’ত নির্বাচন, ১৩ মে’ত ঘোষণা হ’ব ফলাফল , নির্বাচন আয়োগৰ ঘোষণা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 29, 2023
in মুখ্য সংবাদ
কৰ্ণাটকত ১০ মে’ত নির্বাচন, ১৩ মে’ত  ঘোষণা হ’ব ফলাফল , নির্বাচন আয়োগৰ ঘোষণা
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

কৰ্ণাটকৰ  বিধানসভা নিৰ্বাচনৰ দিন আজি ঘোষণা কৰা হৈছে । অহা ১০ মে’ত ৰাজ্যখনত এটা  পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১৩ মে’ত ঘোষণা কৰা হ’ব  ফলাফল । সংবাদমেলত এই কথা সদৰী কৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে।

 

কংগ্ৰেছ আৰু জেডিএছে ইতিমধ্যে প্ৰথম পৰ্যায়ত ১২৪খন আৰু ৯৩খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে।  পূৰ্বৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১১৯খন আসন লাভ কৰিছিল। আনহাতে, কংগ্ৰেছে ৭৫খন আসন লাভ কৰাৰ বিপৰীতে মিত্ৰ দল জেডিএছে ২৮খন আসন লাভ কৰে।

 

বিগত কেইবছৰমানৰ পৰা কৰ্ণাটকত দুৰ্নীতিৰ অভিযোগত কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে। আনহাতে, শাসকীয় বাসবৰাজ বম্মাই চৰকাৰৰ সংৰক্ষণৰ নতুন নীতিৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে কৰ্ণাটক জয় কৰাৰ সপোন দেখিছে বিজেপিয়ে ৷ যোৱা দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ চৰকাৰী প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ পিছতো পুনৰ চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছিল। কিন্তু কৰ্ণাটক পুনৰ দখল কৰাৰ আশা ৰাখিছে কংগ্ৰেছেও ৷  দুৰ্নীতিৰ বিষয়টোক মুল ইছ্যু কৰি  বিজেপিৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। ইতিমধ্যে কৰ্ণাটকত ৰাহুল গান্ধীৰ সাংসদ পদ প্ৰত্যাখ্যানৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিছে কংগ্ৰেছ।

 

প্ৰসংগক্ৰমে যোৱা বিধানসভা নিৰ্বাচনৰ পিছত কংগ্ৰেছে জেডিইউৰ লগত হাত মিলাই চৰকাৰ গঠন কৰিছিল। এইচ ডি কুমাৰস্বামী মুখ্যমন্ত্ৰী হৈছিল। চৰকাৰে শপত গ্ৰহণ কৰাৰ দিনা বেংগালুৰুত দেখা গ’ল বিৰোধী ঐক্যৰ এক বিৰল ছবি। ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ লগতে মমতা বেনাৰ্জী, সীতাৰাম য়েচুৰী, মায়াৱতী আদি বিৰোধী নেতাকো একেখন মঞ্চতে দেখা গৈছিল ৷ অৱশ্যে কৰ্ণাটকত সেই চৰকাৰ বেছি দিন টিকি নাথাকিল। ক্ষমতা দখল কৰিলে বিজেপিয়ে। অৱশ্যে এইবাৰ কৰ্ণাটকত জয়ী হোৱাৰ বাবে কংগ্ৰেছ আশাবাদী।

Previous Post

আৰক্ষীৰ সন্মুখৰ পৰাই পুনৰ পলাই গ’ল খালিস্তানী নেতা অমৃতপাল, সন্ধান বিচাৰি ঘৰে ঘৰে তালাচী চলাব পঞ্জাবত

Next Post

লগত দলীয়া নেতা কর্মীক লৈ কিয় ধর্ণাত বহিল মমতা বেনার্জী ?

Related Posts

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন
মুখ্য সংবাদ

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত  শ্বাহ
মুখ্য সংবাদ

অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত শ্বাহ

June 10, 2023
লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা
মুখ্য সংবাদ

লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা

June 10, 2023
এতিয়াও শান্ত হোৱা নাই  মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব
মুখ্য সংবাদ

এতিয়াও শান্ত হোৱা নাই মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব

June 10, 2023
শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি
মুখ্য সংবাদ

শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি

June 10, 2023
হোৱাইট হাউছৰ পৰা ট্ৰাম্পে  আনিছিল ১০০ টা গোপন নথি! ৪৯ পৃষ্ঠাৰ চাৰ্জ শ্বীটত নতুন অভিযোগ
মুখ্য সংবাদ

হোৱাইট হাউছৰ পৰা ট্ৰাম্পে আনিছিল ১০০ টা গোপন নথি! ৪৯ পৃষ্ঠাৰ চাৰ্জ শ্বীটত নতুন অভিযোগ

June 10, 2023
Next Post
লগত দলীয়া নেতা কর্মীক লৈ কিয় ধর্ণাত বহিল মমতা বেনার্জী ?

লগত দলীয়া নেতা কর্মীক লৈ কিয় ধর্ণাত বহিল মমতা বেনার্জী ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7